পৃষ্ঠা:হেমকোষ.pdf/৭১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুজনি বুঢ়া তামোল। থকা; যেনে, বুজন লৰা; এতেকে ডাঙ্গৰ হোৱা; যেনে, লৰা বুজন হৈছে; এতেকে, আন এটা বন্ধুতুকৈ কিছু ডাঙ্গৰ; যেনে, এইটো বাটি সিটোতকৈ অলপ বুজন, kinderstanding, sensible, grown up, come to years of understanding, a little bigger. বুজনি, স. শ. নীতি বা সজ আচৰণৰ বিষয়ে দিয়া মৌখিক উপদেশ; সেনে, দৰা- কাক বুজনি দিবা; কোনো বিষয় বুজি- বলৈ ভাহি কোৱা কথা, অৰ্থৰ বাখ্যা, a lecture on morulity or good conduet, explanation, exposition, বুজ-নিৰ্গত, বি. (অ. বুজন, বোধ থকা+ নিৰ্গত, নিলাজ বা দুষ্ট ) জানি বুজি দুষ্টালি বা অন্যায় কৰা, জানি বুজিও বেয়া কাম কৰা, doing wrong witla full knowledge of the impropriety of the act. বুজ, স. ধা বোধ জন্মা, মনেৰে প্ৰবেশ কৰা, শিকনি দি; যেনে, অধ্যাপকে ছাতক পাঠ বুজায়; সপ্ৰমাণ ক; যেনে, পদে প্ৰমাণে গোচৰ বুজাব লাগে, to explain, to prove. বি. বোধ পকা, জ্ঞানী; যেনে, বুজা মানুহ; শকি বুজা যায়; যেনে, বুজা কথi, knowing, sensible, understood, known. বুজাবুজি, স. শ. এজনে আনজনৰ কথাৰ বুজ লোৱা ব পৰস্পৰে কৰা ৰিজোৱা , the act of comparing notes. বুৰ্জো, কদ, স. বুজা মানুহ, a inawls) understands, n sensible man. (87) বুজতী। বুজবাজু, স. শ. ( অ. বুজ+বজি, অনুৰূ.) সম্বাদ, উৱাদিহ; যেনে, সেই বিষয়ৰ একো বুজবাজ পোৱা নাই, information, intelligenre. বুজৰিচাৰ, স. শ. (অ. বুজ + বিচাৰ, অন্বেষণ) তানুসন্ধান, বিবেচনা, in</tiry, consideration. বু, স. শ. (সং. বৰ্তুল; হিং. বং, বুট, এবিধ মাহ) এবিধ বঙ্গালী মাহ, a kind of pulse, gram. বুট, স, ধ- মাটিৰ পৰা তুলি ল; যেনে, লৰাই বগৰী বুটলে, to pick up. এইটো ধাতু বোটল, এনেও হয়, আৰু নিত্য বৰ্তমান কালত তাৰ বোটলে, বোটলা, বোটলে, এনে ৰূপ হয়। বুটা, স. শ. (হি. বুটা; বৎ. বুটা, কাপোৰৰ ফুল ) কপোৰৰ ফুল, বেঞ্জীৰে বা লিখনী দিৰে দিয়া ফুল, a figure of a flower, &c., worked or painted «n cloth, paper, &c. বুটা তেল, বুটা দি, বেজীৰে বা লিখনীৰে 9 **, to work or paint figures of flowers, &c. বুটি, বি. খয় গৈ ভোত বা চুটি হোৱা, বহু দিন ব্যৱহাৰ কৰাত ধাৰ বা জোং গুচ; যেনে, বুটি কুঠাৰ, বুটি ৰে, বুটি কাপ, বুটি atgal utf, blunt, devoid of sharp ness or pointedness, worn short. বুঢ়া, বি. (সং. বৃদ্ধ; প্ৰাং, বুড়ঢ়; হিং. বুঢ়; বং. বুড়া, বয়সীয়া) অধিক বয়সীয়া, প্ৰাচীন; যেনে, বুঢ়। মানুহ; বহুকলীয়া, তানেকদিনীয়।; যেনে, বুঢ়া পুথি; কোমল গুচি টান হোৱা, পৈণত পাত বা ফলত খাটে }; যেনে, বুঢ়া লাউ; T91 442, ayel, old, not tender. স. শ. অধিক বয়সীয়া মুনি; যেনে, বুঢ়াৰ কথা শুনিব, a (old mall. (স্ত্ৰী) বি. স. শ. বুঢ়ী। বুঢ়া-কাল, স. শ. বুঢ়াৰ অৱস্থা বা বয়স, old age. বুঢ়া-আঙ্গুলি, স. শ. {স, বৃদ্ধাঙ্গুলি -- ৰূদ্ধ, বুঢ়া+ আঙ্গুলি, হাত ভৰিৰ ঠেঙ্গুলি) ভৰিৰ আৰু হাতৰ চুটি, শকত আৰু ঘাই আঙ্গুলি, the thunl, the big toe. বুঢ়াগোহাঁই, স. শ. অসম ৰজাৰ ঘাই মন্ত্ৰী, the prime minister of the Assam Rajas. বুঢ়া আমো, স, শ, গোৰাই থোৱা পকা তামোল, জোৰ মোল, ripe areca nut