পৃষ্ঠা:হেমকোষ.pdf/৬৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৎসৱ। কাটোৱাল ফদ্ভুৎসৱ, স, শ. (সং. ফ, ফঁাকু+ উৎসৰ, আলাদৰ কাৰ্য) ফাগুন-হত কৰা ৰাধা। বম্বৰ পূজা আৰু তাৰ উপলক্ষে এজনে আন জনৰ গা ৩ ফকু ছটিয়াই কৰা ধেমালি, ফঁাকুৰা, the hoi festival. ফাষ্ট, স. শ. আয়ম, ভেম; গ, prom, show of greatness, vanity, pride. ফাই, বি. (ক.) অবিক, সৰহ, plentilal. ফাও, স. শ. (স. ফায়, তাবিক হ; হিং, ফাৱ; ব. ফাও, জোখতকৈ অধিককৈ দিয়া বস্তু) কিনা বেচাত জোখৰ বা লেখৰ ওপৰঞ্চি কৈ দিয়া বস্তু, ভচি; আধাৰে সৈতে জোখা বস্তুৰ আধাৰৰ পৰিমাণে কম হোৱা ভাগৰ বাবে ভৰি দিয়া বস্তু, a small quantity given over the quantity pureliased. . কাও মা, আধাৰে সৈতে জোখা বস্তুৰ আধাৰৰ পৰিমাণ ঠিক কৰ, to ascertain the weight of the vessel containing & cominodity which is weighed with the vessel. ফা, স, শ, (অং. ফাকি, ছলনা) সঁচা বুলি দেখো। মিছা, বঞ্চিবৰ নিমিত্তে কোৱা মিছা কথা, a false show, pretence. ফাং পাতু, লোকক বঞ্চিবলে মিছা কথা উলিয়া বা ফাকি কৰ, to give currency to a falsehood in order to deceive ফাও ফাও, অনুক, সাপৰ কেঁচ ফোচ

    • , an imitative sind used to

express the lissing of a snake. ফা, স, শ, অস্ত্ৰৰ মোট; যেনে, খামতি দাৰ ফাক; কাফাই ধেনুৰ বা হিলৈব কাঠ, a scabbard, the stock of a gun or cross-bow. ফাকি, স, শ. সম্পূৰ্ণ অৰ্থ বুজোৱা কিছুমান পদ; যেনে, ফৰামে হলিৰামক ধন দিলে; পলাৰ এক চৰণ; যেনে, “কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে, a sentence, division line of poetry, ফাকি, স. শ. (সং. ফন্ধিক, বঞ্চনা) ছলনা, বঞ্চনা, ছলিবৰ কাৰণ কোৱা মিছা কথা, deception, a trick. ফাকি দি, বঞ্চনা কৰ, মিছা কথা কৈ দুল কৰ, to deceive, to cheat. ফাকি-ফুকা, স, শ, ছলনা, বঞ্চনা, tricks sind falsehoods. ফাকু, স, শ, (সং. ফন্তু; হিং. বং. ফাগ, এবিধ ৰা গুড়ি) ফাকুৱাত ছটিওৱা ৰঙ্গা eff, a kind of recl powder sprinkled in the holi festival. ফাকুৱা, স. শ. (হি. ফৰ, কৃষ্ণৰ দৌল যাত্ৰা) ফৎসৰ, the aoa festival. ফাকৃডেমা, স. শ. এবিধ বনৰীয়া গছ, a kind of wild tree. ফ, স. শ. (সং. পাশ; হিং. বং. ফাঁশ, খোৰোছা জৰী) হাতী ধৰা খোৰোচা জৰী; অপৰাধীৰ ডিঙ্গিত লগাই প্ৰাণ- 79 791 ora, a noose used for catch: ing clepltants, a fuiter or hang- man's role. . ফাৰ্চী, স. শ, ডিঙ্গিত জৰী লগাই ওলমাই কৰা প্ৰাণদও, execation by hanging. . ফাঁচি দি, ডিঙ্গিত জৰী লগাই গুলমাই প্ৰাণ- 46 *, to execute by liangiug. ফাই, স শ, নাৱেৰে বা বামে বেহা কৰা বেপাৰী একত্ৰ হোৱা আৰু ৰাজহ দিয়া ঠাই; বিপক্ষে কোনো কাৰ্য্য কৰিলে নিজে কৰিব নোৱাৰিলে সেই জনে ইমান ধন দিব লাগিব বা দোষী হব এই নিয়মেৰে সেই ধনৰ তুলাৰূপে সমাজৰ আগত পেলাই দিয়া কোনো বস্তু; যেনে, বদীয়াই আসৈ মাতি এশ টকাৰ ফট পেলাইছে; বদিয়াৰে বগি বুজাব পাৰিলে বদীয়াই নোৱাৰিলে বদিয়াৰে সেই ধন fwa arsta, a place where truders asseinble for trade and payment of duty, a wager. ফাঁটু মাৰ, পলাই অস্ফুট হ, নিকুট মাৰ, to abscond and be unheard of. ফটোৱা, স, স, ফট ৰখীয়া; ফাটৰ ধন 18 A nr a .Yerse,