পৃষ্ঠা:হেমকোষ.pdf/৬৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰায়ে প্ৰেতপতি। প্ৰায়ে, কি, বি, অধিক সময়ত; যেনে, তেওঁ প্ৰায়ে আহে, অধিকাংশে, almost always, generally, mostly. প্ৰাৰ, কৃদবি. { সং. প্ৰাৰ-প্ৰ, উপস, + আৰ, আৰম্ভ কৰা) পূৰ্ব্ব জন্মত কৰা; যনে, প্ৰাৰ কৰ্ম্মৰ ফুল,॥olie in a ?revious birth. স. শ. পূৰ্ব্বে নিৰূপিত গৰস্থা, কপাল, অদৃষ্ট; যেনে, প্ৰাৰৰ গতি কোনে বুজিব, testiny, lot. প্ৰাৰম্ভ, স. শ. (সং. প্ৰাৰ-প্ৰ, উপস.+ আন্ত, উপক্ৰম } আড়ম্বৰ, ডাঙ্গৰ আৰম্ভ; যেনে, বিয়াৰ আৰস্তু, all {jstentatious beginning, an alo. প্ৰাৰ্থ, দ, ধ, (সং. প্ৰাৰ্থনা, যা ) প্ৰাৰ্থনা কৰ, যাজ্ঞা কৰু, মাতৃ; যেনে, বন্দীয়ে প্ৰভুৰ অনুগ্ৰহ প্ৰাৰ্থিছে, to |rtition, to solicit. অ. বা. মিনতি কৰু, 10 supplicati, to implore. প্ৰাকৃ, স. শ. { সং. প্ৰৰ্থক প্ৰ, উপ. অৰ্থ, যা কৰ) যা কৰোতা, খোজোতা, 75aan, at pretitioner, a solicitor. প্ৰাৰ্থনা, স. শ. ( সং, } যা, ভিক্ষ, খোজা "; fsaft, a prayer, a petition, supplicatiost. প্ৰাৰ্থনা পত্ৰ, স. শ. (স.) কোনো বস্তু খোজা কাকত, আজী, a written a)- jlication. . প্ৰাৰ্থনীয়, বি. সং.) প্ৰাৰ্থনা কৰিবৰ বা খুজিবৰ যোগ্য; বাঞ্ছনীয়, tit or proper to be asked for, worth secking. প্ৰাৰ্থি, কদ, বি. (সং. প্ৰাৰ্থনা কৰা, Catey, askel for. প্ৰিয়, বি. (সং. প্ৰিয়-প্ৰী, সন্তুষ্ট ক) মৰমৰ, চেনেহৰ, (dar, belovect. , শ, স্বামী, a lusband. (স্ত্ৰী) প্ৰিয়া। প্ৰিয়তম, বি. (সং) সকলোতকৈ প্ৰিয়, বৰ মৰমৰ, অভিশয়ৰূপে চেনেহ লগা, dearest, very dear. (1) feritati প্ৰিয়ত, বি. (সং. } এজন বা এটাতকৈ অধিক প্ৰিয়, সাধাৰণতকৈ অধিক মৰমৰ, dearer, (স্ত্ৰী) প্ৰিয়ত। প্ৰিয়পাত্ৰ, স. শ. (সং. প্ৰিয়পাত্ৰ—প্ৰিয়, মৰমৰ + পা, লোক} মৰমৰ লোক, fretit at, a beloved person, a confidlant. প্ৰিয়ভাষী, বি. (সং. প্ৰিয়ভাষিন--প্ৰিয় + ভাষ্য, কথা ক+ ইন্) প্ৰিয় বা মিঠা কথা Pay, kindly or pleasantly speak- ing. (স্ত্ৰী প্ৰিয়ভাষিণী। প্ৰিয়বাদী, বি. (সং. প্ৰিয়ৱাদি—প্ৰিয়। বদ, কথা ক + ইন্) প্ৰিয়ভাষী, মিষ্ট কথা Catal, speaking kindly or pleasantly. ( স্ত্ৰী } প্ৰিয়বাদিনী। প্ৰীতু, কদ, বি. (সং. প্ৰীত—প্ৰী, তুষ্ট হ} আল্লাদিত, আনন্দিত; সন্তুষ্ট, pleasect, satisfied, প্ৰীতি, স. শ. (সং. } আনন্দ; চেনেহু, cory, pleasure, love, affection, প্ৰীতিক, বি, { স. } আনন্দদায়ক, 0975787), pleasing, agreeable. প্ৰতিমন্ত, বি. (স.) আনন্দযুক্ত; প্ৰেমপূৰ্ণ, festa, joyful, affectionati, loving. প্ৰতিদায়ক, বি. (সং. } আনন্দ দিয়া, ৰং atay, pleasing প্ৰেত, স. শ. { সং. প্ৰেত ... প্ৰ, উপস.+ই, গতি ক) মৰা মানুহৰ আত্মা; পিশাচ, 3, ghost, an evil spirit. প্ৰেত-কৰ্ম্ম, স, শ, {সং. প্ৰেক, প্ৰেত- প্ৰেত-কাৰ্য, কাৰ্য-প্ৰেত, ঐ + ক কৰ } মৰা মানুহৰ উদ্দেশে কৰা কাৰ্য্য, ১lsecruial ceremonies প্ৰেতত্ব, ৪. শ. (স.) প্ৰেভৰ অৱস্থা, the state of a departed spirit. প্ৰপক্ষ, স. শ(সং. প্ৰেতপক্ষ-প্ৰেত, ঐ+ পক্ষ, মাহৰ আধা) আহিন মাহৰ কৃষ্ণপক্ষ, সেই সময়ত মৰা মানুহবিলাকৰ আত্মবিলাক পৃথিৱীলৈ আহে বুলি শাহত facery wty, the dark half of the mouth of Asswin when the gliosts of deceased persons are supposed to visit the earth. প্ৰেতপতি, স. শ. (সং. প্ৰেতপতি-প্ৰেত,