পৃষ্ঠা:হেমকোষ.pdf/৭০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিষোৰ। from a beloved person. (71) fq .. শ, বিষোগিনী। বিষোৰ-জো), বি. (অঃ- বি, বেয়া+ যোৰ, যুগ) যোৰৰ এটা আনটোৰ তুল্য নো- হোৱা; যেনে, বিষোৰ মত। তিৰোৰ quan, ill-matehed, ill-mater. বিৰঞ্জ, বি. (সং. ব্ৰিৰক্ত-ৰি, নোহোৱা+ ৰ, ৰত হ} অনুৰক্ত নোহাৱা, আসক্তি নথকা, ভাল নোপোৱ; যেনে, যোগী- বিলাক বিষয়ত বিৰক্ত; অসন্তুষ্ট, বেজাৰ পোৱা; যেনে, কাকে বিৰক্ত নকৰিবা, indifferent, void of attachment, stoical, (ispleasel. বিৰক্তি, স. শ. (সং.) আসক্তিৰ অভাৱ, ভাল নোপোপাৱা অৱস্থা; যেনে, যোগীৰ মনই বিষয়লৈ বিৰক্তি জন্মে; অসন্তোষ, মনত হোৱা খং বা বেজাৰ; যেনে, কটু কথাই বিৰক্তি জন্মায়, aversion of al)- bence of affection, displeasure. বিৰচনু, কদ, স. (সং ৰিনৰি, উপস, + ৰ, নিৰ্মাণ ক) নিৰ্মাণ, ৰচন, সাজন, গদ্য বা পদ্য লিখন, tita:t (of mak- ing, composition, the writing of pirome or poetry. . বিৰচিত, কদ, বি. (স.) নিৰ্ম্মিত, সজা; দুণিত, লিখিত, সংগৃহীত, male, tom- posed, compiled. বিৰ, বি. (সং. ৱিত-- ৱি, উপস.+ৰ, ক্ষান্ত হ} নিবৃত্ত, ক্ষান্ত; মেনে, ৰণত বিৰত হল; চেনেহ বা আসক্তি এৰা; যেনে, সং- সাৰৰ সুখত বিৰত, castl, abstaining, abandoning attachment or desire. বিতি, স. শ. (স.) ৰতি বা আসক্তি গুচা অৱস্থা; ক্ষান্তি, নিবৃত্তি, the act of abandoning affection, cessation, refrainment. কি, বি. (সৎ, ৱিৰল-বি, উপস. +ৰা, গড়ি কৰু পাতল, ঘন নোহোৱা, ত; এতেকে পাবলৈ টান, অধিক মোহোৱা, thin, not dense, rare, scarce. বিৰলী, “বিড়াল” চো। বিৰাজমান। বিৰ, বি: {সং. ৱিৰস-বি, নথকা ৰস, জোল; আস্বাদ; আনন্দ } ৰস নথকা, শুকান, নিৰস; বিসোৱাদ, সোদ নথকা; বিমৰ্ষ, আনন্দহীন; যেনে, বিস 14, dry, insipid, sad, cheerless. বিৰহ, স. শ. (সং.. ৱিৰহ—ৰি, উপস.+ৰহ, ত্যাগ কৰ) প্ৰিয় লোকৰ পৰা আঁতৰত থকা অৱস্থা, বিচ্ছেদ, বিযোগ; যেনে, স্বামীৰ বিৰহ; অভাৱ; যেনে, অন্ন-বস্তুৰ বিৰহত কষ্ট হয়, separation from a beloved person, want. বিহাগ্নি, স. শ. (সং. বিৰহাগ্নি, বিৰহান, ৱিৰহাল—বিৰহ, বিচ্ছেদ + অগি, অনল, জুই; বিৰহৰ জুই | প্ৰিয় বা প্ৰিয়াৰ বিচ্ছেদৰ পৰা হোৱা সন্তাপ ay , tlo pangs of separation from a wife or husband or from a mistress or lover. বিৰহী, বি. (সং. ৱিহিন্-ৰিহ+ইন) ভাঁ বা প্ৰিয় তিৰোতাৰ পৰা আঁতৰত oy, separated from a wife or inistress. স. শ. ভাৰ্য্যা প্ৰিয় খ্ৰীৰ পৰা আঁতৰত থকা পুৰুষ, a man sepa- rated from a wife ur iuistress. (1) বি. স. শ. বিৰহিণী। বিৰা, স. শ. { হিং. বিৰা, খাবলৈ ভোল- মেৰোৱ পাণ) এখিলা বা এপাত পাণ; এখান তামোল খাবৰ জোখাৰ satya, a botol-leaf or half of it. বিৰাগ, স. শ, (সং. ৱিৰাগ—ৰি, চা + ৰাগ, অনুৰাগ) অনুৰাগ বা আসক্তি গুচা অৱস্থা, মমতা এৰণ, বিৰতি; যেনে, বুঢ়াৰ অনেক কাৰ্যত বিৰাগ হয়, indif- ferenco, cessation of affection or desirc. বিৰাগী, বি. (সং. ৱিগি—ৱিৰাগ + ইন্) বিষয়ৰ সুখত আসক্তিহীন, সংসাৰৰ মমতা 421, void of worldly affection or desire. বিৰাজমান, বি. (সং. বিমান -বি, ভালকৈ + ৰাজ, দীপ্তি কৰ) গাজ্জল্যমান,