পৃষ্ঠা:হেমকোষ.pdf/৬৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বা বাতৃ, স, ধা, ভগা বন্ধু ভাল ক; যেনে, ভগা লোটা বাতে' to repair, to mend. বাতৃ, স. শ. (সং. ৰাত-—ৱা, বায়ুৰ দৰে চল) বায়ু, বতাহ; অঙ্গৰ জোৰা উথহা

  • facial catst, air, wind, rheu-

matism, grout. বাতগ্ৰস্ত, বি. (সং. ৰাতগ্ৰস্তৰাত, এবিধ ৰোগ + গ্ৰন্ত, গ্ৰাস কৰা) বাতে ধৰা, বতুৱা, বাঙৰোগী, affected with rheumatism. বাত, কুদ, স, (অ. বাতৃ, ভগ বস্তু ভাল ক) গুগ বা ফুটা বস্তু ভাল কৰণ, the act of repairing. বাঙ-পিত্ত, স. শ. { সং. পিত্ত—ৱাত, বাতৃ-পিত্ত, বায়ু + পিঙ, শৰীৰৰ এবিধ ধাতু) প্ৰকোপিত বায়ু, আৰু পি, বায়ু আৰু পিত্তৰ বিকাৰ, the inorbid state of bile. বাৰি, স. শ. (সং. বাৰ্তা, সম্বাদ) বাত্ৰা, সমাগৰ, tnews, বাৰি-কাক, স. শ. সম্বাদ-পত্ৰ, a newঃ- paper. বাতৰি-ঘোঁৰা, স, শ, শীঘ্ৰে বাতৰি নিয়া দূতে ব্যৱহাৰ কৰা ঘোঁৰা, a horse or pony used by an express messenger. বাতাচা, স, শ. (বং বাতাসা, এবিধ খাদ্য) শুদা চেনি পগাই কৰা এবিধ খাদ্য, a kind of sweetmcat. বাতি, স. শ. (সং. ৱৰ্তি, চাকি; হিং, ব. বাতী, সলাকাণি ) প্ৰদীপ, চাকি, বন্তি, a lamp. বাল, স. শ. (সৎ, ভুল-ৰাত, বায়ু; বায়ু-বঢ়া) উন্মত্ত মানুহ, বলিয়া, a উক্তি; বাদু কুকৰ্ম্ম কৰিছে বুলি কৰা উক্তি, দোষাৰোপ, ঘাইকৈ লোকৰ তিৰোবাৰে সহবাস দোষাৰোপ; যেনে, অমুকৰ বাদ উঠিছে, an accusation. বাদ, স, শ, (সৎ, দিব, কথা ) বিভিন্ন মন্তৰ দুজন লোকে আপোনাৰ মত বলৱ কৰিবলৈ কৰা উতৰা উৰি, 0$, debate, discussion, reasoning. বাদল, স. শ. (সং. ৰাৰ্দল, ডাৱৰীয়া বৰ্তৰ; হিং, বাদল, মেঘ; ব. বাদলা, ভাৱৰীয়া) ডাৱৰীয়া বতৰ, ডাৱৰ, মেঘ; rainy weather, to cloud. বি. সৰপা, এলেহুৱা; যেনে, সি এনে বাদল যে হাতখানকে লৰাব নোখাজে, lazy. ই প্ৰায়ে “বৰ- যুণ বাদল,” এই বাক্যতে হে ব্যৱহৃত। বাদানুবাদ, স. শ. (সং. বাদানুবাদ-বাদ, তৰ্ক+অনুৱাদ, আন এজনৰ পাচত কৰা এজনে কলে সি জনে কয়, এতেকে বাদ, তৰ্কবিতৰ্ক, reasoning, argumentation, debate. বাদাম, স. শ. (সং, দাম, হিং. বং, বাদাম, এবিধ ফল } এবিধ ফল, an almond. বাদী, স. শ. (বং বাজী, টাটক) ফাকি, মিছা গও, পীড়া নোহোৱাতে পড়া হোৱা যেন দেখোৱা কাৰ্য্য; যেনে, সি বাদী কৰিছে, the act of feigning of malingering. বাদী, স. শ. {সং. ৱাদি, কওঁতা, গুচৰীয়া দ, কথা ক) কওঁতা, প্ৰকাশ কৰোভা, { সমাসৰ দ্বাৰা আন এটা সংলা-শব্দৰ চত যোগ কৰা যায় }; যেনে, সত্য- বাদী; গুচৰীয়া, a speaker (used as the last member of a compound word), a plaintiff. (1) atrati বাহু, স. শকোনো কোনো ফলৰ বাকলিৰ ভিতৰৰ কোমল, ৰসাল আৰু ডাঠ ভাগ; যেনে, জৰা-টোৰ বাহু; কঁঠালৰ কোহ ঢাকি থকা কোমল ভাগ, the thick, succulent inner pericarp of certain kinds of fruit. . mad person, বাৰ্তা, কদ, স. (অং.. বাতৃ, ভগ। বস্তু ভাল কৰ) ভগা বন্ধু ভাল কৰোতা, a repairer. {স্ত্ৰী) বাৰ্ততী। বাবা, স. শ. (সং. ৱাৰ্তা, বাতৰি) সম্বাদ, gefa, news. বা, স, শ, (সং. অপবাদ, দোষাৰোপ-- দ, কথা ক) কোনোৱে কোনো এটা 42