পৃষ্ঠা:হেমকোষ.pdf/৫৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰচেষ্টা 5171781, oue who watches, a guaril. . শৰীক্ষক, স. শ.। সং, পৰীক্ষক.. -পৰি, উপস, + ঈক্ষ দেখ। মহল। লওঁতা, পৰীক্ষা কৰে; কি বস্তুৰ কি গুণ তক নিশ্চম কৰিবলৈ সঙ কৰে, a smine", a experimenter. ৰীক্ষা, স, শ. (স.) গুণৰ প্ৰমাণ বিচৰ; কাৰ্য্য; যেনে, অধ্যাপকে দুতৰৰ পৰীক্ষা লয়; কোনো গুণৰ চিন, মহল; যেনে, ভাগৱতত পণ্ডিতৰ পৰীক্ষা হয়; ছাতৰ পৰীক্ষা দিয়ে; অগৰ কালত বদীয়। মানুহক তাৰ নিৰ্দেযিতা বুজাৰৰ কাৰণে বৰ্শক সাক্ষী কৰি অতি সঙ্কটাপন্ন। মানুহে কৰিব নোৱৰা কোনো কাম কৰিব- লৈ দিয়া কাৰ্য্য। এই পৰীক্ষাৰ কে প্ৰকাৰ আছিল, সেইবিলাকৰ ভিৰত টপৰী আৰু অগ্নিপৰীক্ষ। প্ৰবান। বঙ্গই তপতলে হাত দি দয়াৰ দোষৰ বিচাৰ কৰাৰ নাম অগ্নিপৰীক্ষা; যাক এটা ঘটত কলা বগা দুটা গুটি ভৰি ৰদীয়া এটা উলিয়াই আনিবলৈ দিয়াক ঘটীক্ষা বেলা যায়, তাতে সি বগা গুটি আৰ্নিালে নিৰ্দোষী হয়, a examination, an experiment, a test, an outcal. পৰীক্ষিত, কুদ. বি. (সং. } গুণৰ চিন দেখো, মহল। দিয়া, xেaniel, ex- perimenteel poti. 7. *.yen 7 এজনা ৰজ; ঋষিৰ শাপ তেওঁক ভক্ষক নাগে দশি মাৰে; তেওঁ অৰ্জনৰ নাতি য়েক আছিল, আৰু শুকে তেওঁৰ আগত মহাভাগৱত কৈছিল বুলি লেখা আছে, one of the Pandava princes, the grands. of Arjuna. পৰীক্ষাৰ্তীৰ্ণ, বি. {সং. পৰীক্ষাত্তীৰ্ণ-- পৰীক্ষা, মহলা + উত্তীৰ্ণ, পাব হোৱা) পৰীক্ষাত পাৰ হোৱা, মহলাত উঠা, passed in an examination. পৰুৱা, বি. (অ. পৰ, অন্ত ) পৰৰ, আপো- নাৰ নোহোৱা, লোকৰ ঘৰৰ; যেনে, সি 36 ঘৰুৱা নে পৰুৱা, belonging to an other, not one's own, স. শ. বাটৰুৱা মানুহক তপখে নিয়া এবিধ ভূত, an vil spirit who is supposed to mis. lead syfarers. . পৰুৱা, স. শ. পি, এবিধ চাৰিটা বা ঘধিক ঠেং থকা মাটিত বগাই ফুৰা কীট, তৰ অনেক জাতি আছে, কোনো কোনো জাতিৰ বয়স পূৰ হলে পাখি গজে। পৰুৱাৰ সকলোৱে জনা জাতিবিলাক এই; যেনে, আমৰলি, উই, ওড়ি পৰুৱা, টোকা পৰুৱা, মজাৰলি, an ant.. পৰে, ক্ৰি. বি.। সং. পৰ, পাচ) পাচে, aftertaris. বেক, স. শ. (সং. প্ৰহৰৈক, এপৰ) এ- a cafe 71 744, one prahar, que miglath of a day and night. পৰেকীয়া, বি. এপৰ থকা; যেনে, পৰেকীয় বস্তু; এপৰ কাল হোৱা; যেনে, বেলি 422 32, existing, or consisting of one phar. পৰোপকাৰ, স, *. { সং. পৰোপকাৰ-পৰ, অন + উপকাৰ, হিত কাৰ্য) পৰৰ হিত tut, rood done to others, a goodl aflice, benevolence. পৰোপকাৰিত, ও. শ. { সং. } লোকৰ হিত কাৰ্য কৰা সাৰ বা গুণ, the dis- position to do good to others. পৰোপকাৰী, বি. (সং, পৰোপকাৰি- পৰাপকাৰ + ইন্) লোকৰ হিত কৰা, Junerolent, cloing good to others. স. শ. লোকৰ হিত কৰা মুনি, benevolent mais. () fa. 7. *. পৰোপকাৰিণী। পৰোক্ষ, স, শ{সপক্ষপ, পাচ। অক্ষি, চকু) চকুৰ পাচ, আগত নথকা কাল বা ঠাই; যেনে, পৰোক্ষত কাকে? নিদিব নেপায়, absence. পৰোক্ষ, ক্ৰি. বি. আলেঙ্গে, বুজ নিদিয়াকৈ, গোপনে, ভতৰি, secretly, পৰচেষ্টা, স. শ. { অং. পৰ, ভূত+চেষ্টা, a