পৃষ্ঠা:হেমকোষ.pdf/৫৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাৰ। পৰিণ সম্ভব হলে; যেনে, পৰা পক্ষত যাম, if possible. পৰাৱ, স. শ. (সং. পৰাৱ~-পৰা, উপস, + , হ ) পৰাজয়, defeat. পৰভূত, কদ, বি. (স.) পৰাজিত, defcated. পৰামৰ্শ, স. শ সং. পৰামৰ্শ-উপস. + মৃ, বিবেচনা কৰ। আলচ, মন্ত্ৰণা; ভাল বুলি দিয়া বুদ্ধি, consultation, advice. পৰাখী, স. শ. এবিধ আমলখীৰ গঢ়ৰ টেঙ্গা ফল, তাৰ গছ, a kind of acict fruit, its trec পৰায়ণ. বি. (সং. পৰায়ণ-~-পৰ, একমাত্ৰ + অয়ন, গতি) ৰত, নিযুক্ত; যেনে, ধৰ্ম্ম- পৰায়ণ, (levoted, attachal. পৰাল, স. শ. ( অং. পৰু, পতিত হ) এবাৰ টেকী পেলালে ধানৰ বা চাউলৰ যেনে অৱস্থা হয় সেই অৱস্থা; যেনে, চাউল, বোৰৰ এপৰাল পৰিছে, the state of being once husked by means of the Whenki or paddy husker. . পৰালি, স. শ, { অং. পৰ, পতিত হ) হানি, কতি; যেনে, পাঁচ টকাৰ বন্ধু চাৰি টকাত বেচিলে এটকা পৰালি পৰে, waste, loss. পৰালি পৰু, হানি হ, to be stistained as a loss, পৰাশৰ, স, শ, ব্যাসৰ বাপেকৰ নাম, a Vodic Iishi to whom sonic hymns of the Rig-reda are attributed. He was the father of Krishna Dwai- píyata, the Vyusu or arranger of the Vedas (Dowson. ). পশ্ৰিভূ, বি. (সং. পশ্ৰিত–পৰ, আন + আশ্ৰিত, অধীন) লোকৰ অধীন, আনত আশ্ৰয় কৰি থকা, subject, dependant. পৰান্ত, বি. (সং. পৰাস্তু--পৰা, উপস.+ অ, নিক্ষেপ কৰ) পৰাজিত, defeated. পৰি, < সং.) উপসৰ্গ, # prefix. পৰিকৰ, স, শ, (সং. পৰি, উপ+কৃ, কাম ক) কাম কৰি দিওঁতা, ভূতা, গুৱা, an attendant, a servant. পৰিগণি, কদ, বি. (সং. পৰি, উপস,+ গণু, লেখ। লেখা, গণনা কৰা; মান কৰা, মনা, মানি লোৱা, calculated, regarded. পৰিগৃহী, কুদ, বি. (সং. পৰিগৃহীত; পৰি, উপস. + এহ, ল) প্ৰহণ কৰা, পোৰা, accepted. পৰিগ্ৰহ, স, শ. (সং. পৰিগ্ৰহ; ওপৰলৈ চোৱা) গ্ৰহণ, লোৱা কাৰ্য, acceptance পৰিচয়, স. শ, (সং. পৰিচয়; পৰি, উপস, + চি, সংগ্ৰহ কৰ চিনাকি, আগেয়ে দেখা হেতু চিনিব পৰা গুণ; নিজক আনক চিনাবৰ নিমিত্তে কোৱা নাম আদি; যেনে, তেওঁ নিজৰ পৰিচয় দিছে, dequaintance. পৰিচৰ্য্যা, স. শ. (সং. পৰিচৰ্যা; পৰি, উপস. + চৰ, গতি কৰ) আলপৈচান, শুষ, লগুৱাৰ কাম, iienial service. পৰিচৰক, স. শ. {সং. পৰিচাৰক পৰি, উপস,+চৰ, গতি কৰ } লগুৱা, আলপৈ- চান ধৰোতা; ঘাইকৈ পূজাৰ বন কৰা 7759, a menial servant. () fa- চাৰিকা, পৰিচাৰিী। পৰিচিত, কদ, বি. (সং. পৰিচিত্ত-পৰি, উপস.+ চি, সংগ্ৰহ ক) চিনাকি, আগৰ stal Fay, known, acquainted with. পৰিচালি, কদ, বি. (সং. পৰিচালিত-- পৰি, উপস.+ চল, চলা} চলোৱ, লৈ , led, conducted, guided. পৰিচ্ছদ, স. শ. (সং. পৰিচ্ছেদ—পৰি, উপস.+ ছিদ, কাটু) এক হেদ, লেখাৰ এক ভাগ; অধ্যায়, অধ্যা,a jaragraph, a chapter. পৰিজ, স. শ. (সং. পৰিজন-পৰি, উপস, + জন, মানুহ) ভূ, চাকৰ, কাম কৰো, a selevant, an attendant. পৰিজন, স. শ. (সৎ, পৰিজ্ঞান--পৰি, উপস+ , জান) সম্পূৰ্ণ বা ভাল জ্ঞান, ভালৰূপে জানন, thorough knowledge . পৰিণ কৃদ. বি. (সংপৰিণত পৰি, উপ+ন, বেঁকা ই) এক অৱস্থাৰ পৰা