পৃষ্ঠা:হেমকোষ.pdf/৬৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফটফাট As weight, uumber air Musul', 10 get into any part of the body, a tion. স. বা. বিন্ধু; যেনে, ৰামক কাইটে ফুটিলে, to ]viexee, us : tigolt, ফুট, অ, ধা. {সং. ফুট, ব্যক্ত ) ব্যক্ত হ, প্ৰকাশিত হ; যেনে, দুৰ্নাম ফুটিছে; অলপ অলপকৈ ওলা ( মাতত খাটে); যেনে, লৰাৰ মাত ফুটিছে, to be public, to be lisped or uttered imperfectly, , as words liy a child. 4. *. So, গুপ্ত বস্তুৰ বা কথাৰ অলপকৈ ওলোৱা সম্বাদ; যেনে, চোৰৰ ফুট ওলাইছে,! slight notice or information, a clue. ফুট ল, গোপনে বুজ বা সম্বাদ ল, to e- quire secretly. ( হং, ফোঁট, তিলক, ভাৰ নিচিনা, এতেকে) সৰু ফোটৰ নিচিনা চিন, বিন্দু; সৰু ঘূৰণীয়া চেকা, a lot, a small spot, a speck. ফুট, স. শ. ফলৰ ভিতৰৰ কেঁাহ বা ভাগ; যেনে, কঁঠালৰ ফুট, টেঙ্গাৰ ফুট, a earpol, a part of a coinpound pistil. এটা বিশেষণ বা সংখ্যা শব্দ আগত থাকিলে “ফুটা” হ; যেনে, ভাল ফুটা খাই বেয়া ফুটা পেল, দু ফুটা টেঙ্গা। ফুটংগিৰী, বি. (ফুটা বস্তুৰ গিৰী, গৰাকী; ভিতৰ শুদা) মিছা গণ্ডপ মৰা, পেনহী, vainylorious. . ফুটনি, স. শ. (অং. ফুটু, কম হ) লেখত বা জোখত কম হোৱা ভাগ, (leficiety. ফুটনি, স, শ. (অং. ফুট, ভাগ; নখেৰে হেঁচিলে ফুটে, এতেকে) ওকণীৰ নজগা কৰ্ণ, লেখী ওকণী, a bit or egg of a louse. বি. নখেৰে হেঁচিলে ফুট শব্দ কৰি ভগা, নগ! (লেখী ওকণীত খাটে;; যেনে, ফুটনি লেখি, not hatched said of a nit). ফুটনি, স, শ, অং. ফুট, বিন্ধা ফুটনি-বিনি,) হ+ বি, খে) জোঙ্গা বস্তুৰে খোচাৰ নিচিন বেদনা, খোচনি farfa, a sharp piercing pain. ফুটা, স. বা. { অং. ফুট, বিন্ধা ২) বিন্ধা দি, fim, to pierce, to borc, to perforat.. ফুটাই, ক্ৰি. বি. স্পষ্টকৈ, সকলোৱে শুনাকৈ, aulibly, ফুটফুট, বি, { অং. ফুটা, কোহ) এফুট। এফুটা কৰা, ফুটোৰ বেলেগাৰ, stepat'- af, as the crpels of : froit. ফুটফুটে কি. বি. এটা এটা কৰি, একুটাৰ পাচত আন এটা লৈ, (one carpu al'ler another, capel by carp. কুটিয়া, স. বা. ফুটবলাক বেলেগ কৰ; সেনে, কঁঠাল বা টে। ফুটিয়ালে, ty Srlxlrate the carpels of'. ফুটুক, বি. { অ.. ফুট, বিন্দু) অনেক ফুট বা সৰু সৰ ফাটৰ নিচিন চিন থকা, (tattent, shottal. (স্ত্ৰী) ফুটুকী। স. শ, ফুট, সৰু ফোটৰ নিচিন চিন বা সাঁচ; যেনে, হাতীৰ গাত ফুটুকা ওলাইছে, a small spot. ফুটুক, স. শ. এবিধ ক্ষুদ্ৰ গছ, a kind of plant. ফুটুকাফুটুকী, বি. তনেক ফুটুকা থকা, কুটু- ফুটীয়, tottarud. ফুটুকীয়, বি. ফুটকুটায়, ফুটকা, potterl, speckled , ফুটুকলা, স. শ. ফুটুকা গছৰ গুটি, the sel of the phutik plaut. . ফুট-গধূলি, স. শনিচেই গধূলি, সন্ধ্যা সময়, the early evening . ফুটুছাই, স. শ. বৰ মিহি ছাই, উঁহ পতান আদি কোমল ৰা পাতল বস্তুৰ ছাই, fine ashes, the ashes of chaff and other light things. . ফুটফাট, স. শ. (সং. ফুট, প্ৰকাশিত+ফাট, অনুক) কোনো গুপ্ত বস্তু আদিৰ সম্বাদ বা বাৰ্তা; যেনে, চোৰৰ কিবা ফুটফট 51 an inkling, i trace, an intimution, a clue.