পৃষ্ঠা:হেমকোষ.pdf/৬১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৃথকা 74, the twenty-sixth lunar as- terism. পূৰ্ব্ব-লক্ষণ, স. শ. (সং. পূৰ্বলক্ষণ-পূৰ্ল, আগ+লক্ষণ, চিন। আগলৈ যি যথা হব তাৰ পূৰ্বেই ওলোৱা চিন; যেনে, বৰষুণৰ পূৰ্ব্বলক্ষণ মেঘ, a weather sign. পূৰ্বৱত, ক্ৰি. বি. (স.) আগৰ দৰে, as before, as above, fa. srtstachya ay আগৰবিলাকৰ নিচিনা, like that or those mentioned above. পূৰ্বাপ, স. শ. {সং. পূৰ্ব্বাপৰ-পূৰ্গ, আগ + অপৰ, পচ) অতি পূৰ্ব্ব কাল আৰু তাৰ পাচৰ কাল; পুৰণি আৰু বৰ্তমান কাল; যেনে, পূৰ্ব্বাপৰৰ দস্তুৰ, {l aucint. anel succeding times, the past aur 29tent times. ক্ৰি. বি. পুৰণি আৰু বৰ্তমান কালত; যেনে, পূৰ্বাপৰ এনে

      • (star ate, at the lust and

present times. পূৰ্ণহতীয়া। পূৰ্ণহতীয়া, বি. (সং, পূৰ্ণ, পূৰা + অ, হাত, হস্ত ) দুয়ো হাতেৰে ধৰি গাৰ সমুদায় বলেৰে আঘাত কৰা; যেনে, পূৰ্ণ- হতীয়া টাঙ্গন লগালে, struck wit} the full force of hoth the arnis. পূৰ্ণাহুতি, স. শ(সং. পূৰ্ণাহুতি-পূৰ্ণ, পূৰ কৰা আহুতি, হেমত ঢলা ঘিউ ) যজ্ঞ «ৰ্ণ কৰা আহুতি, শেষ হোম, শেষত ঢল ঘিউ, laurified butter } poured on the sacred fire as the last oblatior. পূৰ্ণিমা, স. শ. (সং. পূৰ্ণিমা—পূৰ, ৰা হ} জোন পূৰ হোৱা তিথি, the lay of the full moon. পূৰ্তি, স. শ. (সং. পৃ, পূৰ ক) পূৰণ, পূৰ কৰণ, পূৰ কৰা কাৰ্য, flvg act of tilling, fulness. পূৰ্ব, স. শ(স. পূৰ্ব্ব-পূৰ্ব্ব, পূৰ কৰ) আদি, আগ, প্ৰথম; সূৰ্য ওলোৱা দিশ, পূব, the beginning, the eait, বি. আদিৰ, আগৰ, প্ৰথমৰ, ritor, former, পূৰ্বকলীয়া, বি. (সং. পূৰ্ব্বকাল, আগৰ কাল) আগৰ দিনৰ, allerient. পূৰ্বদিশ, স. শ. { সং.) পূব ফাল, this cast. পূৰ্বপুৰুষ, স. শ. (সং, পূৰ্বপুৰুষ-পূৰ্ল, আগৰ+পুৰুষ, বংশৰ খাপ) উপৰি পুৰুস, কোনো বংশৰ পূৰ্ব্বে থকা লোক, ali ancestor. . পূৰ্বফনী, স. শ. (সং. পূৰ্ব্বনী--পূৰ্ব, প্ৰথম + ফনী, দুটা নক্ষত্ৰৰ নাম ) প্ৰথমটো ফল্গুনী নক্ষত্ৰ, সপ্তম নক্ষত্ৰ, the seventh lunar asterisın. পূৰ্ববী, বি. (স. পূৰ্ব্ববৰ্তি-পূৰ্ব্ব, আগ + ৰনি, কা) আগত পকা, সমুখত থকা; পূৰ্ব্বে থকা, আগৰ, treeting, 1m-existing. . . কোনো কামত আন এজনৰ অগেয়ে থকা মানুহ, আগৰ বিষয়া, a predecessor. . পূৰ্বভাদ্ৰপদ, ২. শ. (স. পূৰ্বভাদ্ৰপদ--- পূৰু, প্ৰথম+ভাদ্ৰপদ, দুটা নক্ষত্ৰৰ নাম ) প্ৰথমটো ভাদ্ৰপদ নক্ষত্ৰ, ছাব্বিশ সংখ্যাৰ পূৰ্ব্বাষাঢ়া, স. শ. (স. পূৰ্বাষাঢ়া-পূৰ্ব্ব, প্ৰথম + আষাঢ়, দুই নক্ষত্ৰ) প্ৰথমৰটো আষাঢ়া নক্ষত্ৰ, কুৰি সংখ্যাৰ নক্ষত্ৰ, the twentieth Innar mansion. পূৰ্বাহ্ন, স. শ. (সং. পূৰ্ব্বাহ্ন-পূৰ্ব্ব, অগি+ তাহন, দিন আগ বেল, দুপৰৰ আগৰ 515t, the morning পূৰ্বে, ক্ৰি. বি. {সং. পূৰ্ব্ব, আগ} আগে, stestcs, formerly, before. পূৰ্বোক্ত, বি. (সং. পূৰ্বোক্ত-পূৰ্ব্ব, আগ + উক্ত, কোৱা } আগেয়ে কোৱা, ওপৰত উল্লেখ কৰা, inentioned above, afont- said. পূৰ্য্য, বি. (সং. পূৰ্য- পূৰ, পূৰ্ব কৰ পূৰাব লগীয়া; পূৰণৰ দ্বাৰা অধিক কৰিব লগীয়া, to be filled, to be multiplied. 7. *. আন এক গঙ্কেৰে পূৰণ কৰা অঙ্ক, ৫ number to be multiplied. পৃথক্‌, বি. { সৎ, পৃথ, পেলাই দি ) বেলেগ, separate. পৃষক, স, ধা. পৃথক কৰ বেলেগা, separate. to