পৃষ্ঠা:হেমকোষ.pdf/৬৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বজ্ৰপাণি। বজ্ৰপাণি, স. শ. (সং. পাণিৱ + পাণি, বটলা, স. শ. বাটলু তিৰোৰ স্বামী, বিয়া নকৰাকৈ ভিৰোতা ৰখা মা, a man wl keeps a concubine. বটা, স. শ. (ব. বাটা, তামোলৰ পাত্ৰ) সৰাইকৈ চাপৰ এবিধ খুৰ লগোৱা পাত্ৰ, ভাত মোল থোৱা যায়, আৰু মান্ত লোকক কোনো বস্তু বা দেৱতাক নৈবেদ্য দিয়া যায়, a tray with a foot, lower than a surui on which betel-nuts are kept for offerings are made to or anything is presented to a res. pectable person , বটা, স. শ. (সং. ৱৰ্ত্তক; হিং, বটে, এবিধ চৰাই) এবিধ সৰু চৰাই, বটা চৰাই, a quail. (Perlix olivaceu). বটালী, স. শ. (ব. বাটালী, এবিধ বাঢ়ৈৰ সঁজুলি) এবিধ কাঠ পোলা অস্ত্ৰ, a elhiscl. বটিয়া, সু. দ. বিন্ধাত হেঁচি সুমা; যেনে, মুখত আঙ্গুলি বটিয়াইছে, to thrust into, use, (১] the gods to lami. বঞ্জপ, স, শ. ( সং. ৰুপাত--ৱজ+পাত, পতন ) ভয়ঙ্কৰ গাজনিযুক্ত বিহলীৰ আঘাত; অকস্মাত হোৱ ডাঙ্গৰ বিপদ, a stroke of lightning, a sudden misfortune. বক্সময়, বি. (সং, ৰময় -ব্ৰজ +ময়, স্বৰূপ) বজ্ৰৰ দৰে টান, বৰ টান, very leard, adamantine. বজ্ৰলেপ, বি. (সং. ব্লজ্ৰ + লেপ, লেও; বৰ্জেৰে লেও দিয়াৰ নিচিনা বৰ টানকৈ লাগি ধৰা, এৰুৱাব নোৱৰা; যেনে, বজ্ৰলেপ গাঁঠি; বৰ টান,নিছিগানভগ,very tiglit, inseparably adhering, very lar). বজ্ৰাঘা, স, শ, (সং. বজ্ৰাঘাত-~ৱ, বিদুলীৰ লগত হোৱা ঢেকেনি + আঘাত, প্ৰৰ ) বজ্ৰপাত, বিহুলীৰ খুন্দা; এতেকে অকস্মাৎ হোৱা বৰ আপদ, a stroke of lightniny, a sudden misfortune. ব, স. বা. {সং. ৰস, নিবাস ক) বাস কৰ, খপ, থাক্‌, গত কৰ { কালত খাটে); যেনে, এৰাতি বঞ্চিলে; পৰিত্যাগ কৰ { টোপনিত খাটে); যেনে, টোপনি $ catst ey, to spend, as timo), to forego, (as sleep). ব, স. বা. (সং. ৱ, ছল ক) প্ৰতাৰণা কৰু, ছল, to cheat, to deceive. কুদ, স, বঞ্চোত, (স্ত্ৰী) বঞ্চতী। বঞ্চক, স, শ, প্ৰভাৰক, ছলো, বঞ্চো, a cheat, % rogue. বঞ্চন, কদ, স, বঞ্চ কাৰ্য, ছলন, tlie act of deceiving বঞ্চনা, স. শ. প্ৰতাৰণা, ছল, ফাকি, deceit, fraud. বঞ্চিৎ, বি. প্ৰতাৰিত, বঞ্চা, ফাকিত পৰা; নিৰাশ, হীন কৰা; যেনে, সুখেৰে বঞ্চিত, chcated, defrauded, deprived of. বটু, স. শ. (সং. বট-টু, বেষ্টন কৰ) বড় গছ, এবিধ আঠা ওলোৱা গছ, the Indian fig tree. l'eus Indic. (Roxb.). বটীয়া, স. শ. (সং. বটী; বং, বাটিয়া, জৰী) মৃত পকাই কৰা মিহি জৰী; কাপোৰ সিয়া জৰী; এবিধ সৰু মাছ, twine, string, a kind of small fish. . বটুৱা, স. শ. ( হিং, বটুৱা, সৰু জোলোঙ্গা) ভামোৰ থোৱা সৰু জোলোজা, a small bag for betel-nuts. বটু-গছ “বাটু” চোৱা। বঠা, স. শ. (হিং. বৈঠা; বৰ, বটিয়া, নাও চলোৱা মাৰি) এবিধ চেপেটা আৰু বহল আগযুক্ত নাও চলোৱা সঁজুলি, all 0a1', . বঠা-পতীয়া, বি. বঠাৰ আগৰ দৰে চেপেটা আৰু ক্ৰমে আগলৈ ঠেক, lanceolate. বঠি, স. শ, (হিং, বৈঠনা, বহা, ভাত ধূপ বহুৱাই থোৱা যায়, এভেকে। ধূপধাৰ, ধূপৰ কাঠী লগোৱা ওখ সঁজুলি; মৈদা বা ৰোৰ কাঠ; {নিৰ্ধত) গঢ়, আকৃতি, ভঁজ, a stand for incense.