পৃষ্ঠা:হেমকোষ.pdf/৫৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

i ভাগ, ঘাই ভাগৰ আৰু তাৰ অজস্বৰূপে লগ লগোৱা অংশ, a supplement or appendix. . পৰিশু, বি. (সং. পৰিশুদ্ধ - পৰি, উপস, + শুধু, পবিত্ৰ হ} শুচি, নিৰ্ম্মল, cleanel, purified. পৰিশে, স. শ. (সং. পৰিশেষ--পৰি, উপস.+শি, অস্তুহ) অন্তু, শেষ ভাগ;

    • 1, an end, conclusion, remainder.

পৰিশোধ, স. শ. (সং. পৰি, উপস.+শুধ, পবিত্ৰ ক) ধাৰ শুজা; যেনে, ধৰিৰ পৰিশোধ হল; এতেকে শুটোয়, প্ৰতি হিংসা, প্ৰতিকাৰ; সেনে, এই গালিৰ afacerta fr, the discharge of a clebt, revenge. পৰিশোধিত, ক. বি. (সং.) সংশোধিত, ভালৰূপে শুদ্ধ কৰা, সকলে অশুদ্ধ গুচোৱা; যেনে, এই পুথি পৰিশোধিত হৈছে; পবিত্ৰ কৰা, নিৰ্মল কৰা, thoroughly corrected or revised, purified, cleansed. পৰিশ্ৰম, স. শ. সং. পৰিশ্ৰম-পৰি, উপস, + শ্ৰম, ভাগৰ লগ) ভাগৰ লগোৱা কাম, আয়াস, প্ৰস, কোনো কাৰ্যা সিদ্ধিৰ নিমিত্তে মনেৰে বা গাৰে কৰা 79; 6154, labonr, pains, exertion, fatigue. পৰিশ্ৰমী, বি. (সং পৰিশ্ৰমিন-~-পৰিশ্ৰম +ই) পৰিশ্ৰম কৰা, দুখেৰে কাম কৰা, দুখকাৰী, ঘাইকৈ গত দুখ হোৱা কাম কৰা; যেনে, পৰিশ্ৰমী মানুহ নিৰোগী, laborious, industrious, painstaking. স, শ, পৰিশ্ৰম কৰা লোক, an indus- trious person, a labourer. পৰিাস্ত, কদ, বি. { সং. পৰিশ্ৰান্ত-পৰি, উপস,+ শ্ৰম, ভাগৰ লাগ) ভাগৰ লগা, E CRITI, wearied, fatigued. পৰিশ্ৰাপ্তি, স. শ. ভাগৰ, fatigue. পৰিকাৰ, যি. (স. পৰিষ্কাৰ-পৰি, উপস, +ক, ক) নিৰ্মল, নিকা, স্পষ্ট, গোট। গোট, কাৰৰ কেও মলগা : যেনে, পৰিষ্কাৰ লেখা,, neat, elean, clear, plain. পৰিত, কৃ. বি. (স.) নিকা কৰ, নিৰ্মল কৰা; শুৱনি বস্তুৰে শোভিত কৰা, cleanser, purified, decorated. পৰিসমাপ্ত, বি. (সং. পৰিসমাপ্ত--পৰি, উপস.+ সম্, উপস+আ, প্ৰাপ্ত হ} অপ্ত পৰা, শেষ হোৰা, finishal, ecom- pleted. পৰিসমাপ্তি, স. শ. (স.) অন্তু, শেষ, সম্পূৰ্ণতা, end, completion, conclusion. পৰিসৰ, স. শ. (সং. পৰিসৰ-পৰি, উপস, + , গতি কৰ) বলৰ জোখ, পুল, 79; altfel, hreadth, expanse, extension. পৰিসীমা, স. শ. (স. পৰিসীমা-পৰি, উপস.+ সীমন, অন্ত} শেষ সীমা, অন্ত, limit, end. পৰিহৰু, স. ধ. ( সৎ, পৰিহৰণ—পৰি, উপস- +স্ব, ত্যাগ) ত্যাগ কৰ, এ; যেনে, ম্য-কথা পৰিহৰি, ডাকি বোলা হৰি হৰি," to give up, to relinquishi, পৰিহৰণ, কদ, স.(সং. পৰিহৰণ-পৰি, উপস, +, এ) ত্যাগ, এৰা কাৰ্য, the at of abandoning or leaving. পৰিহাৰ, স. শ. (স.) ত্যাগ, এৰণ, aban- donment, relinquishment. পৰিহাৰ্য্য, বি. (সং. } এৰিব লগা, ভাগৰ (7Y517, fit or proper to be abandoned or left. পৰিহাস, স. শ. (সং. পৰিহাস--পৰি, উপস. + হসূ, ইহ) ধেমালি কোৱা ৰঙ্গিয়াল কথা, a joke, a jest. সমা-উপহাস, পৰিহাস। উপহাস কিছু অধিক শকত শব্দ; সি নিন্দা কৰা বুজায়, পৰিহাস ধেমালি ইতিকিং কৰা অৰ্ধত খাটে; যেনে, ৰণত পৰামুখ হোৱা সেনাপতি উপহাসৰ পাত্ৰ হয়, যা লোকে সৈতে পৰিহাস কৰিব নেপায়। পৰীয়া, স. শ. { অং. পহৰীয়া, পৰ দিওঁতা; সং. প্ৰহ, এপৰ বেলা) পৰ দিওঁৰণীয়া,