পৃষ্ঠা:হেমকোষ.pdf/৬৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড়। 8 বংস। বড়, বি. (সং, বড়, বৃহত; হিং, বড়া; বং, বড়, ডাঙ্গৰ) বৃহৎ, ডাঙ্গৰ; প্ৰধান, large, great, principal. “ব” লিখা হে উচিত। বড়, স. শ. (সং, বড়; হিং. বং, বড়, বটা মাহৰ লাৰু } বটা কলা মাহৰ লাৰু, তাক ভাজি বা আন প্ৰকাৰে ৰান্ধি খোৱা wy, a ball of ground pulso fried or otherwise cooked. স. শ(সং. বুট; হিং, বড়, বড়-গছ, এবিধ গছ) বট, এবিধ আঠা Gata 55, the Indian fig tree. Ficns Indica (Roxb.). ut fau, এধিক স্বৰ্ণবট, আনবিধক ঢেপা বড় বা কঁঠলুৱা বড় বোলা যায়। বড়শী, স. শ. (সং. বড়িশ, বৰশী এবিধ মাছ ধৰা যতন, a fisli-hook. বড়, “ব” চোৱা। বড়ুৱা, “বৰুৱা” চোৱা। বঢ়নী, স. শ. (অং. বঢ়া, আগলৈ ঠেল। ধান বানোতে টেকী দিয়া মানুহে খুলিবলৈ 4 stay ata, a rod used in pushing paddy under the postle of a rico cleaning pedal. বঢ়া, স. . (সং. ধ; হিং. বঢ়ানা, ডাঙ্গৰ ক) ডাঙ্গৰ কৰ; দীঘল কৰ; বহলা; অধিক কৰ; আগলৈ ঠেল; যেনে, খৰি বঢ়াইছে, to increase, to enlarge, to widen, to lengthen, to push for- ward, বি. শ্ৰেষ্ঠ, উত্তম, আনকৈ অধিক, superior, surpassing, crocoding. বাবঢ়ি, স. শ. সাহ দেখাই এজনে আন জনলৈ আগ বঢ়া কাৰ্য্য, পৰস্পৰে বিবাদ কৰিবলৈ আগ বাচুন, the act of defy- ing one another. বঢ়িয়া, বি. (হিং, বঢ়িয়; বৎ. বাড়িয়া, উত্তম) উত্তম, বৰ ভাল, excellent, very good. বণিক, স. শ. (সং• বণিক—পণু, বেহা ক) বেপাৰী, a trader. বণিয়া, স. শ. (সং. বণিক; হিং. বণিয়া; বং. বাণিয়া, বেপাৰী) বেপাৰী, বেহেৰুৱা, a trader. বতৰ, স, শ, ৰদ বা বৰষুণ হোৱা কাল, কালৰ অৱস্থা; যেনে, ৰদ বতৰ, ডাৱৰীয়া বতৰ; কোনো এবিধ শস্য আৰ্জিবৰ বা চপাবৰ সময়; যেনে, কবৰ বতৰ, দাবৰ 767, weather, the season for culti- vating or gathering a particular crop , বতৰ দা, বৰষুণ গুচি ৰদ হ, ডাৱৰীয়া গুচ, (ইয়াৰ কৰ্ত্তা মেঘ লুকাই থাকে); যেনে, আজি বতৰ দাঙ্গিছে, to be eleared, as weather. বতৰ কালি, স, শ, কোনো এক শস্য আজি- বৰ বা চপাবৰ সময়, the season for caltivating or gathering a crop. ব, স, শ, এবিধ ইকৰাৰ নিচিনা সৰু তৃণ; ভূণেৰে আবৃত বা বি মাটি, a kind of course grass, waste lanel, বি. তৃণেৰে আবৃত; যেনে, বতা মাটি, lying waste. বনি, স. শ. বা মাটি, a patch of land covered with coarse grass. বতাহ, স. শ. (সং. ৱাত; হিং. বস; বং, বাতাস, বায়ু) চলি থকা বায়ু, wind. বতাহী, বি. বতাহৰ নিচিনা বেগেৰে ফুৰা, afga (), unsteady, light liku wind (fem.). বতুৱা, বি. (সং. ৱাত, এবিধ বিষোৱা ৰোগ) বাতে ধৰা, বাত ৰোগেৰে পীড়িত, এতেকে অধম, বেয়া, affected with rheumatism, bad, useless. বত্ৰিশ-ছ), সংখ্যা, একুৰি বাৰ, thirty-two. বৎস(-চু}, স, শ, (সং. এস-দ, কথা ক) গৰুৰ পোৱালি; মুনিহ লৰাক মৰ- যেৰে মত মাত, বাপা, a calf, a term of endearment used to a boy. বংসৰু, স. শ. (সং. ৱসৰ-দ, বাস কৰ) বছৰ, বৰ মাহ, a year, বৎস, বি. (সং. বৎসল-ৰংস, মৰমৰ মাত) মৰমিয়াল, চেনেহ কৰা, দয়ালু (সা শব্দৰ পাচত থাকে); যেনে, ভক্তবৎসল, kind, affectionate,