পৃষ্ঠা:হেমকোষ.pdf/৭১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিস্ময়ান্বিত বিস্ময়খিত, বি. (সং. বিস্ময়ান্বিত-বিস্ময় + অম্বিত, যুক্ত) আচৰিত, বিস্মিত, তবধ, surprised astonishert, aniazed. বিস্ময়পন্ন, বি. (সং. বিস্ময়াপন্ন--বিস্ময় + আপ, পতিত; বিস্ময়ত পৰা) বিস্ময়া- fas, fafans, surprisedd, astonished. বিস্মৰণু, কদ, স. (সং. বিস্মৰণ—ৱি, গুচা+ স্ম, মনত ৰাখ; মনৰ পৰা চা) পাহৰণ, the act of forgetting, lilivion. বিস্মিত, কদ. বি. (সং. ৱিস্মিত~-ৱি, উপস, + স্মি, তালপকৈ ঘঁহি; বিস্ময়” চোয়।) বিস্ময়ান্বিত, অচিৰিত, surprisort, stion- islicul, amazel. বিস্মৃত, কৃদ. বি. (সং. বিস্মৃত বি, চা+ , মনত ৰা মনৰ পৰা ওচ, পাহৰা; চেনে, সেই কথা বিস্মৃত হল; যি পাহৰে, মনত নৰখা; যেনে, তুমি বিস্মৃত নইবা 07977 197 274fen, forgotten, for- getting, forgetful. বিস্মৃতি, স. শ. ( সং.) পাহৰণ, বিস্মৰণ, forgetfuss, oblivion. বিস্বাদ, বি. (সং. বিস্বাদ--বি, নথকা+ স্বাদ, সোৱাদ। স্বাদহীন, সোৱাদ নথকা, বি- ciste, insipid, tasteless, বিহু, স. শ. { সং. বিষ প্ৰাণনাশক বস্তু) খালে ৰা তেজত লাগিলে প্ৰাণনাশ কৰা 7, isun, venou. বিহু, স. বা. (সং. বিধ, শাসন ক} বিধান কৰ, উপদেশ ক; যেনে, শাস্ত্ৰে পৰাচিত বিহিছে; দৰ আজ্ঞা কৰ; যেনে, 4378 fact, to lay down, as a rule for, to) award, as : punishment. বিহনে, আ. অব্য. (সং, বিহীন, নথক।) অভাৱত, নথকাত, in thi' al-ele avf. বিহ, খ. ধ? ( সং, ব্ৰিহৰণ, বিচৰণ--বি, উপস. + স্ব, গ্ৰহণ কৰ) আনন্দেৰে প্ৰমণ কৰ, মনত ৰঙ্গেৰে ফুৰ, tv, liam about for pleasure. বিহৰণু, দ. স. (সং. বিহৰণ, ওপৰত চো) আনন্দেৰে , 273 274, the act of going about for pleasure. বিহ, সংখ. {সং. ৱিংশতি, কুৰি কুৰিৰ লেখ; যেনে, কুৰি গুচি পাণে এবিহু হয়, tivity, s, স, ধা. বাহুল্য- ৰূপে ক, অধিককৈ ক; যেনে, সি তীৰ্থলৈ গৈছিল, তাকে বিহাইছৈ, eilargettpron, to expatiate. বিহা, স. ধা. (অং. বিহ, বিষ ) বিহ দি, বিষযুক্ত কৰ (বিল বা পুখুৰিত খাটে।; যেনে, মাছ মাৰিবলৈ বিলখান বিহাইছে, 1. pien, is water for watching lisli, বিহানে, ক্ৰি. বি. 1 হি. বিছান, ৰাতিপু) ৰাতিপুৱাতে; মেনে, কিনে আহিবি, in the early mornini . বিহাৰ, স. শ. ( স. বিহাৰ-ৰি, উপস. +, গ্ৰহণ কৰ) আনন্দ মনেৰে কৰা ভ্ৰমণ; ক্ৰিড়া, ধেমালি, 1st at of ing about for pleasure, pastime. বিহাৰী, বি. (সং. বিহাৰি বিহাৰ + ইন্ আনন্দৰে ভ্ৰমণকাৰী; ক্ৰীড়া বা ধেমালি কৰা { এটা সংজ্ঞা শব্দৰ পাচত থাকে); যেনে, গগনবিহাৰী পক্ষী, ring about for pleasur, playing. (77) বিহাৰিণী। বিহি, কৃ. বি. (সং. ৱিহিত--ৰি, উপস. + হিত, উচিত) উচিত; সমুচিত, যুত; যেনে, তাক বিহিত দও দিবা; বিধি-সিদ্ধ; বিধান কৰা; সেনে, বেদৰ বিহিত কাৰ্য্য, proper, condign, suitable. laulul. prescribed by lan. বিহীন, বি. (সং. ৰিহীন--৮ি, উপস.+ হন, নথকা নথকা, হীন, শূন্য (এটা সংজ্ঞা শব্দৰ পাচত থাকে; যেনে, জ্ঞান-বিহীন, destitute of void of. বিহু, স. শ. { স’, ৱিধুৰ, সূৰ্য্য, মেষ, তুলা আৰু মকৰ ৰাশিত সোমোৱা দিন ) চত, আহিন আৰু পুহৰ শেষ দিন, অৰ্থাৎ বহাগ, কাতি আৰু মাঘৰ সংক্ৰান্তি। এইবিলাকৰ ভিৰৰ বহাগ আৰু মাঘৰ সংক্ৰান্তি অসমীয়া মানুহৰ বৰ আনন্দৰ দিন। প্ৰথমৰ টোক চতৰ ৰা বহাগৰ বিহু,