পৃষ্ঠা:হেমকোষ.pdf/৬৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

i বিদেশস্থ ৬৭২ বিধা। দেশ, পৃথিৱীৰ ভাগ) নিজ দেশৰ বাজৰ আলয়, ঘৰ} বিদ্যা শিকা ঘৰ, পঢ়াশাশি, দেশ, ভিন্ন দেশ, a foreign country. a school, a college. বিদেশস্থ, বি. (সং, বিদেশ-বিদেশ + স্থা, বিদ্যাৱস্ত, বি. (সং. ৱিদ্যাৱৎ ) বিদাত থাক্‌} বিদেশত থকা, staying or বিদ্যাৱা, নিপুণ, বিদ্বান্, বিদ্যা না, existing abroal. learned. (স্ত্ৰী) বিদ্যাৱতী। বিদেশী, বি. (সং. বিদেশি-বিদেশ + ইন্) বিদ্ৰোহ, স. শ. (সং. বিদ্ৰোহ—বি, উপ- বিদেশৰ, ভিন্ন দেশৰ, নিজ দেশৰ নন- + ঞ, হিংসা কৰ} নিজ দেশৰ ৰজাৰ হোৱা; যেনে, বিদেশী মানুহ বা বস্তু, অপকাৰ চিন্তা, ৰজা ভাঙ্গিবলৈ কৰা foreign, exotic. 7. * optat ca Startst, rebellion. লোক; যেনে, বিদেশীয়ে আমাৰ কথা বিদ্ৰোহী, বি. (সং. বিদ্ৰোহি–বিদ্ৰোহ+ কি বুজে, a. foreigner. (স্ত্ৰী) বি. স. শ. ইন) ৰজাৰ দ্ৰোহ আচৰা, ৰজা ভঙ্গিবলৈ বিদেশিনী। যত্ন কৰা, rebellious. স. শ. বজাৰ স্লোহ বিদ্যমা, বি. (সং. বিদ্যমান—ৱি, বৰ্ত} চিন্তা বা ৰজাৰ বিৰোধে উঠা মানুহ, ৪ বৰ্তমান, আগত থকা; জীয়াই থকা, retcl. (স্ত্ৰী) বি. স. শ. বিদ্ৰোহিণী। present, existing. বিদ্বান্, বি. (সং. বিদ্ব বিদ্যাযুক্ত) বিদ্যাৱস্ত, বিদ্যমান, গু. শ. (স.) বিদ্যমান থকা learned. গুণ বা তাৱস্থা, the state of {juality of বিদ্বে, স. শ. (সং. বিদ্বেষ-ৰি, উপস.+ existing, existence. ধি, হিংসা কৰ) শত্ৰুতা, হিংসা, cnnity. বিদামানে, 'আ. অব. আগত থাকেঁতে : বিদ্বেষী, বি. (সং. ৱিধি-ৱিদ্বেষ+ই) জীয়াই থাকেঁতে (তাৰ পূৰ্বৰ শব্দৰ f274 PTY, 47a, hostile, inimical. ষষ্ঠী হয়); যেনে, পিতৃৰ বিদ্যমানে, 7. , *tap, an enemy. তোমাৰ বিদ্যমানে, while living. বিধ, স, শ. (সং. ৱিধ-বি, উপস.+ধা, বিদ্যা, স. শ. (সং. বিদ্যা-বি, জান) ধাৰণ কৰ প্ৰকাৰ, জাতি, sort, kind. শিকি অৰ্জ। প্লন, অভ্যাসৰ পৰা হোৱা বিধ, “বিধাতা” শব্দৰ অপভ্ৰংশ। cata, learning, knowledge. বিধৰ, স. শ. {সং. ব্ৰিধৰ্ম্ম, অধৰ্ম্ম } অধৰ্ম্ম, বিদ্যাধ, স, শ, (সং. ৱিদ্যাধৰ-বিদ্যা পাপ, sin, rice. + ধ ধৰ; গীতবাদ্যৰ জ্ঞান আছে, বিধৰী, বি. (সং. ৰিটী, লেংটি নথকা—ৰি, এতেকে) গন্ধৰ্ব্ব, ইন্দ্ৰৰ সভাত গীতবাদ্য নথকা + ধটী, লেংটি) লেংটিও নথকা, কৰা এবিধ উপদেৱতা, a demi god বিবস্ত্ৰ, গোটেই নাঙ্গঠ, stark nalged. whose ainty is to dance and sing বিধৱা, স. শ. {সং. বিধৱাৰি, হীন হোৱা before liya. (স্ত্ৰী) বিদ্যাধৰী। +ধৱ, স্বামী) স্বামীহীন হোৱা তিৰী, বিদ্যাভ্যা, স. শ. {সং. ৱিদ্যাভ্যাস-বিদ্যা বাৰী, ৪ wilow, + অভ্যাস, শিক্ষা বিদ্যা শিকিবলৈ কৰা বিধাতা, স. শ. (সং. বিধাতৃ-ৱি, উপস, যত্ন, বিদ্যা শিক্ষা, stutty. +ধা, ধাৰণ কৰ; প্ৰাণৰ বিধান কৰো) বিদ্যাৰ্জন, স. শ. (সং. বিদ্যাৰ্জন-ৱিদ্যা+ ব্ৰহ্মা, সৃষ্টিকৰ্তা; জগতৰ ৰক্ষাৰ আৰু অজন, লাভ) বিদ্যাৰ প্ৰাপ্তি, জ্ঞানৰ কাৰ্য্যৰ বিধান কৰা ঐশ্বৰিক শক্তি, wyma, acquirement of knowledge. Brahma, the god who is said to বিদ্যাৰ্থী, স. শ. (সং. বিদ্যাৰ্থিন-বিদ্যা+ have created the world, providence. অৰ্থি, বিচাৰোতা) বিদ্যা শিকোত, বিধা, স. শ. (সং. ব্ৰিধান-ৱি, উপস+ ছাৰ, a stuclent. ধা, ধাৰণ কৰ ব্যৱস্থা, কোনো কাৰ্য্য বিদ্যালয়, স. শ. (সং. বিদ্যালয়-ৱিদ্যা+ কৰিবলৈ দিয়া উপায় বা দিহা; বিধি,