পৃষ্ঠা:হেমকোষ.pdf/৭২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বেহি বেহানিৰে বেপাৰ কৰি ধন গাজিছে; দ্ৰব্য, বন্ধু, সামগ্ৰী, an article of trade, goods, a thing in general. বেহি," স. শ. (সং. বিশ, প্ৰবেশ ক; টেকেলি কলহৰ ভিতৰলৈ সোমায়, এতেকে) কলহ বা টেকেলিৰ পৰা তেল উলিওৱা বাহ আদিৰ সৰু ঠোলা, small scoop or lailly for clipping into oil. বেহু, স. শ. {সং, ৰূহ, সৈন্ধব চক্ৰ) ৰণৰ নিমিত্তে শ্ৰেণী লগাই থিয় কৰা সৈন্ত- wys, a phalanx of troops. বৈহুৱাৰু, স. শ. {স, ৱেসৰ, আঞ্জাত বাটি দিয়া বাখৰ) আঞ্চত দিবলৈ বটা afane, ground mustard seed med as at onlinelit. “বেহুৱাৰ বটা এনেও বৈপৰীত্য বৈঠ প, আঁই পেলাই পৰ, হাতীত খাটে, to kneel, as an elephant. বৈই পেলা, আঁই কড়া {হাতীক); যেনে, মাউতে হাতী বৈঠ পেলায়, to eanse tar kneel, as an elephant. বৈতৰণী, স. শ(সং. ৱৈৰণী--ৱিন্তৰণ, দান; মৰিবৰ সময়ত গৰু দান কৰিলে সুখেৰে তাত পাৰ হোৰ যায়, এতেকে) যমৰ নগৰৰ বাটত থকা নৈ, tle lintu বেহেৰুৱা, বি. { অং. বেহ, বেপাৰ } বেহ। কৰা, বেহাত নিযুক্ত, বেপাৰী; যেনে, 6703401 ***, tradiny, engaged in tral. ফ. শ. বেহা কৰে, বেপাৰী; যেনে, বেহেই হে বেহাৰ মোল জানে, a trader. বৈকুণ্ঠ, স. শ. (সং. বৈকুণ্ঠ --ৱি, নথকা+কুণ্ঠ, মায়া, মায়াশূন্য ঠাই) বিষ্ণু-লোক, বিষ্ণুৰ fa, the paradise of l'iskmi. বৈগুণ, স. শ. (সং ৱৈণ্য, দোষ ) দুগুণ, অহিত, অপকাৰ; যেনে, আভোকত ভাতে বৈগুণ কৰে, larm, injury. বৈচু, স. শ. (অং. ব, বন কৰ) বন লগোৱা বা হাল বোৱাত নিযুক্ত হোৱা অৱস্থা; যেনে, বৈচৰ গৰু, the state of being broken in for the plough or other work. . বৈচা, ক্ৰি. বি. বেলি, বাৰ, কাম কৰাৰ এটা সময়; যেনে, সি দুবৈচা আহিছে, সি বৈচা ৰাম আহোঁতে তুমি নাছিল, a বৈদিক্‌, বি. {সং. ৱৈদিক-ৰেদ, ঘাই শাস্ত্ৰ) বেদৰ মতে চলা; যেনে, বৈদিক ব্ৰাহ্মণ; বেদে বিধান কৰা; যেনে, বৈদিক ধৰ্ম্ম 74 75, following the relies, pres. cribed by the Plex. বৈদূৰ্য্য, স. শ. (সং. ৱৈদূৰ্য্য—বিদূৰ, এটা পৰ্ব্বত, যত তাক পোৱা যায়) এবিধ কলা বৰণীয়া বাখৰ, 111 of it black colene. বৈদ্য, স. শ. (সং. বৈদ্য--ৰি, জান। ৰোগৰ লক্ষণাদি জানে,এতেকে চিকিৎসক, বেজ, দৰব দিত, a physicial. বৈদ্যনাথ, স. শ. (সং. ৱৈদানাথ-বৈদ্য, বেঙ্গ + নাথ, অধিকাৰ; বৈদ্য-বিদ্যা প্ৰথমে শিৱই উলিয়ায়, এতেকে) শিৱ, মহাদেৱ, ৫৫, বৈদ্য-বৃত্তি, স. শ. (সং. বৈদ্যবৃত্তি-বৈদ্য + বৃত্তি, ব্যৱসায়) বৈদ্যৰ ব্যৱসায় বা কাৰ্য, বেজালি, the profession of a pbysician. বৈদ্যুতিক, বি. (সং, বৈদ্যুতিক--ৱিষ্যত, বিহুলী) বিহুশীৰ, বিজুলীৰ সম্বন্ধীয়, electrical. বৈধ, বি. (সং. ৱৈধ-বিধি, নিয়ম) বিধি- সিদ্ধ; নিয়মৰ মতৰ, lawful. বৈধব্য, স. শ. (সং. ৰৈধৱ--ৱিধৰা, বাৰী) বিধৱাৰ অৱস্থা, widowlhooxcf. বৈনাই, স. শ. { হিং. বহিনী, ভৰ্মী; . বুনাই, ভগিনীপতি) ভনীৰ গিৰীয়েক, ৪ younger sister's husband. বৈপৰীত্য, সশ, {স. ৰৈপৰীত্য-ৱিপৰী, thurup. বৈই, ভা, অব্য. (হিং. বৈঠন, বহন) হাতীক আঙু কঢ়াবলৈ মতা মত, a word used to make an el phant kneel down. .