পৃষ্ঠা:হেমকোষ.pdf/৫৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰিশিষ্ট। পৰিপূৰ্ণকৈ পৰিপূৰ্ণকৈ,। ফি, বি. সম্পূৰ্ণৰূপে, গোটেই পৰিপূৰ্ণৰূপে, পূৰকৈ, fully, completely. পৰিপূৰ্ণ, শু. শ. (সং. সম্পূৰ্ণতা, fullness, completeness. পৰিবৰ্তন, কদ, স. (সং, পৰিৱৰ্তন-পৰি, উপস.+, হ লাওন, সলনি কৰণ, এটাৰ সলনি আন এটা দিয়া বা এটা গুচাই আন এটা কৰা কাৰ্য্য, the net of changing, altering or bartering . পৰিবৰ্তনশীল, বি. (স.) পৰিবৰ্তন বা লৰচৰ হৈ থকা, changeful. পৰিবৰ্তিত্, কৃদ. বি. { সং. পৰিৱৰ্তিত-পৰি +ত) সলোৱা, সলনি কৰা, ••hangel, altered, Iarterel. পৰিবৰ্ত্তে, আনু. অব্য. (সং. পৰিৱৰ্ত, সলনি। আন এটাৰ সলনি বা বাবে; যেনে, মৌৰ পৰিবৰ্তে গুড়, instead, in the place of. পৰিবন্ধন, কদ, ৭. (সং. পৰিবৰ্ধন-পৰি, উপস.+ বৃদ্ধ, বাঢ় বাঢ়ন, বৃদ্ধি পাওন,

      • a to7, the act of increasing or

growing. পৰিবদ্ধি, কদ, বি. (স.) বৃদ্ধি পোৱা, ভাঙ্গৰ হোৱা; বঢ়োৱা, ডাঙ্গৰ কৰা, - creased, grown. পৰিবাৰ, স. শ. {সং, পৰিৱাৰ-পৰি, উপস, +, বেৰি থা) পৰিয়াল, লৰা তিৰোতা আৰু চাকৰ আদি ঘৰৰ মানুহ, a family including servants, &c. পৰিবাহিত, কৃ, বি. (স. পৰিৱাহিত—পৰি, উপস.+হ, বৈ খা) বোৱাই দিয়া, খাৱৈ আদিয়ে দি চলোৱা; বৈ যোৱা, dained, flowing. . পৰি, কদ, বি. (সৎ, পৰিত-পৰি, উপ-+, আবৰি থাক) চাৰিও ফালে বেৰা হৈ থকা, আবৃত; যেনে, পুত্ৰ

      • fato, surrounded.

পৰিবেষ্টন, কদ, স. (সং. পৰিবেষ্টন--পৰি, উপস-+ৱেষ্ট, বেৰি ধৰ) বেৰি ধৰণ; 574, the act of surrounding. পৰিবেষ্টিত্ব, ৰুদ, বি. (সং. } পৰিঙ, বেৰা 971, surroundeil. পৰিভাষা, স. শ. {সং পৰিষা—পৰি, উপস. + ভাষ, ক) কোনো এক বিশেষ বিদ্যাৰ বা ব্যৱসায়ৰ বিষয়ত ব্যৱহৃত মাত; যেনে, ব্যাকৰণৰ সংঙ্গা আদি, a teli- mical terin. পৰিভ্ৰমণ, কদ, স. {সং. পৰিভ্ৰমণ-পৰি, উপস.+ এম, ফুৰ) সকলে। ফলে প্ৰমণ কৰণ, এক দিশৰ পৰা অষ্ট দিশলৈ গতি, the act of roaming alsout. পৰিমল, স. শ. (সং. পৰিমল~-পৰি, উপস, +ম, বাটু) সুগন্ধ, অতি উত্তম ঘ্ৰাণ, an exquisite scent, fragrance. পৰিমাণ, স. শ. {সং. পৰিমাণ—পৰি, উপস, + মা, জোখ) দীঘল ডাঙ্গৰৰ বা গধুৰতাৰ জোখ; যেনে, দুহাত পৰিমাণ, দুসে পৰিমাণ, ইয়াৰ পৰিমাণ কি? mease, weight, extent. পৰিমাক্ট, বি. {সং. প্ৰমাণ, প্ৰমাণ খা ) পৰীক্ষাৰ দ্বাৰা গুণ বুজা, ব্যৱহাৰ কৰি গুণৰ প্ৰমাণ পোবা, দৰব ); যেনে, পৰিমাণ দৰব, of proved efficacy, effi- Cacious (said of a melicine). পৰিমিতু, কদ, বি. (সং. পৰিমিত-~-পৰি, উপস.+মা, জোখুজোখ, পৰিমাণ কৰা, লোখৰ, জোখকৈ অধিক নোহাৱা, সীমা বা পৰিমাণ থকা; যেনে, পৰিমিত coton, measured, weigherl, mn- derato, limited. পৰিমিত, ক্ৰি. বি. পৰ্যন্ত, কোনো এক পৰিমিতে, সংখ্যা বা সময়লৈকে; যেনে, এই পৰিমিত, পাচ টকা পৰিমিত, to, up to the time of. পৰিয়াল, স. শ. (স. পৰিৱাৰ } একে ঘৰত, একে জন গৃহস্থৰ অধীন হৈ থকা সৰা তিৰোহ আদি লোকবিলাক; বংশ, family, race. পৰিশিষ্ট, ল, শ, {সং. পৰিশি—পৰি, উপস. + শিষ্ণু, অন্ত হ) কোনো পুথি অস্ত হোৱাৰ পাচত লিখি লগ লগোৱা