পৃষ্ঠা:হেমকোষ.pdf/৫৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰমহংস পৰমহংস, স, শ, (সং. পৰমহংস-পৰম, শ্ৰেষ্ঠ + ইংস, যোগী) শ্ৰেষ্ঠ যোগী, ইন্দ্ৰিয়- বিলাকক দমি সংসাৰৰ কাৰ্য পৰিত্যাগ

  • 1 catat, a devotee who having

subdued his passions las renounced worldly pursuit.. পৰমাণু, স. শ. {সং. পৰমাণু-পৰম, শ্ৰেষ্ঠ +অণু, অতি সুখ কণাজড় বস্তুৰ চকুৰে মনিব নোৱৰা অতি সূক্ষ্ম কণা, সেই কণা- বিলাক গোট খাই এই জগৎ হৈছে, সিহতৰ নাশ নাই, ৰূপান্তৰ মাথোন, all atom). পৰমা, স. শ. (সং. পৰমাসু--পৰম, শ্ৰেষ্ঠ + আত্মন, প্ৰাণ) প্ৰাণ-স্বৰূপে জীয়া জৰ অন্তৰত থকা ঈশ্বৰ, পৰমেশ্বৰ, the Supreme Being. “জীৱা” চোয়॥ পৰমান্ন, স. শ. (সং, পৰমান্ন—পৰম, শ্ৰেষ্ঠ + অন্ন, আহাৰ) পয়স, পাহ, rice boiled in milk and seasoned with sugar, &c., a rice frumenty. পৰমায়ু, স. শ. (সং. পৰমায়ুস্পম, শ্ৰেষ্ঠ+আয়ু, জীয়াই থকা কাল) জীৱন, জীয়াই থকা কাল, life. পৰমাৰ্থ, স. শ. (সং. পৰমাৰ্থপৰম, শ্ৰেষ্ঠ + অৰ্থ, উদ্দেশ) শ্ৰেষ্ঠ জ্ঞান, পৰমেশ্বৰৰ বিষয়ৰ জন, spiritual knowledge. পৰমাৰ্থবিদ্যা, স. শ. (সং. পৰমাৰ্থবিদ্যা) ঈশ্বৰৰ বিষয়ৰ জ্ঞান দিয়া বিদ্যা, যাৰ দ্বাৰা পৰমেশ্বৰৰ বিষয়ৰ জান জন্মে সেই বিদ্যা, spiritual science. . পৰমাৰ্থিক, বি. (সং. পাৰমাৰ্থিক, পৰমাৰ্থত ৰ) পৰমাৰ্থ সম্পৰ্কীয়; পৰমাৰ্থত ৰত, spiritual, huly, পৰমেশ, স, শ, (সং• পৰমেশ্বৰ-পৰম, শ্ৰেষ্ঠ + ঈশ্বৰ,প্ৰভু) পৰম দেৱতা, পৰমব্ৰহ্ম, ঘাই ঈশ্বৰ, the Supreme Being, God. পৰমগতি, ল, শ, (সং. পৰমগতি-পৰম, শ্ৰেষ্ঠ+গতি, গমন) মুক্তি, নিৰ্বাণ মুক্তি, beatitude, পৰম্পদ, স. শ. (সং, পৰম্পদ-পৰ, সেই পৰশুৰাম + পদ, স্থান) পৰমেশ্বৰৰ স্থান, বৈকুণ্ঠ। aupafs, the heaven of Vislinu, final felicity, beatitude. পৰমপুৰুষ, স, শ, (সংপৰমপুৰুষ-পৰম, শ্ৰেষ্ঠ। পুৰুষ, ব্যক্তি। পৰমেশ্বৰ, tle Supreme Being. পৰব্ৰহ্ম, স, শ, {স, পৰমব্ৰহ্মপম, শ্ৰেষ্ঠ + ব্ৰক্ষ, ঈশ্বৰ) পৰমেশ্বৰ, the Supreme Being. . পৰম্-বস্তু, স, শ, (স. পৰমবস্তু-পৰম, শ্ৰেষ্ঠ + বস্তু, পদাৰ্থ, সকলো বন্ধুকৈ শ্ৰেষ্ঠ, এতেকে) পৰমেশ্বৰ, the Supreme Being . পৰলা, বি. { সং. পাটল, ৰচীয়া বগা ) কল মুগ, মটীয়া ৰক্ষা, (জত খাটে ), dusky brown, browuish. (87) pants পলি, স. শ. ঢাপলি, ঢাকিবৰ বা আঁৰ দিবৰ কাৰণে কামী দি বন্ধা খেৰ, a covering or screen made of grass. পৰলীয়া, বি. { অং. পৰাল, এবাৰ চেঁকীত খুন্দা) এপৰাল মাখোন পৰা, এবাৰ কঁড়া, ভালকৈ নিকা নেহোৱা; যেনে, পৰলীয় 6710, not well-cleaned, as rice. পৰলোক, স. শ. (স. পৰালোক----পৰ, আন + লোক, জগৎ) মৃত্যুৰ পাচত জীৱ যোৱা ঠাই, পৰকাল, the next world.. পৰবৰ্তী, বি. (সং. পৰৱৰ্ত্তিন-প, পাচ+ বৃত্, থাকু) পাচত থকা বা হোৱা, পাচৰ, subsequent, following another. পৰৰশ, বি. {সং. পৰৱশ-পৰ, আন+ ৱশ, অধীন } পৰাধীন, লোকৰ ওলীয়া, sub- ject, dependent. পশু, স. শ. (সং. পৰ-পৰ, অ+ ণ্ড, হিংসা কৰ) কুঠাৰ, an axe. পৰশুকুও, স. শ. {সং.) ব্ৰহ্মকুণ্ড; পশু পকুণ্ড, ৰামে সেই কুণ্ডৰ পাৰ কাটি ব্ৰহ্মপুত্ৰ নৈকে বোৱাই আনিলে, এই প্ৰবাদৰ পৰা সেই নাম, see ‘কু”। পৰশুৰাম, স, শ, (স.) পৰশুৰাম-- পৰাম, পৰশু, কুঠাৰ + ৰ, ক্ৰীড়া কৰ; এখন কুঠাৰ তেওঁৰ ঘাই অল্প