পৃষ্ঠা:হেমকোষ.pdf/৭০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিয়নী বিযোগী প্ৰসৰ; যেনে, “পুৰুষৰ ৰণ, তিৰীৰ বিয়ন,” childbirth, parturition. বিয়নী, “বিয়ৈ” চোৱা। বিয়নী-সাবটা, স. শ. এবিধ বনৰীয়া ক্ষুদ্ৰ গছ। {তৰ গুটিবোৰে মানুহৰ গাত বা কাপোৰত ভিৰোতাই বিয়ৰ্নীয়েকক সাবটি ৰাৰ দৰে ধৰে, তেকে সেই নাম ), at kind of will plant. বিয়প, অ, ধা. { সৎ ব্লাপন, বিস্তৃত হোৱা) বিস্তৃত হ, অনেক ঠাই জোৰ, বহল হৈ যা; যেনে, ঘ-ডোখৰ ইয়ালৈকে বিয়পিছে, পুৰণি কাকতত মহী বিয়পে; এতেকে বৰকৈ প্ৰকাশিত হ, বৌটি ফুট; যেনে, ভাৰ দুৰ্য্যশ বিয়পিছে, to spreated, to lor: Loised abroad. বিয়, অ, ধ. (অং. বহল, বিস্তাৰিত) বিস্তৃত হ, বহল হৈ পৰ, বিয়প; বৌঢ়ি ফুট; ফাটি হল হৈ য (কাপোৰত খাটি ); যেনে,চুৰিয়াখান বিয়লি গৈছে,to spread, to extend, to lie biscul arvad, to love a long runt, ils at cloth. বিয়লি, স, শ. {জং, আবেলি, বিয়লি বেলা, পাচ বেলা! ভাষ্টি বেলা, তিনি পৰীয়াৰ পাছৰ পৰা দিনৰ ভাগ, the afternoon, the time from alout 3 o'clock till little before suset. বিয়লী, স. শ. (অ. বিয়ল, ব্যাপ্ত হ; তেল বা ঘিৰে ব্যাপে, এতেকে} তেল বা ঘিউ 797 tal e, pulse huskul and smeared with oil or gher. বিয়া, স. শ. (সং. ৱিৱাহ; বং, বিয়ে, উদাহ) মতা আৰু তিৰোতাত স্বামী ভাৰ্যাৰ সম্বন্ধ লগোৱা কাৰ্য, marriage, বিয়া কৰ, ভাৰ্য্যা বা স্বামী স্বৰূপে গ্ৰহণ কৰ, to marry. বিয়া দি, ভাৰ্যা বা স্বামী কৰি দি, to give in marriage. বিয়া, স, শ, { ব্যাজু, সুত; বিল) যিমান দিনলৈ ধাৰ কৰা যায়, তাৰ ভিতৰত ধাৰ মুশুজাৰ কাৰণ দিব লগা অতিৰিক্ত বাঢ়ি; ভেৰণে নিয়া নাও বা আন বস্তু খতিৰাত নোশোধোৱা বাবে দিব লগা তেৰণ, the additional interest payable on money borrowed for withlolding 1'rºj:ynient beyond the time for which the loan was taken, de- 111111age. . বিয়াহ, স. শ. {বং ব্যাস – পুৰাণকৰ্ত্তা) ওজা পালীয়ে গোৱা ব্যাৰ ৰচিত কোনো পুৰাণৰ অসমীয়া পদ, the Assamese poctical verson of a puran sung hy a band of singers. বিয়াহৰ ওজা, সেই পদ গাওঁবিলাকৰ মুখ্য age, the head of a hand of singers, who sing tle above. বিয়াহ্ গা, হাতৰ মুদ্ৰা আৰু মুখৰ ভঙ্গি দেখাই পুৰাণৰ পদ গ, t sing an Assamese roetical piore accom- pinying it with significant motions of the lands, &c. বিষুবীয়া(-জু), (অ. বি, নথকা + যোৰ, সঙ্গী) যৌৰ ভগ, যোৰৰ এট। নথকা, একণীয়; যেনে, বিযুৰীয়া কেৰু, olil, having no fellow, বিয়ৈ, স. শ. (ব. বেহাই, পপ বা জীৰ শহু- কে) পে বা জীৰ শহুৰেক, a str's ur (laughter's father-in-law. (1) বিয়নী। বিয়ৈ ৰাজী, স. শ. (অ. বিষন, প্ৰসৱ + বাজী, বন্ধ্যা) এৰাৰ প্ৰসৱ কৰি বজী la focale), a woman who has becouse harren after the first chill. বিযোগ-জো), স, শ. (সং. বিয়োগ--বি, নথকা+যোগ, মিলন) বিচ্ছেদ, বিৰহ, প্ৰিয় লোকৰ পৰা আঁতৰ হৈ থকা অৱস্থা; যেনে, বন্ধু বিযোগ, separation from or absence of a beloved person. বিযোগী(-জো), বি. এস. বিয়োগিন-~~ ব্ৰিয়োগ+ইন) প্ৰিয় লোকৰ পৰা আঁতৰত praty, separated from a beloved person. স. শ. প্ৰিয় লোকৰ বিচ্ছেদ হোৱা পুৰুষ, বিৰহী, a man separated