পৃষ্ঠা:হেমকোষ.pdf/৬৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফুলাম্। লগাই; ফুটফুটীয়া। ফুটফুটীয়া, বি. ( অং. ফুট, সৰু চিন} ফুটুকা কুটুকি, অনেক ফুটযুক্ত, [১tted, spec- kletl, clotted. স. শ. ফুটসমুহ, তানেক ফুট; যেনে, হাতীৰ গাত ফুটফুটীয় 971305, a number of speeks, spots or lots. ফুটমনিয়াৰ, বি. . ফুট, ক্ষুদ্ৰ চিন+- মন, দেখু) বৰ সতৰ্ক, অলপ আভাস পলেই গুপ্ত কথা বুজিব পৰা, চোকা দৃষ্টিমুক্ত; 4611F (694. Jiserorniny, keen- siglatert, puick, sharp, uning কৃতি, স. শ. এবিধ বগা পাখি লগ পাত, সি ৰাতিপুৱা অগি গধুলি মৰে বুলি খ্যাত, a kind of the তি, স. শ. { স’. গুট, ফুটা কৰ) কটাৰীৰ ডাব গাদিত লগোৱা ২ গজাল, an) mall nail with Ins, tl: headl. ফুৰ, অ. . (সং. ফুৰ, হিং, ফিনা, গতি ক) গতি কৰ, এঠাইৰ পৰা আন ঠাইলৈ 11, 314! **, to walk, to travel, to roaint about ফুৰণ, কদ, স, এম, এঠাইৰ পৰা আনি $ša at sot, the act of walking, strolling, &e. ফুৰা, স. ধা. গতি কৰা, ভ্ৰমণ কৰা; ঘূৰা, to cause to walk or travel, to turn albout. কদ, বি. বিধুতি, অশুচি; যেনে, শোচলৈ গলে মানুহ ফুৰা হয়, ceremo- hially us], ( ভকতীয়া মাত)। ফুৰুলি, স. শ. অনেকে গোট খাই একেবাৰেই মৰ আটাহ বা চিঞৰ, a simultaneous yell or whoop , ফুৰুলি মাৰ, অনেকে গোট খাই একেবাৰেই tt st!, to shout, to whoop). ফুৰুহা, স. শ. অলঙ্কাদি ওলমাবলৈ দুই মূৰ মোকটাই লগোৱা সৰু, প্ৰায় আঙ্গঠিৰ নিচিনা যতন; সেনে, বিৰিৰ ফুৰুহা; এবিধ তৃণ; কোমোৰা আদি ফলৰ গাত থকা বগা মিহি ধূলি, a loop of hasp by which an ornainent, &c., is suspended, a kind of plaut, the fine dust-like substance on the surface of a pumpkin, &c. ফুৰফুৰ কৰে, ক্ৰি. বি. মৃদু বা মিষ্টৰূপে ফুফু কৰে, } নাকত সন্তোষ যেনে, ফুফুৰ কৰে গোন্ধায়, swettly, fragrantly কুল, স. শ. ( সং. ফুল্ল, পাহি মে; হি. ব.. ফুল, পুষ্প ) পুস্প, কুসুম, গুটিৰ প্ৰথম অৰ- স্থাত তাক আবৰি থকা পাহিবিলাক; ফুলৰ গছ; যেনে, ফুল এজোপা ৰুলে; কাপেৰ আদিত দিয়া ফুলৰ আকৃতি; 2154 784, towel, lower plant, a figure of a flower and such like workeil ou a clotli, &e, the yills of fisl.. হ. ধ. প্ৰস্ফুটিত হ, পাহি মে; যেনে, গোলাপটা ফুলিছে। ফুল ধন্; যেনে, গোলাপ জোপ। ফুলিছে, স্ফীত হ, ফল; যেনে, আখৈবোৰ ফুলিছে, tv lbe blown as a tower, to Hower, to be inflated, to expand. ফুল কাটু, কোনো বস্তুৰ ওপৰত ফুলৰ আকৃতি 13, to cugrave figures. ফুল-বাছ, কাপোত ফুল তোল, ফুল দি, to form figures on clotlı. ফুল-পৰু, চকুৰ মণি বগা ই, কণা হ; যেনে, 5p wat sy fast, to have a film ou

the eye. ফুলতে বাৰী হ, স্বামীৰে সহবাস নৌ হওঁতেই f4444*, to be wielowed before the consummation of marriage. ফুৰ্গতী, স. শ. কাপোৰত ভালৰূপে ফুল দিব 1 fecale, a woman skilled in forming figures un cloth. . ফুলনি, স. শ. ফুলৰ বাৰী, a flower garden, ফুলৰি, বি. ফুল-ধৰা (ধানত খাটে); যেনে, safa eta, flowering (said of paddy). ফুলা, স. ধাপ্ৰফুল্ল কৰ; ফুল ধৰা, এফন্দা, 97891, to cause to be blown, as a flower or tu flower, to espand. কুলাম্, বি. ফুলৰ আকৃতিৰে শশাভিত;