পৃষ্ঠা:হেমকোষ.pdf/৫৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পছ পান। বামৰ পৰা পানীত পেলাই মাছ ধৰা • fax opt, a kind of fish-net. প, স, শ, (সং. পৰস্থ, পাচত থকা, পাচলৈ থাকে এতেকে। সতি সন্ততি, ( at ), offspring, progeny (said of animals). পৰজন্ম, স. শ. (সং, পৰজন্ম---পৰ, পাচ+ জন্ম, ওপজা) এই জন্মৰ পাচৰ জন্ম, মৰাৰ পাছৰ জন্ম, a future birth, পৰৱা, বি. (অ, পৰাঠ, আপদ) আপদত পৰা, কষ্টত পৰা, involvel in listress, difficulty or trogble. প, কদ, স. { অং. পৰু, পতিত ) পৰা কাৰ্য, পতন, tle act of failing. পৰত, বি. (সং. পৰতন্ত্ৰ-পৰ, আন+তন্ত্ৰ, ইচ্ছা) শোক ইচ্ছা মতে চলিব লগা, পৰা- sa, subordinate, subject, dependent. পৰকে, ক্ৰি. বি. পাচে, আন সময়ত, after- wards, at another time. পৰদা, স. শ. (সং. পদাৰ-পৰ, আন +দা, ভাৰ্য) লোকৰ তিৰোতা, আপ- নাৰ ভাৰ্যাত বাজে আন তিৰোতা, a woman other than one's own wife. পদাৰাগমন, স. শ. (স. পদাৰাগমন--- পৰাৰা, ঐ+গম্, গতি কৰ) লোকৰ ভিৰোৰে কৰা সহবাস, ভাৰ্যাত বাজে আন তিৰোৰ সহবাস, sexual inter- course with a woman other than one's own wife. পৰ-খকাতৰ, বি. (সং. পৰদুঃখকাতৰ-- পৰদুঃখ, লোকৰ দুখ + কাতৰ, বাকুল) লোকৰ দুখত দুখী, sympathizing in the distress of others. পদেশ, স, শ. (স. পৰদেশ---পৰ, আন পদেশ, } + দেশ, পৃথিবীৰ এক ভাগ) বিদেশ, অপোন দেশতকৈ বেলেগ দেশ, a foreign country. পৰদেশ, বি. বিদেশী, আন দেশ, পদেশ, foreigu. স. শ, বিদেশী মানুহ, a foreigner. পবা, স. . (সং. পৰৱ--প, আন+ + দ্ৰৱ্য, বস্তু) লোকৰ বস্তু, anothers property. . পৰদ্ৰোহ, স, শ. (স. পৰদ্ৰাহ-পৰ, আন +দ্ৰোহ, অপকাৰ লোকক কৰা অপকাৰ, injury done to another. পৰদ্ৰোহী, বি. (সৎ, পৰদ্ৰোহিন--পদ্ৰোহ + ইন্) হিংসক, লোকৰ অপকাৰ কৰা, injurieus to others. 7.*. contar - prata, mme who injures others. পৰদ্বেষী, বি. (সং. পৰদ্বেষি—পৰ. আন ++ দ্বেষ, হিংসা। লোকক হিংসা কৰা, হিংসক, unalicious. পৰধৰ্ম্ম, স. শ{স, পৰধৰ্ম্ম-পৰ, আন + ধৰ্ম্ম, ঈশ্বৰৰ সেৱা, আচৰণ) আপোনাৰ ধৰ্ম্মতুকৈ বেলেগ ধৰ্ম্ম; আন জাতিৰ ব্যৱ- 72, a religion different from one's own, the duties of another caste. পৰ, অব্য. (সং. পৰ-পৰ, পাচ) অপৰ, ইয়াৰ পাচত, আৰু, moreover, পৰীড়া, স. শ. (সং. পপীড়া—পৰ, শত্ৰু + পড়া, কষ্ট } উপদ্ৰৱ, লোকে দিয়া কষ্ট, tyranny. পপিণ্ডাশ, বি. (সং. পপিাশিম্পৰ- পিণ্ড, আনে দিয়া আহাৰ + অশন, ভোজন) লোকে দিয়া আহাৰলৈ আশা কৰা, জীৱিকাৰ কাৰণ লোকত নিৰ্ভৰ কৰা, ( depending upon another for main- tenance. পৰপুৰু, স, শ, (সং. পৰপুৰুষ-পৰ, পপুৰু, } আন + পুৰুষ, মুনিহ) আপোনাৰ স্বামী বাজে আন নিহ, উপপতি, ৫ man other than one's own husband. পৰপূৰ্বা, বি. (সং. পৰপূৰ্ব্বা--পৰ, আন + পূৰ্ব্ব, আগ) আগেয়ে আনে বিয়া কৰা, { স্ত্ৰী), formerly married to all- other. (F.). পৰম, বি. {সং, পৰম-পৰ, শ্ৰেষ্ঠ) অতি উত্তম, শ্ৰেষ্ঠ, most excellent, best. পৰমন, স, শ, (সং, পৰমান--পৰম, পৰাঙ্গন, { শ্ৰেষ্ঠ +ন, বোধ) ঈশ্বৰৰ frana wta, divine knowledge.