পৃষ্ঠা:হেমকোষ.pdf/৬৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফন্দিয়া। ফং ফপৰা, ফন্দিয়া, স. শ. (অ. ফ, সঞ্চালিত হ} বৰকৈ হাত ভৰিৰ সিৰ কেঁচোৱা বেদনা, a spasin. “সিৰামুৰি চোৱা। ফন্দী, বি. ফল জুন, ছল কৰিব পৰা, ধূৰ্ত, টেৰ, wily, crafty. বি. ফাপৰে ধৰা, ছালত চোকোৰা ফৰ্পৰীয়া, বন্ধু গৈ নোম সৰ (জন্তু); যেনে, ফপৰা কুকুৰ; খহটা বা নিমজ নোহাৱা ছালযুক্ত; যেনে, কপৰা গা বা tar, seurfy, waliby or mangy; haring a rougl skin. কপুৱা, ৰাগী নথকা, গুণ নথকা, পুৰণি হোৱাত ৰাগী বা গুণ গুচা; যেনে, পুৱা দৰব, Foopan #ifa, old and inefficaciuus, as drugs. , ফৰ, স. শ. ( সং. ফৰ ফল, উৎপন্ন হ) hay ota, a long shield. ফৰকাল, বি. 1 হিং. কচ; ব’, ফস, নিৰ্ম্মল) পৰিষ্কাৰ, নিৰ্ম্মল ( গাত খাটে); যেনে, ধূলে গা ফৰকাল হয়; ছাৱৰ বা বৰষুণ নথকা; যেনে, ফৰকাল বতৰ; পানী বোকা নথকা, শুকান; যেনে, বাট ফৰকাল হৈছে, •!"al), as ific houly, not rainy, as weather, Dot anddy, dry said of the ground). কমা, স, শ. এবিধ আহু ধান, a kind of aldy. ফৰিং, স. শ. { সৎ, পতঙ্গ, পাখি লগা কীট; হিং. ফ; বং, ফড়িং, এবিধ পতঙ্গ) এবিধ পাখী লগা কীট, তাৰ অনেক উপজাতি আছে, a grassltopper. ফৰিং ফুটা, বি. ফৰিঙ্গকে স্পষ্টৰূপে দেখা, এতেকে বৰ উজ্জ্বল (চন্দ্ৰৰ দীপ্তিত খাটে); যেনে, ফৰিং ফুটা জোনাক, very bright, very clear ( said of moon- light). ফৰিঙ্গতি, স. শ. (ফৰিৰ নিবাস, বোধ ফৰিংতলী, হয় এই কাৰণ সেই নাম ) বাম মাটি, মাহ সৰিয়হ আদি বোৱা মাটি, ( <try land on which cold weather crops are cultivated. ফৰিয়াদী, স. শ. (যাং.) গুচৰীয়া, a plain- tiff, a complainant. ফ, স. শ. ( যাৎ.) মানুহ বা বস্তুৰ নাম লিখা কাকত, a list. ফণি, স, শ. ঘঁহনি খোৱাত বা মোহ কৰ্কৰণি, ৰাত ছালত হোৱা পোৰণি,॥ slight burning sensation produced on the skin by frietion. ফফৰা,। তা, ধ. মোহৰাত বা ঘনি ফফা, খোৱাত গাৰ ছালত পোৰণি বোধ কৰ; যেনে, কোৰ মাৰেই হাতে pratèis, to leel a slight burung xtisation at the skin, as fourn friction. ফৰাই ফুৰ, খৰখেদাকৈ ফুৰ, tv l)! activ und nimble. ফফৰীয়া,। বি. ফৰকাল, শুকাল, পানি ফৰফৰীয়া, বোকা নথকা; যেনে, ফৰ্ক- 4x4 (stola, dry, not watery or anutely. : ফখুঁটি, স. শ. কোনো বস্তুলৈ নিক্ষেপ কৰা autaa pitay , it stick thrown froin the land. ফটি মাৰ, এডোখৰ কাঠ বা বাঁহ নিক্ষেপ 30, to throw a stick with the land at sumething . ফৰ্মটিয়া, স. ধ. কোনো বস্তুলৈ হাতেৰে নিক্ষেপ কৰ (কাঠ বা বাঁহৰ খণ্ডত att ), to throw with the hand, as a piece of bamboo or woodl. ফল, অ, ধা. {সং, ফল, উৎপন্ন হ} গুটি ধ; যেনে, আম জোপা ফলিছে; সিদ্ধ হ, সফল হ; যেনে, কথাটো ফলিল, to bear fruit to be fulfilled. 7. *. গছৰ গুটি; সিদ্ধি, লাভ; কোনো কাৰ্য্যৰ পৰিণতি; প্ৰতিকাৰ; এক অঙ্কক অন্থ এক অঙ্কেৰে হৰণ বা পূৰণ কৰিলে যি অঙ্ক Gate, fruit, produce, consequence, result, retribution, the quotient of a suha, ফলং, বি. মুকসি, আঁৰ নথকা, open.