পৃষ্ঠা:হেমকোষ.pdf/৭২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বোজা। বিৰুদ্ধ ) বিৰুদ্ধতা, বিপৰীত হোৱা অৱস্থা, contrariety, reverse. বৈভৱ, স. শ. (সং. ৱৈৱ--ৱিভৱ, সম্পত্তি) ঐশ্বৰ্য, সম্পত্তি, wealth, grandet. “বিভূতি" চোৱা। বৈমাত্ৰেয়, বি. (সং, বৈমাত্ৰেয়--ৱিমাত্, সতিয়ৈ আই} বিমাতৃৰ ৰা মাহীৰ পৰা Gaur, fecr, born of a step-nother. বৈয়াকৰণ, স. শ. (সং. বৈয়াকৰণৱ্যাকৰণ, ভাষা শুদ্ধকৈ লিখিবৰ আৰু কবৰ নিয়ম। ব্যাকৰণ জানোত, a grammalia, বৈয়াল, বি. (অ. ব, বহন কৰ) সহনশীল, সিজা, শান্ত, ধীৰ, উগ্ৰ প্ৰকৃতিৰ নোহাৱা, placid, calm, forbearing. বৈৰ, স. শ. (সং. ৱৈৰীৰ, ৰণপণ্ডিত ) শক্ৰতা, বৈৰী ভাব, envity. বৈৰ-নিৰ্যাতন, স. শ. (সং- ৱৈৰনিৰ্যাতন ~~-বৈৰ, শত্ৰুতা+ নিৰ্যাতন, প্ৰতিকাৰ ) শত্ৰুৰ প্ৰতিকাৰ, প্ৰতিহিংসা, revenge, retaliation. বৈৰ, স, শ, {সং. বৈৰতাৰ-বৈৰ, শত্ৰুতা+ভাৱ, বোধ ) শত্ৰতা, শত্ৰুভাব, ennsity. বৈৰ-ভাৱে, ক্ৰি. বি. শৰূপে, শক যেন যেনে, “বৈৰ-ভাবে চিন্তিবাহ। Cut as an enemy. বৈৰাগী, স. শ. (সং. ৱৈৰাগিন-বিৰাগ, অনুৰাগৰ অভাৱ সংসাৰৰ সুখ এৰি ঈশ্ব- ৰত মন লগোৱা লেক, বৰাগী, an ascetic. . বৈৰাগ্য, স. শ. (স.) সংসাৰৰ সুখলৈ মমতাহীন হোৱা অৱস্থা, সুখৰ বাঞ্ছা এৰি ঈশ্বত মন লগোৱা কাৰ্য, asceticisin, বৈৰিতা, ৬. শ. ( স. ৰৈ,ি শা) শত্ৰুতা, ennity . বৈৰী, স. শ. (সং. ৱৈৰি—বৈৰ, শত্ৰী + ই; শত্ৰুতাযুক্ত) শত্ৰ, অহিত, an enemy. বৈশাখ, সশ. (সৎ ৱৈশাখ—ৰিশাখা, এটা নক্ষত্ৰ; ইয়াত এই নক্ষত্ৰেৰে যুঞ্জ পূৰ্ণিমা হয়, একে} বছৰৰ প্ৰথম মাহ, the first month of the Hiudu year, April-May. বৈশ্য, স. শ. (সং. বৈশ্য-ৱিশ, প্ৰবেশ কৰ; খেতি আৰু বেহাত নিযুক্ত হয়, এতেকে) হিন্দুবিলাকৰ ঘাই চাৰি জাতিৰ তৃতীয় জাতি, পূৰ্ব্বকালত খেতি আৰু বেহাত forget offe, the third or agri- cultural and mercantile class of the Ilindus. ( 31 ) ET বৈষয়িকৃ, বি. (সং. বৈষয়িক বিষয়, সংসাৰৰ কাৰ্যসংসাৰৰ কাৰ্য্য সম্বন্ধীয়, worldly. বৈষ্ণৱ, বি. (সং. বৈষ্ণৱ—বিষ্ণু, হৰি ) বিষ্ণুৰ, বিষ্ণুৰ উপাসনা সম্বন্ধীয়; যেনে, 6784*, relating to Vishnu. 7. *. fama Co, a votary of Vishul. (E)) বি. স. শ. বৈষ্ণুৰী। বোকা, স. শ. (সং. পঙ্ক, পানীযুক্ত মাটি ) পানীৰে মিহলি হৈ কোমল মাটি, nud, imite. বি. পঙ্কময়, বোকাযুক্ত; যেনে, চোতালখান বোকা হল, inully. বোকা দি, ধান খেতিৰ কাৰণ মাটি বোকা F1, to prepare wet land for paduly cultivation. বোকাৰ্ঘৰিয়া, স. শ, এবিধ মাছ, a kind of ভাবি; } বোকোচা, স. শ. বস্তু বা মানুহ তুলি নিয়াত ব্যবহৃত মানুহৰ পিঠি; যেনে, লৰা বোকোচাত লৈছে; পিঠিত নিয়া বাজা; যেনে, এবোকোচা খৰি, the human back used as a vehicle, & load carried on the back, বোবোকনি, স. শ. {তললৈ চোৱা) মুখৰ ভিতৰত কৰা অব্যক্ত শব্দ, a mumbling sound. বোকবোকা, অ, ধ· ( তাৎ.. বোকবোক্, মুখৰ ভিতৰত কোনো বস্তু লৈ মতাৰ অনুৰূপ শব্দ) মুখৰ ভিতৰতে অব্যক্ত শৰ কৰ, to mumble. বোজ, শ, শ, (হি. বোঝ; বং- বোজা বা বোঝা, গধুৰ বস্তু) পিঠিত বা মুৰত নিয়া 98777, a load, a burden.