পৃষ্ঠা:হেমকোষ.pdf/৬৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বানপ্ৰস্থ পাঙ্গুলি বাদুলি, স. শ. (সৎ, বাতলি, ব, বাদুড়, এবিধ জন্তু) এবিধ ছালৰ নিচিনা পাখীৰে উৰি ফুৰা জন্তু, a bat, a fyg fox, a vampire. ইয়াৰ দুবিধ --ডাঙ্গৰ বিধক বৰ বালি, সৰু বিধক চুঙ্গা বালি বোলা যায়। বাদুলি-সঁচাৰ, স. শ. বৰ বাদুলিৰ দৰে ওলমি থকা এবিধ সঁচাৰ, a padlock. বাদ বিচাৰ, “বাদানুবা চোৰ। বা-বিবাদ, স. শ. (সং, দৱিৱাদ--ৱাদ, তৰ্ক + ব্ৰিৱাদ, দন্দ ) কবিতৰ্ক, লোক মত খাই নিজ মত বলবৎ কৰিবলৈ কৰা উতৰা উৰি; এতেকে বাচাবাচি, catfex frate, debate, continversy, altercation, oral dispute. বাদা, স, শ. (সং. বাদ্য, শব্দ ক) বজোৱা যন্ত্ৰ, ঢোল খোল আদি,। musical instrument. বাদ্য-ভাণ্ড, স. শ. (সং. ৱাদ্য, ঐ + ভাণ্ড, ঐ; একে অৰ্থ বুজোৱা দুটা শব্দে বহুত বুজায় ) অনেক বিধৰ বাদ্যৰ সমূহ; বিয়াৰ বাদ্য-ভাণ্ড বাজিছে, number of musical instruments. বাধু, স. ধা. { সং. বাধ, নিষেধ ক) নিষেধ কৰ, মানা কৰ, হাক দি; যেনে, জীৱ UT1 ## affärs, to forbid, to prohibit. স. শ. নিষেধ, মানা (সদায় পাচত এটা না পদ থাকে); যেনে, সেই কামত বাধ নাই, Trolibition, (followed by a negative বাধক, স, শ, বাধা কৰোতা বা জন্ম, forcat prátot, lie who prevents, linders or opposes. বাধা, স, শ. (স.) মনা, নিষেধ, হাক, prohibition, himlerance, obstruction. বাধিত্ব, কদ, বি. আবদ্ধ, লৰচৰ বা অঙ্গ প্ৰকাৰ কৰিব নোৱৰা, নকৰি থাকিব। নোৱৰ; যেনে, সি যাবলৈ বাধিত হল; উপকাৰেৰে বন্ধ, অনুগৃহীত; আপুনি মোৰ ঘৰলৈ আহি বাধিত কৰিব, compelled, obliged, bound by some favour rendered. বাধ্য, বি. উপকাৰৰ দ্বাৰা আবদ্ধ হৈ বশ হেৰা, মানা বা আজ্ঞা অনুসৰি চলা; যেনে, সি আপোনাৰ বাধ্য, boundly moral obligation, obedient. বা, স. শ. এবিধ খুৰা লগোৱা ভোজনৰ 99, panto, a dish with a font. বান্, স, শ. (সং, ব্ৰন, ধল, শব্দ ক } হু হু শব্দ কৰি বৰ বেগেৰে অহা ধল; যেনে, ভোগদৈ বা চৰাইপানী নৈৰ বান, a very high and rapidl flow of water in a river, a high floodl. বা, স. শ. চাম, একেবাৰেই উৎপন্ন হোৱ। ফল আদিৰ সমূহ; যেনে, এবান পকিছে, qatar #facs, a crop of small fruits or flowers, a batch. বান, স. দা. { হিং, ভাননা, ভাঙ্গন; বং ভানন, ধান পৰিক্ষাৰ কৰণ ) কী ব| উৰালত খুন্দি পৰিষ্কাৰ কৰ বা চোকো। চা (ধানত খাটে }; যেনে, ধান atforcat eye H, to husk, as paliły. কুদ, স. বানো, { স্ত্ৰী) বানী। বান, স. শ. মূল্য, বেচ; যেনে, গাখীৰৰ বানচ; বেতন, কাম কৰাৰ বাবে দিয়া ধন; যেনে, বানচ খোৱা হজুৱা, price, Wages. বান, স, শ, { হিং. বং. বনতি, এবিধ কাপোৰ) এবিধ নোমৰ কাপোৰ, broad, cloth, বান, কদ, স. (অ. “বা,” চোৱা ধানৰ Cotrajay brea, the act of husking as paddy. বানপ্ৰস্থ, , , (সং, বানপ্ৰস্থ-~-ব্ৰন, হাবি + প্ৰস্থ, যোৱা—প্ৰ, উপস. + স্থা, থাকু) গৃহস্থী সুখ ভোগৰ পাচত ঈশ্বৰৰ উপাসনাৰ কাৰণ বনলৈ যোৱ ব্ৰাহ্মণ, a Brahman who having enjoyed worldly lappiness as a house- holler, leaves his house and family for lonely meditation in the woods. ?