পৃষ্ঠা:হেমকোষ.pdf/৫৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আপদ; আছিল, এতেকে সেই নাম) জমদগ্নি ঋষিৰ পুতেক আৰু ক্ষত্ৰিয়বিলাকক দমন কৰোত। পুৰাণত তেওঁক বিষ্ণুৰ ষষ্ঠ অৱতাৰ বুলি লিখা আছে, Raih৫ with the axe. The first Rima and the sixth acatara of Fishnu. (Dowson). পৰঞ্জ, স, শ. (সং. পৰ-পৰ, আন+ শ্ৰী, ধনসম্পতি} লোকৰ ধনসম্পত্তি, লোকৰ tare, prosperity of another. পৰ্শকাত, বি. { সং. পৰশ্ম, ঐ+ কাৰ, দুঃখিত) লোকৰ ভাল দেখি বেজাৰ পোৰা, খিলীয়া, envious. পৰস্তে, ক্ৰি. বি. (সং. পতঃ, পাচে), পাচে, 467, afterwards. পশ্ৰী, স. শ. (সং. পৰন্ত্ৰী—পৰ, আন+স্ত্ৰী, তিৰোত) লোকৰ তিৰোতা, আপোনাৰ ভাৰ্যাত বাজে আন তিববত, another man's wife, a woman other than one's own wife. . পৰম্পৰু, বি. (সং. পৰম্পৰ-পৰ, আন+প, আন) ইটো সিটোৰ, উভয়ৰ; যেনে, সিহঁতৰ পৰস্পৰ দন্দ হৈছে, mutual. ক্ৰি. বি. অস্যোন্যে, ইটো সিটোৱে, এটাই আনটোৰে সৈতে; যেনে, দুজনে পৰম্পৰ দন্দ কৰিছে, one another, mutually, পৰম্পৰে, ক্ৰি. বি. এটাই আনটোৰে সৈতে; যেনে, সিহঁতে পৰম্পৰে চুলিত ধৰাধৰি aface, cach other, mutually. পৰ, স, শ, (সং. পৰ-পৰ, আন+, ধন) পৰৰ ধন, আনৰ বস্তু, anothers property. পৰহি, স, শ. ‘পণ্ডই” শব্দৰ অপভ্ৰংশ। পৰা, (সং) উপসৰ্গ, a. prefix, পৰাক্ৰম, স. শ. ( সৎ পৰাক্ৰম-- পৰা, প্ৰধা- না+ক্ৰম, গতি) শক্তি, ক্ষমতা, বীৰ্য্য, power, strength, valour, heroism. পৰাক্ৰমী, বি. (সং. পৰাক্ৰমি---পৰাক্ৰম +ই} পৰাক্ৰমযুক্ত, প্ৰতাপ, power- ful, valorous. পৰাগ, স, শ. {সং. পৰাগ---পৰা, প্ৰধান +গম, গতি কৰ, সি গৈ মাইকী ফুলত পৰিলে, তাৰ গুটি হয়, এতেকেসি প্ৰধান। 1976**74 Ft, pollen, flower dust. পৰাজুখ, বি. (সং. পৰাম্মুখ-পৰ, পাচ পৰাংমুখ, + মুখ, বদন) মুখ ঘূৰাই পাচলৈ যোৱা, পাছলৈ লৰ মৰা; যেনে, ক্ষত্ৰিয় ৰণত পৰাম্বুখ নহয়; নিৰাশ কৰি খেদাই দিয়া; যেনে, তোমাক পৰাম্মুখ

  • 5*1, turning back, going away

with the face avert.c), disappointed as an applicant. পৰাচিতু, স, শ. (সং. প্ৰায়শ্চিত্ত, পাপৰ প্ৰতিকাৰপাপ গুচোৱা কাৰ্য, পাপৰ প্ৰতিকাৰ, পাপ গুচাবৰ কাৰণ ব্ৰাহ্মণক HY, an atonement. পৰাজয়, ম. শ. (সং. পৰাজয়---পৰা, উপস, + জয়, জিকা) পৰাভৱ, ৰণ বা বিবাদত ঘটা বা হৰ অৱস্থা, clofeat. পৰাজিত্, কৃ. স. ঘটা, হৰা, defeatel. পৰাই, স. শ. (অং. পৰ, দুখৰ অধীন হ} misfortune, trouble. পৰা পৰ, স. শ. ( স’ পৰা পৰ পৰা, শ্ৰেষ্ঠত্কৈ+পৰ, শ্ৰেষ্ঠ . শ্ৰেষ্ঠত্কৈ শ্ৰেষ্ঠ দেৱতা, পৰমেশ্বৰ, the Supreme Being, পৰাধীন, বি. (সং. পৰাধীন--পৰ, আন + অধীন, লতীয়া) লোৰ তলতীয়া, লোকৰ বশ, পৰৰ অধীন, lependent, subject to), suborilinate. পৰাধীনতা, ৪. শ. (স.) পৰাধীনৰ অৱস্থা, লোকৰ তলতীয়া অৱস্থা, (lependence, subjection. পৰা, স. শ. (সং. পশ্ন--পৰ, আন+ অন্ন, আহাৰ) লোকে দিয়া তাহাৰ, পৰৰ sto, food or maintenance afforded by another. পৰান্নভোগী, বি. (সং. পৰান্নভোজি- পৰান্নভোঙ্গী, পশ্ন, ঐ+কোজিন, খা- ও) লোকৰ অশ্নেৰে প্ৰতিপালিত, লোক আৰ্জন খোৱ, supported by another, living at another's cost. পৰা পক্ষ, পৰা যায় মানে, পৰাধিনিত,