পৃষ্ঠা:হেমকোষ.pdf/৬৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাটিক। বাপ্তা মাৰ,। টান বস্তুত আঘাতৰ শব্দ) কাঠ খুলি পোক উলিয়াই খোৱা এবিধ চৰাই; ( নিন্দাৰ্থত) কৃপণ মানুহ, a wood- pecker, a miser. বাতি, স. শ. (অং, বাঢ়, বৃদ্ধি পা} বৃদ্ধি, বাদুন; আৱশ্যকতুকৈ অধিক বা ব্যয় হৈ বাঢ়ি থকা ভাগ; যেনে, এশ টকা atoft date, an increase, a surplus, 21 excess. বাটি কৰ আঁত আৰম্ভ কৰ, তাঁত ববলৈ দীঘৰ সূতা মেল, to extend and ar- range the warp prorious to weav- ing. বাটে, ক্ৰি. বি. (সং, ৰাট, পথ) বাটত, আলিয়ে দি; যেনে, এই বাটে যাো; এতেকে যুক্তি বা নিয়ম মতে; যেনে, het saa atest, by a road, accord- ing to rale, reasonably. বাটোৱালী, স. শ. তিনি মুনি বাটত থকা wfar gat, a she-devil supposed to dwell at the junction of three roads. বাড়ৱাগ্নি, স. শ. (সং. বাড়ৱাগ্নি-বড়, ঘূৰী + অগ্নি, জুই; তাৰ মুখ ঘূৰীৰ নিচিনা, এতেকে) সাগৰৰ তলৰ জুই, Aubmarine fire. বাঢ়, অ, ধ· (সৎ, বৃধ; হিং, বঢ়না; বং বাড়ন, বৃদ্ধি পা} বৃদ্ধি পা, অধিক বা, ডাঙ্গৰ হ; যেনে, পানী বাঢ়িছে, to grow, to increase. 4. 4. (579- পাত্ৰত ঢাল; যেনে, ভাত বাড়ে, to serve, as food. n. 7. ato tet, (স্ত্ৰী) বাড়ী। বাঢ়ন, কুদ, স, ডাঙ্গৰ বা অধিক হওন, বৃদ্ধন; ভাত আঞ্জা বাটি দিয়া কাৰ্য, the act of growiny or increasing or of Kerving up food. বাঢ়নী, স. শ. {হিং. বঢ়নী; বৎ বড়ুন, ঠাই সৰা সঁজুলি) বাহৰ কাঠী আদি ঠঙ্গা বস্তুৰে সজা, ঠাই সৰা সঁজুলি, a broom. বাঢ়নী-পানী, স. শ. বাঢ়ি অহা পানী, ধল, a flood. বাঢ়ি, স. শ. {স বৃদ্ধি, সুত) ধাৰে নিয়া ধনৰ পৰা বঢ়া ধন, সুত, বিয়াজ, interest on money lent. . বাড়ৈ, স, শ, (সং ৱৰ্ধকি; হিং. বঢ়ৈ, কাঠৰ কাম কৰোতা) কাঠৰ কাম কৰা মানুহ, a carpenter. বাচৈটোকা, স. শ. (অং. বাঢ়ৈ, ঐ+ টক, বাণু, স, শ, (সং, ব্ৰণ, শব্দ ক; চেঁ ঠো কৰি যায়, এতেকে) শৰ, কঁড়; এতেকে, কুম; বলিৰ পুতেক, a arrow, au injurious incantation, the son of Bali (see Dowson). বাণ, স, শ, (সং. বাণি, বোৱা কাৰ্য) বোৱা সূতাৰ বা কাঠীৰ ঘন বা পাতল অৱস্থ৷; যেনে, কাপোৰৰ বাণ, খৰাহিৰ বাণ; মাছ ৰাখিবলৈ সোত পানীত পথ- লিকৈ বৈ দিয়া বেৰ, a. texture, a fence maisod across a stream to catch fish. বাণি, স. শ. (সং. ব্ৰণি, কাপোৰ বোৱা কাৰ্যা) কাপোৰৰ পথালি ফাল; এতেকে 07/27 fore, the breadth of a cloth, the side of a boat. বাণিজ্য, স. শ. (সং. বাণিজ্য—বৃণিজ, বেপাৰী) বেহা, বেপাৰ, trade, com- merce. বাণিফটা, বি, (অ. বাণি, নাৱৰ দাতি+ ফটা, ছি) দাঁতিত ফাট থকা (না), having a crack on the side, as a boat. বাণি-সূতা, স. শ. বাণিৰ বা কাপোৰৰ Startet afta yey, the woof of cloth, বাণী, স, শ, (সংব্ৰণীৱন, কথা ক) বাক্য, বচন, মাত, কথা; সৰস্বতী, speech, the goddess of speech. বাঙা, স. শ. {সং. বন্ধন, বান্ধু) হাতীৰ ঠেং জোটা যতন বা ই, a fetter for the legs of an elephant. , বা মাৰু, হাতীৰ ঠেং জুটি বাঙ্কু, to hobble.