পৃষ্ঠা:হেমকোষ.pdf/৭১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুঢ়া-বয়স। preserved for use by buryiug ili the earth. বুঢ়া-বয়স্, “বুঢ়া-কাল” চোৱ॥ বুঢ়া-মুৱা, বি. (অ. বুঢ়া, বৃদ্ধ + মুখ, বদন) বুঢ়াৰ নিচিনা মুখযুক্ত, বুঢ়াৰ নিচিনা দেখা, olt-lookin. (স্ত্ৰী) বুঢ়াদুদ। বুঢ়ী-আই, স. শ. (অ. বুঢ়ী, বৃদ্ধা + আই, মাতৃ) পিতামহী বা মাতামহী,বোপাইৰ বা atta 1, a paternal ox maternal grandinotlier. . বুই, স, শ. বুধবাৰে ওপজা মানুহৰ নাম, the name of a Juan boru 011 Wednesday, { স্ত্ৰী) বুধবী। বুদ্ধ, স. শ. {স, বুদ্ধ-বুধ, বুঞ্জ, জ্ঞানী, এতেকে) এজন ঋষি, সূৰ্য্য-বংশী শুদ্ধো- দন ৰজা তেওঁৰ বাপেক, মায়াদেৱী তেওঁৰ মাক আছিল, তেওঁ বিষ্ণুৰ নৱম অৱতাৰ বুলি খ্যাত, আৰু ৰাজ্য, ধন, সকলোকে এৰি উদাসীন হৈ বৌদ্ধ-ধৰ্ম্ম চলালে, শাক্য সিংহ, গৌতম, sise, intelligent. (ivtama Biudha the founder of Buddhism. Visbuu's uinthi incar- pation. (Dowson). বুদ্ধি, স. শ. (সং. বুদ্ধি—বুৰ, বুজ) বোধ, বুজা শক্তি, কোনো কথা মনেৰে ধৰা আৰু মনত ৰখা শক্তি, meterstanding, intellect, বুদ্ধি-নাশ, স. শ. (সং. বুদ্ধিনাশ-বুদ্ধি। নাশ, ধ্বংস) বুদ্ধিৰ লোপ, বুজা শক্তিৰ ধ্বংস, loss of understanding or intellectual faculty. বুদ্ধি-ভ্ৰংশ, স. শ. (সং. বুদ্ধিভ্ৰংশ-বুদ্ধি + প্ৰংশ, পতন, নাশ) বুদ্ধি-নাশ, বুদ্ধিৰ Contot, see the above. বুদ্ধিভ্ৰষ্ট, বি. (সং, বুদ্ধিভ্ৰষ্টবুদ্ধি+ভ্ৰষ্ট, গুচা) বুদ্ধিহীন হোৱা, বুদ্ধি চা, কুবু- দ্ধিয়ে ধ; যেনে, বুদ্ধিভ্ৰষ্ট হলে মানুহ আপদত পৰে, deprived of intel- lectual faculties. বুদ্ধিমন্ত, বি. (স.) বুদ্ধিযুক্ত, বুধিয়ক, Teuta, s iutelligent, ingenious. বুবুৱা বুদ্ধিহীন, বি. {সং. বুদ্ধি + হীন, নখকা) বুদ্ধি নথক, silly, dill. বুদ্ধিহীনতা, গু. শ. (স.) বুদ্ধি নথকা অৱস্থা, নিৰ্বোধ, silliness, atulness. বুধ, স. শ. (সং. বুধ-বুব, বুজ) চন্দ্ৰৰ পুতেক, চতুৰ্থ গ্ৰহ; সপ্তাহৰ চতুৰ্থ বাৰ, thie planet Mercury, Welnesday. বুধি, স. শ. { বুদ্ধি শব্দৰ অংশ) বোধ, বুজ। শক্তি, বুদ্ধি; উপায়, কুপৰামৰ্শ, understanding, intellect, nians, instigation. বুধি ক, উপায় উলিয়া, কোনো কাৰ্য্য সুচল ক; যেনে, ফুটাটো তুলিবলৈ এটা af flåt, to contrive a mears. বুধি দি, কুপৰামৰ্শ দি, বেয়া কামলৈ উদগা; যেনে, দুষ্টই বুধি দি লৰা বেয়া কৰে, to instigate. বুধী, “বুহু” চোৱা। বুধিয়, বি. বুদ্ধিমন্ত, চোকা বুদ্ধিযুক্ত, intelligent, ingenions, sharp. বুধবৰীয়!, বি. বুধবাৰে জন্ম। বা উৎপন্ন, furu or produced on Wednesday, বুধূ-বাৰ, স. শ. ( স” বুধৱাৰ--বুধ+ বাৰ, সপ্তাহৰ এটা দিন) সপ্তাহৰ চতুৰ্থ দিন, Wednesday. বুন্দামা, বি. (সং- বুন্ধন, হত্যা, নাশ} সমুলি নষ্ট, ধ্বংসিত; যেনে, “কাটি, ছিঙ্গিম্লেচ্ছক pfazi yata," totally destroyed. বুন্দুৰী, “বোলো” চোৱা। বু-ককা, স. শ. (অ. বোপই, পিতা+ ককা, পিতামহ) পূৰ্বপুৰুষবিলাক; যেনে, বুপা- $942fe, ancestors, fore-fathers. বুবুৰাবা, গোপনে কোনো অনিশ্চিত আৰু গুপ্ত কথাৰ বিষয়ে মানুহে কোৱাকুই কৰা বুজোৱা শব্দ, the babbling of children; hence it comes to mean people talking about something unintelligibly, বুবুৱা, অ ধা সৰুকৈ, অস্পষ্টৰূপে কথা ক, to speak indistinctly or in a lot tune of voice. ( cafe)