পৃষ্ঠা:হেমকোষ.pdf/৭১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ace. বিশ্বাস-ভঙ্গ। ৩৮৫ বিযুৱৰেখা বিশ্ব-ভঙ্গ, স, শ. {সং. বিশ্বাসভঙ্গ---বিশ্বাস pleasure, il subject, a topic, a + ভঙ্গ, ভাঙ্গন) বিশ্বাস ভাঙ্গন, বিশ্বাস thene, an oltice, situation or em- কৰি কোৱা কথা প্ৰকাশ কৰণ, ti'achery. ployment. বিশ্বাস্য, বি. (সং. ) বিশ্বাস যোগ্য, জাত বিষয়, স. শ. কোনো বিষয়ত বা পদত কৰিব পৰা, trustworty. fare cate, an olives, an ruployés. বিশ্বেশ্বব, স. শ. (সং. শ্বিশ্বৰ—বিশ্ব, জগত বিষয়াসক্ত, বি. (সং. বিষয়াসক্ত-বিষয়, +ঈশ্বৰ, অধিকাৰ) বিশ্বনাথ, পৰমেশ্বৰ; "সংসাৰৰ কাৰ্য্য + আসক্ত, বত) সংসাৰৰ fora, the level of the wiverse; কাৰ্যত বা সুখত মগ্ন, «tevoted to an epithet of siru. worllly affairs or pleasille. বিষু, স. শ. {সং, বিষ-বি, ব্যাপ, তৎ- বিষয়ে, আ. অব্য. কোনো কথাৰ, বস্তুৰ বা ক্ষণাৎ গোটেই গত ব্যাপ্ত হয়, এতেকে) কাৰ্য্যৰ সম্পৰ্কে; যেনে, বিয়াৰ বিষয়ে বিহ, খালে বা তেজেৰে মিহলি হলে প্ৰাণ cetata fafara, on the subject of, মৰা বস্তু; এতেকে বেদনা, গুড়া, uleeruing poison, pain. বিষহৰী, স. শ. (সং. বিষহৰীৰিষ, বিহ+ বিষক্ৰিয়া, স. শ. (সং. বিষক্ৰিয়—বিষ, হবী, নাশিনী। কাশ্যপৰ জীয়েক, বাসুকিৰ বিহ+ ক্ৰিয়া, কৰ্ম্ম বা চিকিৎসা} ৰোগ ভনীয়েক, অৰৎকাৰু মুনিৰ ভাৰ্য্যা, সাপ- শান্তিৰ কাৰণ বিহ খুৰাই কৰা চিকিৎসা, বিলাকৰ অধিকাৰিণী, সাপৰ বিষ-নাশিনী administration of paisun as it medi- 1931, llie goldless of the serpent (ite. বিষধ, কদ, বি. সি. বিঃ – বি, উপস, বিষা, তা. বা. (অ. বিষ, বেদন) বেদনা + ষ, গতি কৰ } বিম, বিষাদিত, বোধ কৰ, বিষৰ দ্বাৰা পীড়া পা; যেনে, আনন্দিত নোহোৰা, বেজাৰমুলা, said, গা বিৰাইছে; বেদন। জন্ম; যেনে, cheerless . 20171 1141565, to feel pain, to acie, বিষন্নতা, ও. শ. (স.) বিষম হোৱা স্থা, to cuse pain , Metadl, sichness, cheerlessness, বিষাক্ত, বি. (সং. বিষাক্ত-বিষ, বিহ + বিষধৰ, স. শ. (সং. বিষধব—বিষ, বিহ+ধ, আক্ত, লিপ্ত বিহ-গোৰা, বিহ-দিয়া, ধ, } সৰ্প, সাপ, a shalks. farge, poisoned বিষ, বি. (স. ৱিষম-ৰি, নোহোৱা+ সম, বিষাদ, স. শ. (স বিষাদ-বি, উপস.+ সমান, উত্তম) সমান নোহোৱা, বিযুৰীয়া, স, গতি কৰ} মনৰ দুখ, বেজাৰ, বেয়া, মন্দ, অধম, অসৎ, দুষ্ট; টান, 2014, Sortow, mental affliction. বেয়া প্ৰকাৰৰ ( নৰিয়াত খাটে); যেনে, বিষাদি, কুদ. বি. বেজাৰ পোৱা, শোকাষিত, farm cits, unequal, odd, evil, bad, sorrowful. wicked, of a bad type said of a ম্যিবোল, বি. (সং. বিষ, বিহ) বিষযুক্ত, discase). বিষ থকা; যেনে, বিশাল সাপ, pois বিষয়, স, শ, ( স. ৱিষয়---ৱি, উপস. + ষি, UBOIS, Venomous. আবদ্ধ কৰ সংসাৰ, সংসাৰৰ কাৰ্য বা বিষুৱ-ৰেখা, স. শ. (সং. ৱিবুৱৰেখা—ৱিবুৰ, সুখ; যেনে, বিষয়ত আসক্ত মানুহৰ দিন-ৰাতি সমান হোৱা কাল + ৰেখা, সদগতি নহয়; কোনো কথা বা কাৰ্য; আঁক) পৃথিৱীৰ মাজে দি মনেৰে দিয়া যেনে, সেই বিষয়ৰ একো মেজানে; এটা আঁক ( সূৰ্যে সেই পোন পালে পদ, বাব; যেনে, ফুকন, বৰুৱা ইত্যাদি, দিন আৰু ৰাতি সমান হয়, এতেকে সেই worldly object or pursuit, sensual atu), the equinoctial line.