পৃষ্ঠা:হেমকোষ.pdf/৬১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মহৎ পুঙ্গি। পুল্লিঙ্গ, স, শ. (স. পুংলিঙ্গ) মতাক 9481777, the masculine goniler. পুৱা, স. শ. (স. প্ৰভাত; হি. পোহ, প্ৰাতঃকাল ) বেলি ওলোৱাৰ আৰু দুপৰৰ মাজৰ সময়, ২loring. অ, ধা. প্ৰভাত হ, ৰাতি গুচি দিন হ, to tasn. পুৱাই, ক্ৰি. বি. নিচেই পুৱাতে early Tata, in the morning. পুৰ, স. শ. (সং. পুৰ-পুষ, পুষ্ট ক} অশুভ তিথি নক্ষত্ৰ বা বাৰ যত কোনো মৃত্যু হলে তাৰ পৰিয়ালৰ আন লোক মৰে বুলি শাস্ত্ৰে কয়, an itiuspicious day a death on which is riid to be followed by others in the family: পুঙ্কৰণী, স, শ. “পুৰিণী” শব্দৰ অপভ্ৰংশ। পুঞ্চৰ-দ্বীপ, স. শ. (সং. পুষ্পবদ্বীপ-পুৰ, পঝ + দ্বীপ, মাজুলী } সাত দ্বীপৰ এক দ্বীপ, তত পল্ম অধিক, এতেকে নেই। ayt, one of the seven (livisions of the world. পুষ্কৰিণী, স. শ. {সং. পুষ্কৰিণ,পুঞ্চব, পদ্ম, পন্ম হয়, এতেকে) পুখুৰি, a talk, a pond. পুষ্ট, বি. (সং. পুষ্ট-পুষ, প্ৰতিপালন কৰ। পোহ ধৰা, মঙ্গহাল,নাদেক, fat, flesh;. পুষ্টতা, ও. শ. (স.) গোহ ধৰা অৱস্থা, Heshiness, stontness, পুষ্প, স, শ, (সং. পুষ্প ---পু, প্ৰফুল্ল হ ) ফুল, a flower. পুষ্পক, স. শ. কুবেৰৰ ৰখৰ নাম, the chariot of luccra the Indian Pluto. , পুৰেণু, স, শ, (সং. পুষ্পৰেণু, পুষ্প, ফুল +ৰেণু, ধূলি ) ফুলৰ কেশৰৰ ধূলি, the pollen of flowers. . পুষ্পৱতী, বি. (সং, পুষ্পমুক্তা, ফুল থকা; ঋতুমতী, flowery, menstruous. (স্ত্ৰী)। পুষ্পস্ত, বি. ফুলযুক্ত, ফুল থক, fixery. পূজ পুষ্পবৃষ্টি, স. শ. (সং. পুষ্পবৃষ্টি-পুষ্প, ফুল + বৃষ্টি, বৰষুণ) ফুলৰ বৰষুণ, কোনো কাৰ্য্যত আনন্দিত হৈ ছটিওৱা ফুলৰ সমূহ, rain of flowers, flowers cast on any joyful Occasiou. পুষ্পশৰ, “পুষ্পবাণ” চোৰা। পুষ্পি, বৃদ. বি. (সং. পুস্পিত- পুষ্প, প্ৰস্ফুটিত হ) ফুল ধৰা, ফুলযুক্ত, flowered, in Honers. পুষ্পেৎসৱ, স. শ. (সং. পুষ্প, তিৰোতৰ মাসিক স্ৰাৰ + উৎসব, আমোদৰ কাৰ্য) ছালী প্ৰথমে ঋতুমতী হোৱাৰ সাত দিৰ দিনা কৰা কাৰ্য, নোৱাই ভোলনি, thu ceremony of puberty. "CY*** তোলনি” চোৰা। পুষ্পোদ্যা, স. শ. (সং. পুষ্পোদ্যান- পুষ্প, ফুল + উদ্যান, বাৰী) ফুলনি-বাৰী, a flower garfen. পুষ্যা, স. শ. (সং. পুষ্যা-পুষ, পুষ্ট কৰু ) te eighth luvar asterisnı, পুস্তক, স. শ. (সৎ পুস্তক-পুস্ত, বান্ধি থ) পুথি, কিতাপ, a book, a naahur script. পু, স. *. {স, পৌষ; হি. পৃস, এটা মাহ) নৱম মাহ, the titli noith comprising lurt of December and January: পুহ-বিয়া, স. শ. { সং. পুংসৱন + অ'.. বিয়া) “পুংসৱন” চোৱা। পুহীয়া, বি. পুহ মাহত জন্মা বা উৎপন্ন, born or produceri in the inonth of Pousli. স. শ. পুহত ওপজা মানুহৰ ata, the name of a man born in loush. (স্ত্ৰী) পুহী পুহক, স. শ. (সং, পুঞ্চ) “পুৰু” চোৱা। পূজ, স, স. (স. পৃয়, ঘৰ বস ) পকা ঘৰ পৰা ওলোৱা বগা ৰস, pus, 11tatter. পূজ, স, ধাসং• পূজ, সন্মান কৰ} অৰ্চনা কৰ; সন্মান কৰ; প্ৰশংসা কৰ, to Korship, to praise. অষ্টম নক্ষত্ৰ, পুষ্পবাণু,. স. শ. (সং, পুষ্পৰাণ—পুষ্প, ফুল + ণ, কড়; ফুলবিলাক যাৰ শৰ। কামদেৱ, পুষ্পশৰ, the Indian Cupil.