পৃষ্ঠা:হেমকোষ.pdf/৬৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফলকামনা গটে ); ফলকামনা, স, শ, (সং. ফকামনা-ফল, সিদ্ধি কামনা, বাঞ্ছা) কোনো কাৰ্য্য সিদ্ধিৰ বা লাভৰ বাঞ্ছা, tie (lesire of gaining an object. ফলদায়, বি. (সং. ফলদায়ক-ফল, লাভ + দায়ক, দিওঁতা } লাভজনক, *)- titable ফলন্ত, বি. (সং. ফলৱন্ত) গুটি ধৰা, fruti{- baring, fruitful. ফলভোগী, বি. (সং. ফলভোগিল, লাভ আদি + ভোগি ভাগ কৰা ) শস্য লাত বা হানি ভোগ কৰা, enjoying 1s porodice, cruiserpucnux, &c. (*) ফলভোগিনী। ফলন্ত, বি. গুটি লগা; ফল উৎপাদন দল-বান্, কৰা; লাভজনক, lating fruit, producing a conscience. { স্ত্ৰী) ফলতী। ফলশালী, বি. (স.) গুটি লগ লাগনি, ফলঘুক্ত; যেনে, ফলশালী গছ, locating fruil. ফল, স, শ. ( অ. ফলি, আখৰ লেখা পাট; ফলিত লিখা যায়, এতেকে) বৰ্ণমালাৰ বাঞ্জন আখৰবিলাক; যেনে, ব-ফলা; একে বিধৰ সংযোগী আখৰসমূহ; যেনে, অঙ্ক-ফলা, আৰু-ফলা, {l consults of the alphabet, it set of compound consonants. ফাকাংক্ষা, স. শ. ( স', কলাকাংক্ষা---ফুল, লাভ + আকাংক্ষা, বাঞ্ছা) কোনো কাৰ্য সিদ্ধিৰ ইচ্ছা, লাভৰ বাঞ্ছা, desire of yain or of acquiring some benelit. ফলাফ, স. শ. {সং. ফলাফল-ফল, লাভ বা সিদ্ধি + অফল, অলাভ, বা অসিদ্ধি ) লাভ বা অলাভ, সিদ্ধি বা অসিদ্ধি, al- vantage or disadvautage, gooil «r Lad onsequence, success or failure. ফলি, স, শ, (সং. ফলক, কাঠৰ পাট) লৰাই আখৰ লেখা কাঠৰ পাট বা চেপেটা শিল; সোণাৰিয়ে গুণ টনা বহুত বিন্ধা- যুক্ত সৰু ৰাৰ পাট; ৰজাই মাটি মাহ দান কৰাৰ কথা লিখ। তামব পা, a blackbar, il slate, small metallio plale pierced with many Holes 11 by goldsmiths for drawing wins, a copper plate on wtich grants of land, kr., are iustribet. ফলি, বি, নিৰ্ম্মল, বগ, তেজাল { মানুহৰ গাত যেনে, তাৰ মুখখনি Plati 215, clean, white, sail of (lze human boly: ফলি-গুটি, স. শ. (গ. ফলি, লৰাই লেখা পট + গুটি, ঘূৰণীয় বস্তু ) কাঠৰ বা শিলৰ লিত লিখা মাটি মাদি পশু, islate pencil, i piece of chall, &.., for marking Dla llackboard. কলিতা, স. শ. { সং. ফল, পৰিণতি) সমা- জিক অৰ্থ, সপোনৰ ফলৰ বাখ্যা; এতেক চানো অস্বাভাবিক ঘটনাৰ ফলৰ বাখা; যেনে, পণ্ডিতে ভূইপৰ fagy Thes, ilit interpretation of a dream of of autunusual matural phenomen. ফলিয়া, . . { সং. ফুল, কাৰ্যৰ পৰিণতি। সফল হ, ফলৱন্তু হ, সিদ্ধ হ, ফল ধৰ; যেনে, সপোন কদাচিত ফলিয়ায়, to l): realised or fulfillal. ফলী, “ফলি” চোৱা। ফলীয়া, বি. (আং ফাল, এতি বা এভাগ } ফালি বেলেগোৱা এফাল, ফল; যেনে, ফলীয়া ৰাহ; এফালৰ বা এক পক্ষৰ; যেনে, তেওঁ মোৰ ফলীয়া, spolit, Itat, helonging to a party. ফলোদয়, স, শ, (সং. ফলোদয়-ফল, লাভ + উদয়, উৎপত্তি) কাৰ্য্যৰ ফলৰ উৎপত্তি; যেনে, মহলাৰ ফলোদয়লৈ বাট চাইছে; পৰিশ্ৰমৰ ফললাভ, সিন্ধি; যেনে, ৰজাক খটাৰ একো ফলোদয় নহল, result, attainment of an object. ফ; স. শ, গায়ত থকা এখন তলতীয়া নৈৰ aya, a subterranean stream at Gya.