পৃষ্ঠা:হেমকোষ.pdf/৬৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কিতাহি মা। । কাৰ্য্য, অহঙ্কাৰ দেখোৱা কাৰ্য্য; ফাতিহা, pomp, pageantry, vanity, boast. ফিহি মাৰ, গণ্ডপ মাৰ, বৰ কথা ক, to boast. ফিদা, স. ধা. {সং. স্ফীত, উখহা} ফন্দা, উঠঙ্গা, টানি টনটনীয়া কৰ; যেনে, বুকু ফিনাই কথা কয়, to infiate, to swell. ফি খা, ওফন্দি টষ্টনীয়া হ, to log in- Hated. ফিৰিঙ্গটি, স. শ. {সং. ফুলিঙ্গ; বং. ফিকি, জুইৰ কণিকা) জুইৰ কণিকা, জুই আঙ্গনি, a spark of fire. ফিৰ্ষিৰীয়া, বি. (অ. ফি ফিৰ, অলীয়া বতাহৰ শব্দ) বিবৰিবীয়া, অলপকৈ চলা, very light (said of winel). । স. শ{সং. ফুৎকাৰ; হিং. ফুকনা; যুঁই, ব. ফুকন, মুখেৰে বতাহ দিয়া) ওঁঠ চেপি ধৰি উলিওৱা বায়ু, current of air produced with the mouth. যুঁই মাৰ যুঁৱ, to loss with the inouth. ফুক, স. . (হিং. ফুকনা; বং. ফুকন, যুঁই মাৰণ ) মুখৰ বায়ুৰে বজা, যুঁইৰ দ্বাৰা বাদ্য কৰ; যেনে, শঙ্খ কুঁকিছে, ta) bkow, as a wind instrument. কুঁৱা, অ, ধ, ঔঠ চেপি ধৰি বায়ু, উলিয়া মুখেৰে বায়ু বাজ ক, tv blow, ta produce a current of air with the uouth. স. ধ. মুখেৰে বতাহ দি, জলাবৰ বা চেঁচা কৰিবৰ নিমিত্তে মুখৰ বায়ু ওপৰত পেলা; যেনে, জুই ফুৰাইছে, তপত ভাত pata, to drive a current of air upon with tle mouth. . যুঁহৰি-উগাৰ, স. শ. অজীৰ্ণৰ পৰা হোৱা | দুৰ্গন্ধ টেঙ্গা উগাৰ, al acid and fetid eructation caused by indigestion. খুঁহুৰি ভৰঙ্গা, মিছা ওজৰ উলিয়া, to make a false excuse. ফুকন, স. শ. { আহমৰ বা মানৰ শব্দ } অসম ৰজাৰ দিনৰ এজন বিষয়াৰ উপাধি, ফুকনৰ অনেক শ্ৰে আছিল, the (esignation of an officer ander the Assam Rajas. ( sve Robinson's Assan! ফুলীয়া, বি. ( অং. ফুকা, প্ৰসৱ কৰ) পোনেই ওপজা, কেঁচুৱা, পিয়াহ খোৱা, newly born, very young. ফুকা, স. ধা, প্ৰসৱ কৰু, জন্ম, ওপজা; জগ; যেনে, মানুহে সন্তান, জন্তুৱে পোৱালি ফুকায়, to give birth to, to bring furth. . ফুচুং, বি, { অং. ফুচু, তুচ্ছ কৰা মাত) ফুচুৰি, গহীন নোহোৱা, পাতল; অকা- মিলা;

যেনে, ফুচুৰি মানুহ বা কথা;

fagatty, not grave or serious, light, worthless, untruthful. ফুফু, অনুক, সৰু সৰুকৈ কোৱা কথাৰ fafony **, an iwitative sound used to express that of whispering. ফুচফুচনি, স. শসৰু সৰুকৈ কোৱা কথাৰ

  • 7, the sound of a low whispering

voice. ফুচফুচা, অ. বা. সৰু সৰুকৈ কথা ক, te) wliisper. ফুচফুচীয়, বি. সৰু সৰুকৈ কোৱা, whis- pered,wpoken in a low tone of voice. ফুট, অ. ধা. (সং. ক্ষট; হিং. ফুটনা; বং ফুটন, ভগ্ন হওন) বিন্ধাযুক্ত হ; যেনে, লোটাটো কুটিল; শব্দ কৰি ভাগ বা ফুটাযুক্ত ই; যেনে, চৰু ফুটি জোল পল; নষ্ট বা দেখা-শক্তিহীন হ যেনে, চকু ফুটিল; বিৰুদ্ধ বা বিপৰীত হ (ভাগ্য); যেনে, কপাল ফুটিল; শেখ বা জোখত কম্; যেনে, পা সেৰ ফুটিল। গাৰ কোনো ভাগত বিন্ধা কৰি সোমা ( কাইট); যেনে, ভৰিত হলে ফুটিলে, to have a hole, to burst, to be spoiled, as the eye), to be adverse as fortune, to be deficient in