পৃষ্ঠা:হেমকোষ.pdf/৬৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাচানাচি। proper to be spoken. 7. festa অৱস্থা বিশেষ; যেনে, কৰ্তৃবাচ্য, কৰ্ম্ম- বাচ্য, ভাৱ-ৰাচ্য, the voice of a verts. চ্যাচিা, স. শ. (সং. ৱাচ্য, কপনীয়) উখন উখনি, মৌখিক বিবাদ, an oral dispute, an altercation. বাছ, স. বা. {স, নিক্মাচন; হিং, বাছনা; বৎ- বাছন, মনোনীত কৰণ) এবিধৰ পৰা আন বিধক বেলেগ কৰ; বেয়া ভাগ এৰি ভাল ভাগ ল; যেনে, বছা সূতাৰ কাপোৰ; বেয়া বুলি এৰ; যেনে, অমুক গাবিলাকে বাছিছে; কাটি বা ছিঙ্গি বান্ধিবলৈ যুগুত কৰ; যেনে, মাছ, মঙ্গহ বা শাক বাছিছে; কাপোত ফুল দি; যেনে, শিপিনীয়ে ফুল বাছে, to select or elect, to reject, to prepare for cooking, to form (as figures of flowers, &c., in cloths). 7. *. 677 আৰু বেয়াৰ বিচাৰ; যেনে, আজি কালি ধৰ্ম্ম অধৰ্ম্মৰ বাছ নাই, (listinction between good and bad. T. 4. বাছেতা, (স্ত্ৰী) বাছতী। বাছবনীয়া, বি. বাছি লোৱাৰ নিচিনা, ভালকৈও ভাল, অতি উত্তম, select, best. বাছি ল, মনোনীত কৰ, অনেকৰ মাজৰ পৰা ভাল বুলি গ্ৰহণ কৰ, to select, to choose. ৰাছন, কদ, স. বহু কাৰ্য্য, মনোনীত কৰণ, selection, election. বাছনি,স, শ. মনোৰ্নীত কৰা বা বাছি লোৱা কাৰ্য; কাপোৰত ফুল দিয়ন, selection, election, the act of forming figures of flowers, &c., (in cloths ). বাহঁৰু, স. শ(সং. বৎস; হিং, বছড়; বং বাছুৰ, গৰুপোৱালি ) দামুৰি, গৰু পোবালি, a calf. ৰাছ-সূতা, স, শ, সূতাৰ ভাল ভাগ লৈ এ বেয়া কাগ; যেনে, বাছ ভাৰ

  1. cofta, thread or yarn rejected

after taking the better portion. বাহু। জ, স. শ. {সং ৰাহু; বং, বাক, বাহিৰ) বাহিৰ, বাহিৰৰ ভাগ বা ফাল, the outside. বি. বাহিৰৰ, ভিতৰৰ নোহোৱা; যেনে, বাজ ফাল; সম্পৰ্ক নথক, নিজ ঘৰৰ নোহোৱা; যেনে, বাজ মানুহ। প্ৰকাশিত, ব্যক্ত, সকলোৱে জনা; যেনে, গুপ্ত কথা বাজ হল; বাহিৰলৈ অহা; যেনে, জীৱ বাজ হল; পৃথক, বেলেগ; যেনে, এই বস্তু সেই ভাগৰ বাজ, exter- nal, vutward, made public, exposed, come fortlı, separate, inconected. বাজু, অ, ধা, (সং. ব্ৰদ, শব্দ ক; হি. বাজনা; বং, বাজন, বাদ্য হোৱ) বাদ্যৰ দৰে শব্দ বা ধ্বনি ক; যেনে, ঢোল বাজে; কোনো এক পক্ষৰ ফলীয়া হৈ কথা ক; যেনে, লোকৰ কথাত তুমি বাজা কিয়? to solud or take a noise, as a musical instrument, to side with, or speak on bchalf of a party. বাজি উঠ, দুই বিবাদীৰ এজনৰ ফালে কথা , to side with, or speak out behalf of one of two quarties. বাজন, কুদ, স, বাদ্যৰ দৰে শব্দ কৰা কাৰ্য, the act of making a noisc, as a musical instrument. 7. *. TV , u bullock, বাজনা, স, শ, (সং. দ্য; হিং. বাজন; বাজনা, বজোৱা) বজোৱা যন্ত্ৰ, খোল, মৃদ আদি, a hasical instru- nicnt. বাজী, স. শ. ( ব’, বাজী, ভেলেকী } ইন্দ্ৰ- জাল বিদ্যা, টাটক; কই খাৰেৰে কৰা atay facentre, jugglery, fireworks. বাজী, স, শ, (সং, ৰাজিন-জ, বে+ : ইন) ঘোটক, ঘোঁৰা, a pony, a horse, বাৰ্জীকৰ, স. শঐন্দ্ৰজালিক, টাটকীয়া, a juggler. বাজু, স, শ. (হিং. বং, বাজু, বাহুৰ অলঙ্কা) কেয়ুৰ, বাহৰ অলঙ্কাৰ, an ornament for the arm, an armlet.