পৃষ্ঠা:হেমকোষ.pdf/৬৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতা প্ৰাণনাথ প্ৰাঞ্জলতা, ও. শ(স.) প্ৰাঞ্জল গুণ,।! perspicuity. প্ৰাণ, স. শ. { সং. প্ৰাণ-প্ৰ, উপস.+ অ, হৈ ল। জীবন, জীয়াই থকা শক্তি, lifo, vitality প্ৰাণ টাকি, প্ৰাণপণে, দেহলৈ নেচাই শম কৰি; যেনে, প্ৰাণ কি লৰিছে, vitli might and main. প্ৰণাধিক, বি. (সং. প্ৰাণাধিক ---প্ৰাণ, জাৰন - ধিক, বেচি। আপনি প্ৰাণ- কৈও অধিক মৰমৰ, বৰ চেনেহৰ, learly live, (খ্ৰী) প্ৰাণীবিকা। প্ৰাণান্ত, স. শ. ( 5. প্ৰাণান্ত-প্ৰাণ, ঐ + ৩ন্ত, শব) জীৱনৰ শেষ, মৃত্যু, death. প্ৰণাকি, বি. { সং. প্ৰণান্তিক-প্ৰাণ। ঐ + অন্তিক, শেয) প্ৰাণ নষ্ট কৰিবৰ সমৰ্থ, মৃত্যু ঘটাৰ পৰা; যেনে, প্ৰাণাস্থিক ক্লেশ, প্ৰান্তিক নৰিয়া, carly fatal. প্ৰাণায়াম্, ৭. শ. (স. প্ৰণয়---- প্ৰাণ, জীবন 1 , ইপস.-সম, আটক কৰ। প্ৰাণ-বায়ুৰ বোধ, প্ৰথমে সে হাতৰ বুঢ়া আঙুলিৰে সে। নাক বন্ধ কৰি বাওঁ নাকে ভিতৰলৈ ৰায়ু টুনা, তাৰ পাচত মাজৰ আৰু অনামিকা আঙ্গুলিৰ বাওঁ নাক বন্ধ কৰি সে নাকে বায়ু এৰি দিয়া এক প্ৰকাৰ জপ। এই কাৰ্য কৰোতে মনেৰে কোনো দেৱতাৰ নাম লৈ বাওঁ হাতৰ আঙ্গুলিবিলাকেৰে তাৰ লেখ কৰা যায়, in particular way of luvathing through the nostrils and stopping the breath while mentally reciting llie name or attributes of some deity. প্ৰাণি-বধু, স. শ. (সং. প্ৰাণিবধ-প্ৰাণিন, জন্তু + বধূ, হত্যা ক) জীৱহত্যা, জন্তুৰ chya & $41, the killing of a living creature. প্ৰাণিহিংসা, স. শ. (সৎ, প্ৰাণিহিংসা- প্ৰাণি, জীয়া--প্ৰাণ, জীৱ + ইন্ + হিংসা, অপকাৰ) জীয়া জন্তুৰ অপকাৰ, state 74, harm done to any living creature, প্ৰাণিবধ, প্ৰাণিহিংসা, এই দুটা সংস্কৃত শব্দ। সিহঁতক সংস্কৃত ব্যাকৰণৰ নিয়ম অনুসৰি ওপৰত লিখাৰ দৰে সুস্ব ইকাৰ দি লিখা উচিত; কিন্তু অসমীয়াত প্ৰাণীৰ বধ, প্ৰাণীবধ, প্ৰাণীৰ হিংসা, প্ৰাণী হিংসা, এই দৰে সমাস কৰি দীৰ্ণ ঈকাৰেৰে লিখিব পৰা যায়। আৰু সেইৰূপেই “ইন” অন্তত থকা তান কোনো শব্দৰ অন্য শব্দেৰে সমাস হলে “ ইনৰ ই দীৰ্ঘ কৰি লিখিব পাৰি, তেকে হস্তিদন্ত, পক্ষিজাতি, এনেবিলাক শব্দক হস্তীদন্ত, পক্ষীজাতি লিখিলেও শুদ্ধ নহয় যেন বোধ হয়। প্ৰাণী, স. শ. ( সং, প্ৰাণি-প্ৰাণ, জীৱ + ইন) জীয়া জন্তু বা মানুহ, a living being , প্ৰাণেশ্বৰ, স. শ. (সং. প্ৰাণেশ্বৰ-প্ৰাণ, জীবন + ঈশ্বৰ, অধিকাৰ } প্ৰাণনাথ, জীৱনৰ গৰাকী, ভাৰ্যই স্বামীক মৰম ৰ 7701 a, lord of my life, a worl alsed by a wife in affectionately actressing her husband. (1) প্ৰাণেশ্বৰী। প্ৰাণঘাত, বি. (সং. প্ৰাণঘাতক-প্ৰাণ, জীৱন +হন, নাশ ক) প্ৰাণ মৰা, বধ

  1. al, latal, destructive. 7. *. 44

মাৰোতা, বৰ্ষেতা, ১ne who kills. (স্ত্ৰী) প্ৰাণঘাতিক। প্ৰাণঘাতকী, স, শ, (সং) প্ৰাণ মাৰোতা, státti, a muxlcr. প্ৰাণত্যাগ, স. শ. (সং. প্ৰাণ ত্যাগ---প্ৰাণ --ভ্য, এ) আপোন ইচ্ছাৰে জীৱন এৰা কাৰ্য, ইচ্ছা কৰি মৰণ, a voluntary death. প্ৰাণু-দণ্ড, স, শ, (শ, প্ৰাণদণ্ড—প্ৰাণ + দণ্ড, শাস্তি প্ৰাণ মৰা শান্তি, eapital punishment, execution. প্ৰাণ-নাথ, স. শ. (সং, প্ৰাণনাথ—প্ৰাণ। নাথ, অধিকাৰ জীৱনৰ গৰাকী, ভাষাই স্বামীক মৰমেৰে মতা মাত, lord of