পৃষ্ঠা:হেমকোষ.pdf/৬৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাদণ্ড বাচ্য বাপত্ত, বি. (সং. বাবা, বাক্য + দত্ত, দিয়া–দা, দি) বাক্যেৰে দিয়া, দিবলৈ অঙ্গীকাৰ কৰা, দিম বোলা, [promised, (স্ত্ৰী) বাদ। বাগান, স. শ. (সং. বাদান—ৱা, বাক্য + দান, দিয়ন } বাক্যেৰে কৰা দান, দিবলৈ কৰা অঙ্গীকাৰ; ঘাইকৈ ছোৱালী দিবৰ প্ৰতিজ্ঞা, বিয়াৰ নিৰ্বন্ধ, a promise of a gift, betrotlal. বান্দেৱী, স. শ. (সং কান্দেৱী--া, বাক্য + দেৱী, দেৱতা) বাগীশ্বৰী, সৰস্বতী, the goddess of spech. বাঘ, স. শ. {সং. বাগ্যৱাক, বাক্য + যন্ত্ৰ, যতন) মানুহৰ বাক্য উচ্চাৰণৰ ঘাই যতন; যেনে, জিভ, ওঁঠ, দাত ইত্যাদি। নিশ্বাসৰ নলীৰ ওপৰৰ ভাগ যত ঠেক খাই মাত ওলায়, an (organ of speech, such as, the longue, the lips, the teeth, &c., tlıc larynx. বাহ্, স. শ. (স’ খ্ৰ, এবিধ জন্তু) এবিধ হিংসক জন্তু, তাৰ অনেক উপজাতি আছে, a tiger, a leopard, &c. নাঘ-চোৰা, স. শ. এবিধ কঁইটীয়া লতা, a kind of thoroy creeper. বা-জৰী, ম. শ. (হিং. বাগডোৰ, দীঘল লাগাম ৰথৰ বা গাড়ীৰ ঘোৰাৰ লাগাম, a rein of a lorse attached to a car, &c. (বৰ চলিত নহয় )। বাঘ-জালী, স. শ. { অং. বাঘ, ব্যাঘ্ৰ + জালী, জালপতা মানুহ লুকোৱা ঠাই; বাঘে গৰু ধৰিবলৈ লুকোৱা জোপাৰ নিচিনা, এতেকে) চৰাইলৈ জাল পতা মানুহ সুকাই থাকিবলৈ গছৰ ডাল আৰু লতা আদিৰে বেৰা ঠাই; যেনে, “যম-কাল-মায়া-মৃত্যুৱে বেঢ়িয়া আছে বাঘ-জালী কৰি।” (শঙ্কৰ), a - biding-place for persons laying snares for birds, . বাচ্-চকা, স, শ, বাঘে গৰু আদিক হতেৰাৰে কৰা আঘাতৰ নিচিনা ঢাকা, দুয়ো হাত লগ লগাই মৰা ভাৰ Tºta, a suvere stroke with the pulms of both the hands joined togetlier. . বাখ-নৈৰ্জী-থ, স. শ, বাঘৰ নেজৰ আচৰ নিচিনা কলা অচযুক্ত এবিধ নোমৰ কাপোৰ, a kind of stripped rugs or blanket. বাথু-মকৰা, স. শ. এবিধ ডাঙ্গৰ যকৰা, a kind of spider, tlıe tarantula. বাঘমৰীয়া, স. শ. বাঘ মাৰোতা, বাঘমৰা মানুহ, a tiger killer. বাঙ্কৰ, বি. অকামিল (বস্তু খাটে); যেনে, বাঙ্কৰ বস্তু; অপত্ৰ, একো নজনা; যেনে, বঙ্কৰা মানুহৰ বাৰা কথা, worthless (applied both to persons and things). বাঙ্গ, স, শ, বঙ্গ-দেশৰ পৰা অন। মহ, বিদেশী মহ, তাৰ পৰচ, an impotect buffalo, its offspring. বাচক্, বি. (সং. বাচক -চু, ক) কোৱা, বুজোৱা; (দ্বিতীয়া তৎপুৰুষ সমাসৰ দ্বাৰা সংজ্ঞা শব্দৰ পাচত যোগ কৰা যায়); যেনে, সংখ্যা-বাচক, signifying, meaning (used as the last member of a compound word). বাচনিক, বি. (সং. বাচনিক- বুচন, বাক্য) বাক্যেৰে বুজোৱা, মুখেৰে কোৱা, নিলিখা; যেনে, বাচনিক সমাচাৰ, verbal, oral. বাচল্লিশ (-), সংখ্যা (সং. দ্বচাৰিংশ; বং বেয়াল্লিশ, দুকুৰি দুই) দুই অধিক pfa, forty-two. বাচস্পতি, স. শ. (সং, কাচস্পতি--- বাক্য+ পতি, অধিকাৰ; বাক্যৰ পতি) পণ্ডিতৰ এটা উপাধি; বৃহস্পতি, a title given to a learned man, Vrihaspati the preceptor of the gods. বাচাল, বি. (সৎ, চাল-চ, বাক্য) অধিক কথা কোৱা, talkative. বাচ্য, বি. (সং ৱাচ্য-চ, কথা ক) কবৰ যোগ্য, কথ্য; যিহৰ বা যাৰ বিষয়ে কোনো কথা কোৱা যায়; যেনে, জ্ঞান- হীন মানুহ পশু শব্দৰ বাচ্য, fit or