পৃষ্ঠা:হেমকোষ.pdf/৭২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বোজাই, স. শ. নাৱৰ ভৰা, নাৱত ভৰা বস্তু, the hurden of a boat or ship. বোটল, “বুট” চোৱা। বোদীয়া, বি. (অ. বোধ, বুদ্ধ মুনি; তেওঁ ধ্যান মগ্ন হৈ মনে মনে থাকে, এতেকে। মৌন, অমাত, নেমাছি থকা, taciturn, habitually silent, reserved, glum. বোৰূপ, স. শ. বুদ্ধ মুনিৰ ৰূপ, অৰ্থাৎ মৌনতা, অমাত হৈ থকা অৱস্থ; যেনে, সি বেদৰূপ ধৰিছে, silence, the state of remaining speechless. বোধ, স. শ. (সং. বোধ বুধ, বুস্থ ) জ্ঞান, বুজ, বুজা শক্তি; মনৰ ভাৰ, ses, knowledge, intellect, idea. বোধু, বু” শব্দৰ অপভ্ৰংশ। বোধ, বি. (সং. বুধ, বুজ } বুজোৱা, জনোৱা ( এটা সংজ্ঞা শব্দেৰে যুক্ত হয়); যেনে, ভাৰ-বোধক, indicating (sed in composition only). বোধগম্য, বি. (সং. বোধগমা-বোধ, জ্ঞান +গম্য, যাব পৰা) বেধে ধৰিব পৰা, বুদ্ধিয়ে ঢুকি পোৰা, বুজিব পৰ; যেনে, ঈশ্বৰৰ মহিমা বোধগম্য নহয়, intelli- gible, comprehensible. বোধ, কদ, স. (সং. বোধন-বুধ, বুজ) জনোৱা বা জ্বগেৰ কাৰ্য্য, the aet of informing or awakening. বোধ, বি. (সং. ঐ বুজিব পৰা, জানিব 471, intelligible, knowable. বোলা, স. শ. মতা মেকুৰী, a male at. বোন্দা, স. শ. বেয়া, বিবৰ্ণ কঁহ, all inferior kind of bell-metal. বোলাকেঁচু, স. শ. বৰ ডাঙ্গৰ কেঁচু, a large varthworni. বোন্দোৰ, বি. বাঢ়িব নোৱৰা, কটীয়া, stunted in growth, dwarfed. বোপাই, স. শ. { হি, বাবা, পিতা) পিতৃ, forul, a father. বোবা, বি. (ব- বোবা, মূক-বো বব, অব্যক্ত শব্দ } অমাত, মাতিব নোৱৰা যেনে, বোবা জন্তু; আঁকা, স্পষ্টকৈ কথা কৰ নোৱৰা; যেনে, বোব লৰা, dunib, unable to utter articulate sounds, tongue-tiet. স. শ. কথা কব নোৱৰা মানুহ, আকৰা; যেনে, “বোবাই কয়, কলাই শুনে। সকলে হয় ভাগাৰ গুণে," a dumb person. বোবোৰা, বি. (বোৰোলা চোৱা) সৰু সৰু কেঁাহাযুক্ত; মহ আদিয়ে কামোৰা সঁচ- যুক্ত; যেনে, মহে খাই পিঠিখান বোবোৰা face, pimplel, blotoled. বোবোৰাবোবোৰ, বি. অনেক সৰু সৰু হে। বা মহ আদিয়ে কামোৰাৰ সঁচেৰে পূৰ, অধিকৰূপে বোবোৰা হোৱা, full of hlatches or pimples. বোৰোকা, বি. সৰু সৰু উঠাযুক্ত, উঠঙ্গা- উঠঙ্গি, অসমান (মুখত খাটে); যেনে, catatay Tu, pittel, umeren (said of the face). বোবোকামু, বি. সৰু সৰু টেমুনা থকা বা উপহাৰ নিচিনা মুখযুক্ত, laving a pitter facee. (স্ত্ৰী) বোৰোকা মুঈ। বোৰোলা, স, শ, (সং. বৰোল, বৰল। বৰলে খোৰাৰ সঁচৰ নিচিনা চল, a boln, an inltame sport on the skin. f. বেদোলাযুক্ত, বোবোৰা, blotch, বোৰোলাবোৰোল, বি. বলোৰাবোৰে, full of blotches, বেলু, স. শ. (সং. ৰৰ্ণ, বৰণ ) বৰ্ণ, বৰণ, ৰঙ্গা কলা আদি, a. (olour. বোল খুৱা, বৰণ বগা, বোলা, to tolog. বোল খা, বৰণযুক্ত হ; যেনে, তেজেৰে Tata , to le coloured. বোল, স. বা. (সং. বন্ধু; হিং. বোলনা; ৰং, বলন, কথা ক) কথা ক, মাত উক্তি ক; মেনে, সি বুলিছে, to speak, to say, to uttej', স. . বাকা, বন ( প্ৰায়ে মাত শব্দৰ পাচত থাকে); যেনে, মুখত মাত বোল নাই, st, বোলা, স, শ, কথা কোৱা, মাত; যেনে, তুমি তাক ৰাম বোলোৱ, to cause to speak or atter,