পৃষ্ঠা:হেমকোষ.pdf/৬৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বছৰ উদানি, }

extending from the waist in the knce and tied to the waist with a cloth girdle. বছৰ, স. শ. (সং. ৱসৰ; বং বছৰ, বাৰ মাহ) বাৰ মাহ কাল, ৯ year. বছৰি, ক্ৰি. বি. কোনো এক বছৰত; যেনে, সি বছৰি তেওঁ আহিছিল, প্ৰতি বছৰত, বছেৰেকত; যেনে, বছৰি এশ টকা, in a certain year, yearly, every year. বি. এক বা অধিক বছৰ বছৰবন্ধীয়া, থকা, বাৰ্ষিক এবছৰৰ নিমিত্তে দিয়া বা লোৱ, annual, givel or taken for a year. বছৰ উদানিকৈ, ক্ৰি. বি. এবছৰৰ নিমিত্তে বছৰীয়াকৈ, নিয়ম কৰি, এবছৰ স্থিৰে 17, for the term of a year. বছৰবিয়নী, বি. ( অণ, ৰছৰ, বৰ মাহ + বিয়ন, প্ৰসৱ ) প্ৰতি বছৰত পোৱালি cottay, producing young cvery year, বছা, স. শ. (অং, বাছ, মনোনীত কৰ) এবিধ মাছ, a kind of fisli, বছা, স, ধ, বছা কাৰ্য আনৰ দ্বাৰা কৰা, to cause to be selectei, &c. "E" চোৱা। বছেৰেক্‌, স. . ( অ. বছৰ, বৰ মাহ ) 49757, onic year. বছেৰেকীয়া, বি. এবছৰ হোৱা, এবছৰ বয়সৰ; যেনে, বছেৰেকীয়া লৰা; এবছৰ কা; যেনে, বছেৰেকীয়া আকাল; বছৰত এবাৰ হোৱা; যেনে, বছেৰেকীয়া খেতি, one year old, lasting one year, yearly, annual. স. শ. মৰাৰ প্ৰথম অন্তত মৃতকৰ উদ্দেশ কৰা

    • t«, an offering made to the

of deceased persons at the end of the first year after death. , ব-ছিগ, বি. (অৎ, ব, গৰুৰ গলধন ছিগা, কত হো) গলধন ঘা লগা ( বলত TCB), with a galled-neck (as a bullock). বঞ্জ- ব-ছে, বি. (সং. ৱংশ, বঙ্গহ+ ছ, ভ্যাগ কৰা আপোনাৰ সম্বন্ধীয়া মানুহৰ মৰম নজনা, ভাই ককাই আদিৰ মৰম ঐৰা, estranged from one's own relations. , বৰ্জণীয়, স. শ. (যাং, বাজাৰ, হাট, ঘৰৰ ব্যৱহাৰলৈ নেৰাখি হাটত বেচিব হে যোগ্য) এবিধ সৰু গুটীয়া আঠীয়া কলা, a very inferior kind of plantai. বৰুৱা, বি. বজাৰৰ, ধৰ্জাৰ সম্বন্ধীয়; সেনে, বজৰুৱা বস্তু, বজৰুৱা মানুহ, relating to a bazar. . বজা, স. বা. (সং. ব; হিং. বাজানা; ব, বাজান, যন্ত্ৰৰ ধ্বনি কৰণ) বাদ্য-যন্ত্ৰৰ শব্দ তোল; যেনে, বাহী বজায়, to play upon, (as a musical instrument বজাৰ, স. শ. (যাং. বাজাৰ, ট} হাট, 696 foart dB, a market, a mart. বজাৰী, বি. বজৰুৱা, বজাৰৰ, Irelating to a lazal, স, শ, বজাবই বস্তু বেচোতা, calamat, a shop-kceper. বজা, স. শ. এবিধ গা সৰু বনৰীয়া বাহ, a kind of will bamlou. বজুৱা, বি. { অং. ৰাজ, বাহিৰ) বাহিৰৰ, বাজ ফালৰ; আন ঠাইব, নিজ ঘৰৰ নোহোৰা; যেনে, বজুৱা মানুহ, of outside, relating to outside, not relating to one's own family. বজোৱা, স, ধ, ( অং. বজা, বাদ্য কৰ) আনৰ ধাৰা বাদ্য কৰণ, to cause to be played upon, a musical in- strument. বজোৱাৰ স. শ. (অং, বা, শব্দ কৰ) ৰূৰুৱাই উঠা ঢৌ; বৰ ঢৌৰ শব্দ, a wave, surge, the roaring of waves. ব, স. শ. (সং. ৱ--ৱৰ্জ, গতি কৰ, বেগাই চলে, এতেকে) ইন্দ্ৰৰ ঘাই অন্ত্ৰ, ভয়ঙ্কৰ গজনি মাৰি,বৰ বেগেৰে পৃথিৱীলৈ y fagan), the thinnderbolt of Indra, a thunderbolt, a shaft of lightning {সং. বজধৰঞ্জ+ধৰ, ধৰে) ই, Iadras, as indues