পৃষ্ঠা:হেমকোষ.pdf/৫৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰিণতি। আন অৱস্থা পোৱা, সলনি হোৱা; পকা, turneul to, changed, ripe. পৰিণতি, স. শ. ( সং.) শেষ অৱস্থা; কাৰ্য্যৰ ফল; যেনে, সেই কাৰ্যাৰ পৰিণতি কি BAT, the last stage, a result or con- scquence. পৰিণয়, স. শ. (সং. পৰিণয়—পৰি, উপস, +নী, প্ৰহণ কৰ) বিয়া, marriage, পৰিণাম, স. শ. (সং. পৰিণাম—পৰি, উপস. + নম্, বেঁকা হ) সম্পূৰ্ণ অৱস্থা, পকা অৱস্থ; সম্পূৰ্ণ অৱস্থা পাই হোৱা হাস; যেনে, জৰে পৰিণাম পাইছে; শেষ, অন্তু, পাচ Ets, ripeness, maturity, and. পৰিণামদৰ্শিতা, গু. শ, { তললৈ চোৱা পাচত কি হব তাক জনা গুণ, কাৰণ দেখি ফল বুজিব পৰা শক্তি, prudence. পৰিণামদৰ্শী, বি. (সং, পৰিণামদশি- পৰিণাম, শেষ + দৰ্শিন, দেখা পাচত কি হব আগেয়ে জনা, কাৰণ দেখি ভাৰ ফুল Teratai, prudent, farseeing. পৰিতাপ, স. শ. (সং. পৰিতাপ—পৰি, উপস.+ ছাপ, পোৰণি বেজাৰ, খেদ, sorrow, anguish. পৰিতু, কদ, বি. (সং. পৰিতুষ্ট-পৰি, উপস.+তু, ৰং পা) সন্তুষ্ট, অনিন্দিত, pleaserl, delighted. পৰিভৃগু, কদ, বি. (সং. পবিতৃপ্ত—পৰি, উপস.+তৃপ, সন্তোষ পা} তৃপ্ত হোৱা, খাই পি সন্তোষ পোৱা, satisfiext vitla food or drink, contenteri. পৰিতোষ, স, শ, (স.) সন্তোষ, আনন্দ, pleasure, satisfaction. পৰিত্যক্ত, কৃ. বি. (সং. পৰিত্যক্ত-পৰি, উপসত্য, এ) এৰা, ত্যাগ কৰা, abandoned, left. পৰিত্যা, স. শ. (স. পৰিত্যাগ-পৰি, উপস+ত্যক্ত, এৰু) এৰণ, ত্যাগ, aban- donment, dexertion. পৰিভ্যাগ, বি. (সং. পৰিভ্যাগি—পৰি, উপ+ভাগিন, এতো) ত্যাগ কৰা, Azt, abandoning, quitting, পৰিপূৰ্ণ পৰিত্ৰাণ, স. শ. { সং. পৰিত্ৰাণ-পৰি, উপস+ত্ৰৈ, উল্কাৰ কৰ উদ্ধাৰ ৰা; Firstcater, protection, deliverance, salvation. পৰিত্ৰাতা, স. শ. (স.) ৰক্ষা কৰোতা,

  1. Pete), a Saviour, a deliverur,

a liberator. পৰিধান, কদ, স, (সং. পৰিধান—পৰি, উপস+ধা, ধৰিণ ক) পিন্ধা কাৰ্য্য, কাপোৰ বা অলঙ্কাৰ ধাৰণ কৰণ, the ae of putting on eksthes or erraments. পৰিধি, স. শ. (সং. পৰিধি—পৰি, উপস.+ ধ, ধৰ) দূৰণীয়া বস্তুৰ বেৰ, circum- ference. পৰিনাতি, স, শ. (অ, পৰ, পাচ+নাতি, জীৰ ব পোৰ পুতেক) নাভিৰ বা নাতি alla 15*, a great-yrand-son. (*) পৰিনাতিনী। পৰিপক্ক, বি. (সং. পৰিপ–পৰি, উপস, +প, প) ভালকৈ পকা, ভালকৈ frary, thoroughly ripe or cookedl. পৰিপাক, স, শ, {সং. পৰিপাক---পৰি, উপস.+প, সি ) পূৰঠ হোৱা অৱস্থা, পূৰ্ণ অৱস্থা, সম্পূৰ্ণৰূপে পকা অৱস্থা; যেমে, পৰিপাক পোবা বুদ্ধি; ভালকৈ জীণ যোৱা অৱস্থা; যেনে, পৰিপাক Canyony stata, thotongh ripeness, maturity, complete digestiem. পৰিপাটি, বি. (সং. পৰিপাটি—পৰি, উপস, +পটু, গতি কৰ) পৰিক্ষাৰ, নিয়াৰি, আঁত লগোৱ, সুশৃঙ্খল, neat, tidy, well-arranged. পৰিপাটিকৈ, ক্ৰি. বি. পৰিপটিৰূপে, নিয়া- face, Tasty, neatly, tidily, metholically. পৰিপুষ্ট, কদ, বি. (সং. পৰিপুষ্ট-পৰি, উপস+পুষ, প্ৰতিপাল ক) বৰ পুষ্ট, very fat, corpulent. পৰিপূৰ্ণ, বি. (সং, পৰিপূৰ্ণ-পৰি, উপস, +পূৰ্ণ, পূৰ গোটেই পূৰ, ৰা, fruite full, tilled to the brim.