পৃষ্ঠা:হেমকোষ.pdf/৭০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰা- ৬৮১ বিলগ প্ৰকাশযুক্ত, কান্তিমন্ত, shining, lil- বিৰিয়া, স. শ. { অং. বেৰ, বেষ্টন কৰ) liant. বেঁতৰ আধাৰি, (চৰু আদিৰ তলি বিৰা-জ, স, শ. ( স. বৃহৎ, ডাঙ্গৰ + অং. বেষ্টন কৰে, এতেকে সেই নাম ) ধান জা, এবিধ টেঙ্গা এবিধ বৰ ডাঙ্গৰ কঢ়িওৱা বাওঁক, a toil of came tise 821 CT, a kind of acid fruit. as a support for carthen pots, a বিৰাজিত, কৃদ. বি. (সং.} উজ্জ্বলিত, piece of split bamboo used in প্ৰকাশিত, শোভিত; যেনে, হীৰা মুকু- carrying bundles of pailly on the srca fatise, illuminated, splendid, sludiler. decoratoil, adornal. বিৰুদ্ধ, কৃদ. বি. (সং. বিৰুদ্ধ --বি, উপস, বিৰাটু, স. শ. (সং.} ভাৰতবৰ্ষৰ এক দেশ, + ৰু, আটক কৰ বিপৰীত, ওলোটা; il country in luvlia. যেনে, শাস্ত্ৰৰ বিৰুদ্ধ কাৰ্য, *set, বিৰাম, স. শ. (স. ৰিম ---ৰি, উপস.+ contrary, ৰ, থাম্ ) বিশ্ৰাম, কামৰ পৰা বিৰতি বা বিদ্ধ, ৫. শ. (সং. } বিৰুদ্ধ হোৱা ক্ষান্তি; যেনে, “বোলা নাম-ৰাম, নকৰা Ty, Oppsiteness, contrariety. faata," list, cessation, step, বিৰূপ, বি. (সং. বিৰূপ —ৰি, বেয়া + ৰূপ, বিৰাম্-চিহ্ন, স, শ. (স. বিৰাম, বিশ্ৰাম + গ) কুৰূপ, অগটী, isly. চিহ্ন, চিন পঢ়াৰ মাজত এবলৈ দিয়া বিৰো, স. শ. (সং. বিৰোধ -ৰি, উপস: + font, il mark of punctuations, stops প, অটক ক) বিপক্ষত, শত্ৰতা; বিবাল, বিলী, “বিড়াল" চোৱা। মিল, দল; সেনে, বন্ধুৰে সৈতে বিৰোধ বিৰি, স. শ. মাদলী, এবিধ ডিঙ্গিত পিন্ধা 4 far, ommity, antagonisn, dis- ঢোলব অকৃতিৰ তালঙ্কাৰ, a kind of ord, contest ornament worn ou, or suspwed বিৰোধাবিৰোধি, স. শ. এজনে গান অনেৰে from, the neek. কৰা বিৰোধ, পৰম্পৰ শত, murtial বিৰি, অ, ধা. ঘামি ওলা, অলপকৈ জৰি ill-will or antagonisti. ওল; যেনে, ঘাৰ পৰা তেজ বিৰিঙ্গিছে, বিৰোধী, বি. (সং. বিবোবি-বিৰোধ+ to 0020 out. ইন্) বিপৰীত; অমিল, অসঙ্গত; যেনে, বিৰি, স. শ. (সং. ৱিড়ঙ্গ, এবিধ গছ) এবিধ বিধৱাৰ বিয়া শাস্ত্ৰৰ বিৰোধী নহয়; 778 515, a kind of medicinal plant.. শতা থকা, অহিত; যেনে, বিৰোধী ইয়াৰ বিধ, এবিধক বৰ বিৰিং, আন মানুহত বিশ্বাস নকৰিবা, Pontrar on বিধক বাবিৰি বোলা যায়। inconsistent, inimical, liostile. বিৰিঙ্গ, বি. (সং. ৰিড়ঙ্গ, চতুৰ) পাৰ্গত, বিৰোধে, আ. অব্য. বিপক্ষে, অহিতে, নিপুণ; ঘাইকৈ ৰণত পাৰ্গত; against. . “পাচে জাস্বৰস্ত বীৰ বিৰিঙ্গ। লৈলন্ত বিল, স. শ. (সং. ল, খাল; হি. ঝীল; মণিক মাৰিয়া সিংহ,” skilful, especially বং, বিল, বন্ধ পানী} নৈয়ে সোজা এৰি in battle, versed in tactics. আন এফালে যোৱাত ৰোৱা এখান হল ( অপ্ৰচলিত)। আৰু দীঘল বন্ধ পানী, a lake. বিৰিঞ্চি, স. শ. (সং. ৱিৰিঞ্চি—-বি, উত্তম- বিলগু, বি. (অ. বি, নোহোৱা+গ, সঙ্গী। ৰূপে+ ৰচ, নিৰ্মাণ কৰ) সৃষ্টি কৰোতা, লগ এৰা; যেনে, সি আমাৰ পৰা বিলগ ব্ৰহ্মা, Brahma. হল; পৃথক, বেলেগ, আঁতৰত থকা; বিৰিণা, স. শ. (সং. ৱিৰণ, এবিধ তৃণ ) যেনে, এবিধৰ পৰা আন বিধ বিলগ কৰ, এবিধ বন, a kind of grass, parted, separate.