পৃষ্ঠা:হেমকোষ.pdf/৭১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিষ্ণু-পানী। বিষ্ণু-পানী, স. শ. ( স. ৱিষ, বেদনা+ অ, পানী, জল) পকা ঘৰ পৰা বৈ পৰা পড়িল বগা ৰস, thin clourless humour from an ulcer. বিষ্ঠা, স. শ. (সং. ৱিষ্ঠা---ৱি, উপস. + স্থা, থাক ) , বহিৰ্ঘাৰ দি পেটৰ পৰা Qata, facex, oriure. বিষ্ণু, স, শ, (স. বিষ্ণু-~-ৱিশ, বাপ; জগত্তক ব্যাপি আছে, এতেকে হিন্দুৰ ত্ৰিমুৰ্তি, অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু, শিৱ এই তিনি জনা ঘাই দেৱতাৰ দ্বিতীয় জনা। তেওঁ জগতক পালন কৰে, চতুভু জ আৰু বৈকুণ্ঠত থাকে, হুৰি, is, tie second person of the Hindu trinity and the preserver of the aniverse বিষ্ণুপদ, স. শ. {সং. বিষ্ণুপদ—বিষ্ণু, হৰি + পদ, চৰণ। গয়া তীৰ্থত থক। বিষ্ণুৰ খোজৰ চিন, যত হিন্দুবিলাকে পিও দিয়ে। গয় নামে এটা অসুৰক বিষ্ণুৱে মূৰত গচকি বধ কৰাত তাৰ মূৰত তেওঁৰ ভৰিৰ চিন ৰল বুলি পুৰাণত লেখা আছে, the footprint of Vixhain at the shrine of Ginyu. . বিষ্ণুপদী, স. শ. {সং. ৱিষুদি-বিষ্ণু- পদ+ইন) জেঠ, ভাদ, আঘোণ আৰু

  • 1994 fe, the entrance of

the sun isto one of the following signs, lia:--Torun, bien, Scorpio aud Aynurius. বিষ্ণু লোক, স. শ. এস. ৱিষ্ণুলোক-বিষ্ণু, হৰি + লোক, জগত) বিষ্ণুৰ পুৰি, বৈকুণ্ঠ, the paradise of lixhue. বিচ, স. শ. ( অ- বি, বেয়া+ সঁচ, কঠীয়া) বেয়া সঁচ, বেয়া জাতৰ কঠীয়া, load peed, seed of a bad quality. বিসচীয়া, বি. বেয়া সঁচৰ পৰা উৎপন্ন, এতেকে আপোনাৰ বংশ বা জাতিকৈ নিকৃষ্ট, বিজতুৱা; যেনে, বিচীয়া মানুহ, গছ 710,of a had origin, degenerate. বিসঙ্গত, বি. (অং. বি, নোহোৱা+সঙ্গত, যুগুত অযুত, অস্থায়; যেনে, বিসঙ্গত বিস্ময়, কথা কব নেপায়, আচল, বিজুতি; যেনে, তোমাৰ বহ। বিসঙ্গত হৈছে, uristol- alile, inconvenient. বিসঙ্গতি, স. শ. জুতিৰ অভাৱ, চল, inconvenience, a clifficulty. বিসৰ্গ, স. শ. (সং. বিসৰ্গ—বি, উপস. + ঞ্জ, বিদায় দি} স্বৰবিলাকৰ শেষটো; যেনে,

, the soft aspirate marked by two

dots jılaved one above the other. . বিসৰ্জন, কুদ, স. (সং.. বিসৰ্জন-ৱি, উপস, +সৃজ, বিদায় দি। পূজাৰ অন্তত দেৱ তাক বিদায় দিয়া কাৰ্য্য, the 'cloy of sealing away a gul at the end of a prju or worship. বিচিকা, স. শ. ! স. ব্ৰিসূচিকা -বি. বিশিষ্ট + সূচিকা, বেজী, ব্ৰহ্মাৰ বৰেৰে এক ৰাক্ষসীয়ে বেজীৰ নিচিনা, অৰ্থাৎ অতি ক্ষুদ্ৰ পেক হৈ মানুহৰ তেজ শোহে, তাৰে পৰা এই ৰোগ হয়, এতেকে } জুহনী cats, colera. বিসোৱাদ, বি. (সং, ৱিস্বাদ, সোৱাদ নথকা) আমোৱাদ বা বেয়া সোৱাদযুক্ত, insipid, distastetul. বিস্ত, বি. ( সং. ব্ৰিম্ভব-ৱি, উপস.+ , বহলা) বহুত, অনেক, অধিক, uth, many, abundant. বিস্তাৰ, স. শ. (স.) বহল ৬৭, বহুত ঠাই জোৰা অৱস্থা, পৰিসৰ, ব্যাপ্তি; যেনে, afecta feta, “Spanise, extension. বিস্তাৰি, বি. (সং. বিস্তৃত, বহলোৱা) বিস্তৃত, বহলোৱা, spread. বিস্তীৰ্ণ, বি. (সং.) বহল, ডাঙ্গৰ, বহুত ঠাই 131, large, vast. বিস্তৃত্ব, কুদ, বি. (স.) বহলোৱা, বহল Fay, spread. বিস্ময়, স. শ. (সং. বিস্ময়-বি, নথকা+ শ্মি, মিটিকিয়াই হই; তেনে অৱস্থাত হাহি নেথাকে; এতেক) আশ্চৰ্য বোধ, নেদেখা নুশুনা বা অসম্ভব কাৰ্য বা বস্তু CHF 441 9914.997, wonder, sur- prise, astonishment.