পৃষ্ঠা:হেমকোষ.pdf/৬৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিনয় ৬৭৪ বিন্ধনা বিনয়, স. শ. { সং. বিনয়--বি, উপস.+নী, লৈ যা) নম্বতা; নষভাৱে কৰা প্ৰাৰ্থনা, fanfs, humility, supplication. বিনশ্বৰ, বি. (সং. বিনশ্বৰ-ৱি, উপস. + নশ, নাশ প) নশ্বৰ, ক্ষণভঙ্গুৰ, সদায় 77, perishable, frail. বিনষ্ট, কৃদ. বি. (সং. বিনষ্ট-~-ৰি, উপস, +নশ, নষ্ট হ) নষ্ট, ইত, lost, (load, বিনা, অ, ধা. সং, ব্ৰৰ্ণন, বিস্তাৰিতৰূপে কথন) গুণ বৰ্ণাই শোক ক; যেনে, faati Profile, to lament, to wail. বিনা, অ, অব্য. (সং, ৰিন, নহলে } বাজে, বাহিৰে, অভাৱে যি শব্দব পাচত থাকে তাৰ সপ্তমী বিভক্তি হয়); যেনে, কৃষ্ণত বিনা, তোমাত বিন; (শব্দৰ আগত স্থাপিত হৈ অভাৱ বুজায়); যেনে, বিনা দোষ ( দোষৰ অভাৱ), সেই দৰেই বিনা ta!, save, except, placed before a noun it signifies without. বিনামূল্যে, ক্ৰি. বি. (সং. বিনা, নো- বিনামোলে, হোৱাকৈ + মূল্য, বেচ) বেচ নিদিয়াকৈ বা নোলোৱাকৈ, শুদায়; যেনে, বিনামূল্যে দিলে বা ললে, without price. বিনাশ, স. শ. (সং. বিনাশ-ৱি, উপস. + নশ, নষ্ট হ} ধ্বংস, নাশ, মৃত্যু, low truction, dertl. বিনাশক, স. শ. (সং. মিশক-বি, উপস, +নশ, নষ্ট হ) নাশ কৰে'ত, ধবংশোত; Aito, a slestroyrr. a killer. , , i . স্ত্ৰী। বিনাশিকা। বিনাশন, কদ, স, { সং. বিনাশন-বি, উপস. +নশ, নষ্ট হ) নাশ কৰণ, মৰণ : বিনাশক, মাৰোতা : পচৰটো ভাৰত এটা সংজ্ঞা শব্দৰ পাচত যোগ কৰা শায় ); সনে, দৈত্য-বিনাশন, les- trnetion, a chi-stgayer (used in som- pxsition). বিনাশ, স, শ, { সং. ৱিনাশি-বিনাশ ইন) নাশ কৰোতা, বৰোতা (এটা সকা শব্দৰ পাচত যোগ কৰা যায় }; যেনে, পাপ-বিনাশী, a. (testroye. (স্ত্ৰী) বিনাশিনী। বি. নাশ পোৱা, নশ্বৰ; যেনে, fanya hay92, perishable, frail. বিনীত, বি. (সং. বিনীত—ৱি, উপস:+নী, লৈ যা) বিষযুক্ত, নম্ৰ, অহঙ্কাৰ নথকা, mild, humble. বিলুৱৈ, “বিনৈ” চোয়। বিনে, আ. অব্য. {স, ৰিন, অভাৱ ) বাজে, বাহিৰে। এটা শব্দৰ পাচত থাকে আৰু তাৰ সপ্তমী বিভক্তি হয়); যেনে, ৰামত বিনে, তোমত বিনে, seej, satv. বিন, স, শ. আহু ধানৰ মাজত গজ? এবিধ বন ( সি বিনয় কৰি ধানৰ পুলিৰ পৰা অলপ ঠাই খুজি লৈ পাচে গোটেই খান পথাৰ জোৰে; এই ভাবৰ পৰা সেইটে। ata 1975), a kind of tarr that grows amongst uhmlhan. বিন্দু, স. শ. (সং. বিন্দু, জুলীয়া বস্তুৰ টোপ) বীৰ্য, বেতস; যেনে, “যৈত, যৈত শঙ্কৰৰ বিন্দু পৰি গৈল,” (কীৰ্তন)। semoli, human scoil. বিন্দু, স. শ. {সং, বিন্দু—বিদ, বুজ পা} এটা ফুট; যেনে, (৩); জুলীয়া বস্তুৰ ক্ষুদ্ৰ টোপ; যেনে, এক বিন্দু জল; অতি অলপীয়। অংশ; যেনে, এক বিন্দুও is, a Just, a strop, small particle. বিন্দুসাৰ, স. শ. (অং. বিন্দু, বীৰ্য্য + সাব. বেস বৈ পৰা ৰোগ } পুৰুষৰ গুপ্তাঙ্গৰ পৰা ৰেসৰ আৰু তিৰোতাৰ যযানিৰ পৰা ফেনৰ স্ৰাৱ হোৱ ৰোগ, serita- turrboa, leucorrhea or whites, বিন্ধ, স. বা. (সং. বিধ; হিং. বিনা; বং বিন্ধন, ফুটা কৰ) ফুটা কৰ; যেনে, কাণ বিন্ধে; সৰু জোঙ্গা বস্তুৰ আগেৰে খো; যেনে, তাক কঁাইটে বিন্ধিলে, to pierce, to bere, to priek. বিন্ধন, কদ, স, বিন্ধা কৰা বা জোঙ্গা বস্তুৰ আগেৰে খোচা কাৰ্য, the act of boring or picking, বিন্ধনা, স. শ. ফুটা কৰা শল. ভোহৰ, a borer, an asy.