পৃষ্ঠা:হেমকোষ.pdf/৬১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পূজক, স, শ, (সৎ) পূজা কৰোতা, অৰ্শন। Frått), a worshipper. পূজ, দ. স. (সং. পূজা কৰণ, the art of worshipping . পূজনীয়, বি. (সং, পূজনীয়--পূ, সম্মান ক) মান্য, পূজ্য, পূজা কৰিবৰ মোগ্য, venerable, adorable, পূজা, স. শ. (স.) সন্মান, অৰ্চন, sor- sluip, lomage পূজাৰি, স. শ, পূজা কাৰীতা; লোকৰ ঘৰত পূজা কৰি জীৱিকা কৰা বায়ু, a ston- sluimper, one who lives luy worxlip). ping an idol for another, পূজিত, দ. বি. (স.) পূজা পোব, সম্ভ্ৰম 69481, worshippeal. পূজোতা, দ. স. পূজা কৰে, a - slipper. (স্ত্ৰী) পূজভী। পৃক্ত, বি. (স.) মান্য, পূজাৰ যোগ্য, adomlle, venerable. পূজ্যপাদ, বি. (স. পূজাপদ-পূজা, পূজ- নীয় +পাদ, চৰণ বৰ মান্যৱন্ত, পবন- পূজনীয়, teletalls, revival. পূতন, স. শ. কৃষ্ণে বধ কৰা এজনী সৰ দূতী, ৰাক্ষসীৰ নাম, {}ie 2ame of a she-demon killed by Krishna. পূতিগন্ধ, স. শ. (সং. পুতিগন্ধ-পূতি, বেয়+ গন্ধ, ঘ্ৰাণ ) দুৰ্গন্ধ, বেয়া গন্ধ, byak se]]. পূতি-গন্ধি, বি.। সং.) দূৰ্গন্ধি, বেয়া গো- ন্ধোৱ, stinking. পূ, স. শ. পূৰ্ব দিশ, বেলি ওলোৱা ফাল, পূৰ্ণ-পাত্ৰ পূৰণু, কুদ, স. (সং.) পূৰ্ণ কৰা কাৰ্য্য; অঙ্ক বৃদ্ধি কৰা কাৰ্য, the act of filling or nultiplying. পূৰা, স, ধা. (স. পূৰ, পূৰ্ণ ক) পূৰ্ণ কৰ, পূৰ কৰ; সিদ্ধি ক; যেনে, বাঞ্ছা পূলে, to fill, to complete, to accomplisli, to fulfil. বি. সম্পূৰ্ণ, কম নোহোৱা, আটুট; যেনে, পূৰ্ব এদিন, full, tom- plete. স. ম. উজনিত তিনি, কামৰূপত চাৰি, দেণি শস্যৰ জোখ; যেনে, এপূৰা ধান; চৰি হলটা { বা দোন) মাটি, in lpper Issan 1)tree, in Kamrup funr ilix of grain, lour bighas of lant. কুদ, স. পূবা, (স্ত্ৰী। পূৰাতী। পূৰি, স. শ. (সং. পৃৰিকা, হিং. বং. পূৰী, এবিব পিঠা) এবিধ ঘিউত ভজা শাটাৰ forti, a kind of mlaxen breail friend in glee. পূৰীয়া, বি. এপু শস্য ধৰ, lolling a pure of min. পূৰৈ, স. শ. (স. পূভীক, বং পূইশাক, এবিধ ল) ৰঙ্গ। ৰসযুক্ত গুটি ধৰা এবিধ 731*17, a kind of potler)). পূৰৈয়া, লি. পা গুৰৈ গুটিৰ দৰে ৰচীয়া, { কাঠ আনু খাটে }, redish like the ripreml of the absore. পূৰ্ণ, বি. (সং. পূৰ্ণ-পূৰ, পূৰ কৰ } পূৰ; সিদ্ধ; যেনে, বা পূৰ্ণ হল, full, con- poleate, accomplished, fulfilled. পূৰ্ণ-কাম, বি, (সং. পূৰ্ণকাম-পূৰ্ণ, সিদ্ধ + কম, বাঞ্ছা) যাৰ বা সিদ্ধ হৈছে, কামনা সিদ্ধ হোৱা; সন্তোষ পোৱা, having attaineil ar auremplisird an object, sucessful, gratified. পূৰ্ণ-পাত্ৰ, স. শ. (স. পূৰ্ণপাত্ৰ-পূৰ্ণ + পূৰা + পত্ৰি, ভাজা ভৰা পাত্ৰ; কেনো ধৰ্ম্ম কাৰ্য্যত পুববাহিক দিয়া চাউল আৰু শান খাদ্য বস্তুৰে পূৰ কৰা পত্ৰি, a full vessel, a vessel Call of rice anıl other eatables presened at a religious ( l'eremony to the priest.. the east. পূৰ, স. ধা. {স. পূৰ, পূৰ্ণ ক} অঙ্ক বৃদ্ধি কৰ, এক অঙ্কক বহু গুণ ক; যেনে, দুই দুয়েৰে পূৰিলে চাৰি হয়, to multiply. বি. পূৰ্ণ, ভ; সিদ্ধ; যেনে, বাঞ্ছা পুৰ হল, full, fulfilled. পৃক, স. শ(সং) দূৰ কৰোতা; অঙ্ক বৃদ্ধি কৰা অঙ্ক, 741 TE, a filler or that wbich completes, the multiplier. পূৰঠ, ৫ বি. (সং. পূৰ পূৰ্ণ কৰ) পৈণত, pāfs, mature.