পৃষ্ঠা:হেমকোষ.pdf/৬৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিধান বিনন্দবিলা পাচত অশুচি বস্তু ছুই ৱো অপবিত্ৰ, ceremonially unclean. বিধুমুখী, বি. (সং. বিধুমুখী-বিধু, চন্দ্ৰ + মুখ, বদন) চন্দ্ৰৰ দৰে শুৱনি মুখ থক তিৰোত, সুন্দৰী স্ত্ৰী, a beautiful Wola). নিয়ম; যেনে, শাস্ত্ৰৰ বিধান মতে চলিব, direetion, rule. বিধা, স. শ. (সং. বিধান, উপায়; সি খেতিৰ উপায়, এতেকে) কঠীয়া, খেতিৰ কাৰণ ৰখা গুটি আদি, $el kept for sowing (কাম)। বিধি, স. শ. (সং. বিধি-ৱি, উপস.+ব, ধৰণ কৰ) নিয়ম, বৰস্থা, বিধনি; কাৰ্যৰ প্ৰণালী; }, raile, prett, procedure, Bralıma or the personi fication of the creative power of God. বিধি পথালি কৰ, বাধা জন্ম, আলোৱাহ উলিয়া; যেনে, অমুকে বিয়াপান পাতছে, ভাত তুমি বিধি পথালি নকৰিবা, to raise objection, ter obstruct. বিধিজ্ঞ, বি. (সং. ৱিবিজ্ঞ- ৱিধি, নিয়ম + জ্ঞা, জান্} নিয়ম জুন, বাইশ জনা, versed in legal lore, acuintel with rules . ৰিধিবেত্তা, স. শ. (সং. ৱিধিবে—ৰিধি, নিয়ম + বিদ, জান্} নিয়ম জানো, 13 i 6917, one versed in rules and prayepits, i Inwyer, বিধিৱ, ক্ৰি. বি. (সং. বিধি, বিধি অনুসৰি) বিধিৰ দৰে, নিয়ম অনুসৰি; যেনে, বিধিৱত কাৰ্য্য কৰিবা, le:0yling to law or precepti বিধি-ষিদ্ধ, বি. (সং. বিবিসিদ্ধ---বিধি, নিয়ম + সিদ্ধ, সম্পূৰ্ণ হোৱা) নিয়ম, মত, বিধিৰ দৰে হোৱা, নিয়মৰ বিপৰীত Cartat, lawful. বিধিহী, বি. (সং. বিধিহীন--ৰিধি, নিয়ম +হীন, শূন্য বিধিৰ দৰে নোহোৱা, নিয়মৰ বিৰুদ্ধ; যেনে, বিধিহীন কাৰ্যা কৰা অনুচিত, lot sonant with, or oppposed to, law or prrecept. বিধু, স. শ. (সং. বিধু-ধু, গুড়া কৰ; মূল আশঙ্কামুক্ত চন্দ্ৰ, জোন, the moon. বিধুতি, বি. (অং, বি, নহয় + ধুতি, শুচি। অপবিত, অশুচি, গা-নোধোৱা বা ধোৱাৰ 43 বিধেয়, বি. (সং. বিধেয়—বিধি, নিয়ম। বিবিসিদ্ধ, বিধিৰ বিৰুদ্ধ নোহোৱা; for, awful, proper. বিধ্বংসন, স. শ. (সং. বিধ্বস, নাশ) stanje atrat, total destruction. ৱিন, স. শ. {সং. ৱিনষ্ট, ধ্বংসিত) জৰুৰ গৰ্ভপাত বা অকালত হোৱা প্ৰসৱ, abo- tion or premature birth (applial to an imal). বিনচু কৰ, মৰা পোৱালি জগ; যেনে, গায়ে বিনচ কৰিলে, ti) give birtli to dead offspring (applied to cattle). বিনতি, স. শ. (সং. বিনতি--ৱি, উপস, +ন,মূৰ দোৱা } নমভাৱে কৰা প্ৰাৰ্থনা, বিনয়, কাকূতি, s1]}/licativo. বিননি, স, শ. (অ. বিনা, শোক প্ৰকাশ ক) উচ্চ শব্দেৰে গুণ বৰ্ণাই কৰা শোক, fcat, larmculation. বিনন্দ, বি. (সং. ৱিনন্দ—বি, উপস. +নদ, হৰ্ষ প{) আনন্দযুক্ত, আনন্দিত; চকুক অনিন দিয়া, শুনি, সুন্দৰ, joyful, Hulissful, lappy, buautiful, pleasing to the eyt. , বিনন্দীয়া, বি. আনন্দময়, হৰ্ষযুক্ত; অতিশয় শুৱনি ( দিহিঙ্গৰ শিষ্যে গৌৰৱেৰে গোসাইৰ কথা কোৱ| মত); যেনে, প্ৰভু fantanity, blissful, very beautiful { (a term of veneration applied by the disciples of the Diling sattra to thcir Gossain). বিনন্দবিলা, বি. (সং. ৱিনন্দ, আনন্দময়। বিলাস, খেল। আনন্দেৰে পূৰ আৰু অতি সুন্দৰ; যেনে, ঈশ্বৰৰ বিনন্দবিলাস on the blissful and pleasing to the eye. .