পৃষ্ঠা:হেমকোষ.pdf/৬৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰায়শ্চিত্ত প্ৰাণপণে। my life, a word lisod by a wife in affectionately aldressing her husband. প্ৰাণপণে, ক্ৰি. বি. (সং. প্ৰাণপণ-প্ৰাণ + পণ, আৰি; জীৱনৰ আৰি) প্ৰাণ টাকি, দেহলৈ নেচাই শ্ৰম কৰি, with might, and main. প্ৰাণ-প্ৰতিষ্ঠা, স. শ{ সং. প্ৰাণপ্ৰতিষ্ঠা প্ৰাণ + প্ৰতিষ্ঠা, শুচি-কৰণ } দেৱতাৰ মূৰ্তি শুচি কৰা কাৰ্য, যাৰ দ্বাৰা তাত দেৱত প্ৰবিষ্ট হোল অনুমান কৰা যায়, the ceremony of consecrating an idol whereby it is supposed to be endowed with life. প্ৰাণপ্ৰিয়, বি. (সং, প্ৰাণপ্ৰিয়-প্ৰাণ প্ৰাণুপ্ৰিয়, ১ + প্ৰিয়, চেনেহৰ } প্ৰাণৰ সমান মৰমৰ, dear as life, dearest, স, শ, প্ৰাণৰ সমান চেনেহৰ লোক, ভাৰ্যাই স্বামীক মতা মাত, & mal deal as life, & term of endearment usod by a wife in addressing her hus- tand. (স্ত্ৰী) প্ৰাণুপ্ৰিয়া। প্ৰাণু-বায়ু, স. শ. (সং. প্ৰাণৱায়ু-প্ৰাণ + বায়ু, বাহ) প্ৰাণৰ জীৱন ৰক্ষা কৰা বহ, নিশ্বাস; এতেকে জীৱন, the vital air, breath, life. প্ৰাণু-বিয়োগ-জো, স. শ. (সং. প্ৰাপ- বিয়োগ-প্ৰাণ + বিয়োগ, পৃথক, শৰীৰৰ পৰা প্ৰাণ বেলেগ হোৱা মৰণ, মৃত্যু, death. প্ৰাণ-হত্যা, স, শ, (সং. প্ৰাণহত্যা---প্ৰাণ + ইত্যা, বধ) বধ, the taking of life or killing স, শ, (সং.. প্ৰাত, প্ৰাতঃ প্ৰা-কাল, কাল—প্ৰাভৰ, পুৱা+কাল, সময়) ৰাতিপুৱা, পুৱা ৰেলা, the early morning , প্ৰাতঃকৃত্য, স, শ, সং, প্ৰাক্তকৃত্য-প্ৰাতঃ, পুৰা+কৃত্য, কাম) ৰাতিপুৱা শয্যাৰ পৰা উঃ শৌচাগাৰ কৰা, হাত-মুখ ধোৱা আৰু দেৱতাৰ নাম লোৱা আদি কৰিব লগীয়া কাম, the purificatory and rcligious daticis performed in the morning. প্ৰাতঃ-সন্ধ্যা, স, শ, {সং. প্ৰাতঃসত্বা -- প্ৰাভৰ, ঐ+ সন্ধ্যা, কালৰ জোৰাত কৰা আৰাধনা) সূৰ্য উদয় হবৰ সময়ত কৰা আৰাধনা, the morning worship. প্ৰাতঃ-প্না, স. শ. (সং. প্ৰাতঃস্নান - প্ৰাতৰ, ঐ + স্নান, গ-ধোৱা } ধৰ্ম্মৰ নিমিত্তে মন্ত্ৰ মাতি নিচেই ৰাতি TICE *** stat, a bath taken at suurise for the sake of religious merits. প্ৰাধান্ত, স. শ. (স. প্ৰাধান্য"---প্ৰধান, শ্ৰেষ্ঠ) শ্ৰেষ্ঠত, supremy, superiority. প্ৰান্ত, স. শ. (সং. প্ৰান্ত-প্ৰ, উপস.+ অন্ত, শেষ ) কোনো দেশৰ ৰা ঠাইৰ এক মূৰ বা সীমা; যেনে, আসামৰ পূৰ্ব tor, the border or limit of il country or place, a frontier, প্ৰাপ্ত, কদ, বি. (সং. প্ৰাপ্ত-প্ৰ, উপস, + অপু, পা} পোৱা, ভা, লাভ কৰা, found, gained, obtained. প্ৰাপ্তি, স, শ. (সং-) পাওন, লাভ, re- ceipt, gain. প্ৰাপ্য, বি. (স.) পাব লগীয়া, obtainable, due to, স, শ, পাব লগীয়া ধন বা বস্তু। যেনে, তোমাৰ প্ৰাণ পাবা, what is obtainable, প্ৰায়, বি. (সং. প্ৰায়-প্ৰ, উপস. + ই, গতি কৰ) অধিকাংশ, সৰহ ভাগ, কিছু কম সকলো; যেনে, প্ৰায় সকলো মানুহে ধপাত খায়;. তুল্য, সমান (আন এটা শব্দৰ পাচত এ লাগে); যেনে, মৃতপ্ৰায়, almost all ( as the last member of a compound word ), like, resembling, প্ৰায়শ্চিত্ত, স. শ. {সং. প্ৰায়শ্চিত্ত—প্ৰায়, পাপ+চিত্ত, চিন্তা) পাপলৈ চিন্তুা কৰাত হোৱা শোক, পাপ গুচাবৰ কাৰণে কৰা কাৰ্য, পৰাচিত, expiation, penance,