পৃষ্ঠা:হেমকোষ.pdf/৭১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

cause to বুৰ, স, শ, { হিং. বুনা, পানীৰ তললৈ নি) মূৰলৈকে আপোনাৰ গা পানীত প্ৰবিষ্ট কৰণ, জোবোৰা, the act of diving, ininversion. . *4. statay বোকাৰ তললৈ য; যেনে, নাও বুলি, to sink, to founder. বুৰ দি বা বুৰ মাৰ, পানীত জোবোৰা মা, মূৰলৈকে পানীৰ ভল কৰ, to dive. বুৰঞ্জী, স. শ. (আহম. বু, পুৰণি কথা+ ৰঞ্জ বা লঞ্জ, বৰ্ণনা) পুৰণি কথা বৰ্ণনা বা বিবৰণ, পুৰাবৃত্ত; যেনে, অসম-বুৰঞ্জী, history. “বুলজী”, এনেও হয়। বু, কদ, স. (অৎ, বুৰ, ডুব) বুৰা বা ভুব কাৰ্য, the act of sinking. বু, স, ধা (অং বুৰ, পানীৰ তললৈ যা পানীৰ তললৈ সুম, ডুব, পানীৰ তল

  • , to submerge, to

founder or sink. বুৰিয়া, অ. . (অং. বুৰ, জোবোৰা) জোবোৰা মাৰু, বুৰ দি, to live, to have a plunge. বুলি-খেৰ, স. শ. ঘৰৰ ছালৰ পুৰণি খেৰ, old thatch of a roof. বুৰবুৰণি, স, শ. (অ. বুৰবুৰ, অলপ অলপকৈ পানী ওলাওঁতে হোৱা শব্দ) পানীৰ তলৰ পৰা ওলোৱ৷ অতি ক্ষুদ্ৰ ফুটৰ বা ফেনৰ সমূহ; মুঞ্ছিত মানুহৰ W* etatai pat, small bubbles or froth rising to the surface of water, foam prouxeding from the mouth of a person in u swoun. বুৰবুৰি কচু, মুৰ্ভূিত হৈ মুখে ফেন উলিয়া, to foam at the mouth as a person in a swuon. বুবুৰীয়া, শ, শ, পানীৰ ওপৰলৈ উঠা, বুন্ধুৰীয়া, বগা ফেনৰ নিচিনা ফুটসমূহ; যেনে, পানীৰ ওপৰত বুৰবুৰীয়া উঠিছে; ছালৰ ওপৰত ওলোৱ ক্ষুদ্ৰ কেঁহাৰ সমূহ, very small bubbles or froth rising to the surface of water, an eruption on the skin. বুল, স. . ( বৎ, বুলন, প্ৰমণ ) খোজ কা যেনে, লৰাই বাট বুলিছে, to walk. বুল, ক. স. (অৎ, বুল, খোজ কাঢ় ) বুলনি, খোজ কাচন; খোজ কঢ়াৰ প্ৰকাৰ বা গ, গতি; যেনে, কৰ বুলন, the act of walking, gait. বুলনী কাপোৰু, স. শ. মাটিত ভৰি নপৰাকৈ খোজ কাঢ়ি যাবৰ কাৰণ পাৰি দিয়া 11, it cloth or carpet spread on A path for a king, &c., to walk upk১h. . বুলনী, স, শ. গাত ৰদ বৰষুণ ন” বুলনী-ঘৰ, পৰাকৈ এটাৰ পৰা আন এটা ঘৰলৈ যোৱা দীঘলীয়া ঘৰ, a (overed walk leading from one huuse tu anotlier. বুল, স, ধ, (অং. বুল, খোজ কা) আনক খোজ কঢ়া; যেনে, লৰাক বাট বুলাইছে। খেলৰ গুটি আদি চল; যেনে, সেইটো গুটি বুলোৱা; হাত ফুৰা, মোহাৰ; যেনে, STTE BIT TAYÈCE, to cause to walk, tu rub gently with the hand, to stroke, te plote, as one of the pieces in a gume. বৃত্তান্ত, স, শ. (সৎ বৃত্তান্ত, বৰ্তমান হ, থাক্‌ বিবৰণ, পাতি, ভাঙ্গি কোৱা কথা; সম্বাদ, সমাচাৰ; যেনে, ঘৰৰ বঙান্ত

  1. je, a narrative, a description,

news, intelligence. বৃত্তি, স. শ. (সং. বৃতি, ঐ) জীৱিকা, জীৱ- নৰ উপায়, জীৱিকা উলিওৱা কাৰ্য, ব্যৱ- 717, livelihood, calling, profession. বঙিয়া, স. শ. {সং. ৰূক্তি, ব্যৱসায়) সোণা- ৰিৰ বৃত্তি লোৱা হাৰি, সোণ-ৰূপৰ কাম TY Tfa, a goldsmith of the hari caste, (an cuplemism). বৃথা, বি. (সং. বৃথা, ঢা) নিৰ্ধক, নিল, সফল নোহোৱা, fruitless, vain, futile. বৃদ্ধ, বি. (সং. বৃদ্ধ-বুধ, বা বুঢ়া, অধিক বয়সীয়া; বহুকলীয়া, পুৰণি, old, বুন্ধুৰণি,