পৃষ্ঠা:হেমকোষ.pdf/৬১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পেটাল পৃথকান্ন পৃথকা, বি. (সং. পৃথকা—পৃথক, বেলেগ +অন্ন, আহাৰ) বেলেগে খোৱা আৰু থকা, বেলেগ হোৱ; যেনে, পৃথকান্ন ভ্ৰাতা, riot living in commensality, living sepurately. পৃথকে, ক্ৰি. বি. বেলেগে, separately. পৃথককৈ, ক্ৰি. বি. পৃথকৰূপে, বিভিন্ন প্ৰকাৰে, বেলেগকৈ; যেনে, এই কথা পৃথককৈ কৰা; বেলেগে, ifferently, separately. পৃথিৱী, স. শ. {সং. পৃথিৱী--প্ৰথ, খাতি- মন্ত হ) ভূলোক, গোটেই মাটিখান, the earth. পৃষ্ঠ, স. শ. (স. পৃষ্ঠ-পূষ, ছুটিয়া } পিঠি : to atst, the bark. পৃষ্ঠা, স. শ. পুথিৰ পাতৰ এপিঠি বা এফাল, il page: পেং, স. শ. { অং. পিং, শালকেপ, কে- 60471, a two-fringed contrivance nisert for raising er supporting a heavy thing পেংলাই, স. শ. এবিধ ছিলী পতীয়া লাই শাক; ইতিকিং, পৰিহাস, kirt of pothcrls, a joke or jest. পেউৰী, স, শ. (হি. পেড়ী, এবিধ হালধীয়া বস্তু এবিধ তিবতাই ফোট লোৱা হালধীয়া বস্তু, yellow substance with which wonen paint their forelıcals. পেচ্‌, স, শ. { বং. পেঁচ, পাকপাক, মেৰ; এবিধ গাত পক পকা গজাল, tisist, il pot, pettislunosa, il seres. পেঁচু পাড়, ঠে, পা, ৰোহ পাড়, to li sulky okº petulant. পেচ্ লগ, পাক লাগ; ঠেই লা, 1 ) twiste.1, to be petulant. পেঁপা, স. শ. ( অ, পেপে, অনুক.) এবিধ মুখেৰে বজোৱা ৰাদ্য, a vitil-instrit- ment, a pipe. পো, বি. (সং. পঙ্গু, খোৰা অলপ পেঙ্গু, খোৰাই খোজ কঢ়া, limping, 38 thalt. স. শ. খোৰা মুনিহ, a lapie man (স্ত্ৰী) বি. স. শ. পেঙ্গী, পৈঙ্গুৰী। পৈঙ্গুবিয়া, অ, ধ, অলপকৈ খোৰাই খোজ Pyy, to limp. পেঙ্গলিয়া, স, ধ. (পেংলাই, পৰিহাস ) পৰিহাস ক, ইতিকিং কৰ, খেনি কৰ, to jike, to rilicule. পেচক, স. শ. {সং. পেচক-পচু, বিস্তৃত ক) ফেদা, ut ov. পেচন্দা, স. শ. এবিধ অলঙ্কৰ, a litinul of ortament. পেট, স. শ. ( স. পেট, হিং. আৰু বং, পেট, উদৰ) উদৰ বুকুৰ তলৰ নাইৰ ওপৰৰ ভাগ; যেনে, পেটৰ ভাত; তিৰোতাৰ গ; যেনে, পেটৰ সন্তান; মন, আশষ; যেনে, পেটৰ কথা, the belly or alulomen, the womb, the inimi. পেটু চল বা পেটু ব, ভেদ হ, পনীয়া মল বাহিৰ হ, to have ]rging. পেট পোহ, মূৰে মূৰে খাই বৈ থাকে, কোনো 75 tag 49, to live from land to mouth. (953, S7, 1o be pregnant. পেটা, বি. (অং. চেপেটা, গোটা নোহোৱা) হেঁচাত চেপেটা হোৱা; যেনে, গচকাত

      • 67 (7619, cruslel, tlattened

hy pressure. পেটা উঠ, হেঁচাত চেপেট। হ, 1৯৫ crushed, পেট। তেল, হেঁচি বা গচকি চপেটা কৰ, to trusl. পেটা-আঁৰী, স. শ. ( পেট, উদৰজৰী, গুণ) ঘোঁৰাব জীন-বন্ধ। জৰী, a girth or strap for a saddle পেটাৰি, স. শ. (স’, পেটাক; হি, পেটাৰা; বং, পেট, পেটে) এবিধ cu 6, a kind of covered cane- basket. পেটাল, বি. (বং পেটাল, ডাঙ্গৰ পেট পক) বৰ পেট খক, pnt-bellied.