পৃষ্ঠা:হেমকোষ.pdf/৬৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাগে বাগৰ। বাগৰ, , , (হিং. বগাৰনা, দলিয়াই পেলোৱা) ঘনে ঘনে তলৰ গতি ওপৰ আৰু ওপৰৰ গতি তল কৰি গতি কৰ; যেনে, পৰ্বতৰ পৰা শিল বাগৰে; বৈ যা, জুলীয়া বৰ দৰে গতি কৰ; যেনে, দলৈ পানী বাগৰে; কষ্ট পাই লুটিয়ালুটি কম্; যেনে, পেটকামুৰীয়াই মাটিতে বাগৰে, পাটীতে বাগৰে; নিজৰ ঘৰ বা স্থিতাপি ঠাই নথকাত অনেক ঠাইত লোকৰ ঘৰত নিবাস কৰি ফুৰ; যেনে, বাৰ ঘৰত বাগ ৰোতে তাৰ জনম গৈছে, to roll, ta) writle or toss nbout in pain, to wander about, as a vagabond. *. *. ওপৰৰ ফাল তল আৰু তলৰ ফাল ওপৰ কৰা বা লুটিওৱা কাৰ্য্য, a rolling, a tirming froin side to side. বাগৰ খা, লুচি খাই পৰ, ta tumble. বাগৰ দি, বাগৰ মাৰ বা বাগৰ ল, তলৰ কঁতি ওপৰ, ওপৰৰ কঁাতি ভল কৰ, লুটি y, to turn upside down. বাগৰি ফুৰ, বেদনাত তত নেপাই সম্বনে ওপৰৰ ঈতি হল, তলৰ তি ওপৰ কৰি এঠাইৰ পৰা আন ঠাই পা গৈ; যেনে, সি পেটৰ কামোৰ বাগৰি ফুৰিছে। নিজ ঘৰবাৰী নোহোৱাত অনেক ঠাইত অনেক ঘৰত বাস কৰি ফুৰ; যেনে, মাটি বাৰী বেচি খাই অমুক বাগৰি ফুৰিছে, try toss or writto in pain, to wander about, as a vagrant. বাগৰা, স, ধা. বাগৰ খুৱা, লুটিয়াই পেল, লুটি খুৱা; যেনে, শিলাটা atsz!, to turn over, to cause to to talk, especially to talk much ur foolishly (ſlaughton). বাগি, স. শ. এবিধ কাইটীয়া সৰু গছ; তাৰ দুজাতি, এ জাতিৰ ফুল হালধীয়া, আন জাতিৰ নীল বৰণীয়া, ঝিন্টী, a species of flowering shruh, another species. বাগি, স. শ. চাতুৰী, টেঙ্গলি, ছলনা; যেনে, সাত শিয়ালৰ বাগি জানে, sub- terfuge. বাগি দি, বাগি মাৰ, গা সাৰিবৰ কাৰণ f454 , to tell a lie in order to Lscape punishment or detectiou. বাগি ধৰ, এজনে কোনো কাম নকৰিলে কৰিবলৈ অস্বীকাৰ কৰ; যেনে,এলেহুৱাই আনৰ বাগি ধৰে, to refuse to do a thing unless another does it. বাগি ল, সাৰিবৰ কাৰণ কোনো বস্তুৰ তিয়ে ঘূৰি যা; যেনে, বাঘে খেদি আহিলত সি 5154 afir 969, to pass round or double something to escape from an enemy. বাগি কুঠাৰ মাৰ, কোনো বস্তুৰ চাৰিও বাগে বা ফালে কুঠাৰেৰে আঘাত কৰ; যেনে, হলা গছত বাগি কুঠাৰ মাৰে, to strike with an axc all round. বাগি-বুগা, স, শ, { অং. বাগি, ছল + বুগা, অনুৰূ.) ফাকি ফুকা, ছল-চাতুৰী, deccj tion and trickery: বাগিয়াব, বি. বাগি দিয়া, ধূৰ্ত; যেনে, সি বৰ বাগিয়াৰ, artful. স. শ. বাগি দিব জনা মানুহ; যেনে, বাগিয়াৰৰ বাগি, an artful person. বাগীশ, স. শ. (সং. বাগীশৱা, ৰাক্য+ ঈশ, গৰাকী; ক্যৰ অধিকাৰ) উত্তমৰূপে কথা কব জনা; পণ্ডিতৰ এটা উপাধি, an orator,a title given to a learned man. বাগীশ্বৰী, স. শ. (সং. বাগীশ্বৰী—ৱা, বাক্য +ঈশ্বৰী, অধিকাৰিণী ) সৰস্বতী, the goddess of specch. বাগে, আ, অবা, ফালে; যেনে, এই বাগে, in the direction of. roll over বাগৰা-বাগৰি, স, শ. লুটিয়ালুটি, বাৰম্বাৰ তলৰ গতি ওপৰ ওপৰৰ দাতি তল কৰা কাৰ্য্য, চট্টফটনি; যেনে, নৰিয়াই ৰাগৰ 1964 facs, the act of tossing or writhing in pain. . বাগাড়ম্বৰ, স. শ. {সং. বাক্, বাক্য + আড়ম্বৰ, আৰস্ত) অৰ্থ লৈ নেচাই কৰা শুদা উচ্চ শব্দৰ ব্যৱহাৰ, a beginning