পৃষ্ঠা:হেমকোষ.pdf/৫৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদশিলা। forstol, a beautiful and lovely woman. প, স. শ. (সং. পদ্ম, এবিধ ফুল) পত্ন, এবিধ পানীত হোৱা ফুল, তাৰ ৰঙ্গা, বগা gaffe, the lotus, both red and white. “হুমনি, স. শ. অধিক পদুম থকা ঠাই, a place abounding in the lotus. পদূলি, স. শ. (সং, পদধূলি, ভৰিৰ ধূলি, ঘৰলৈ সোমাতে ভাত প্ৰথমে ভৰিৰ ধূলি পৰে, এতেকে মানুহৰ টোললৈ cattatai Tua Tu, at gateway. পদূলি-সুঙ্গা, স. শ. { অং. পদূলি+সুঙ্গা, গন্ধ পোৱা) সদায় লোকৰ ঘৰলৈ গৈ থকা, ঘৰে ঘৰে ফুৰ; যেনে, “মৰে উৰুলি- পুঙ্গ, সৰে পদূলি-সুঙ্গা” { উপহাসত), frequenting other people's houses (in ridicule). পদে পদে, ক্ৰি. বি. (সং. পদ, ভৰি) খোজে পতি, প্ৰতি খোত, প্ৰতি কথাত, att every step or instance. পদে-প্ৰমাণে, ক্ৰি. বি. মৌখিক আৰু লিখিত প্ৰমাণৰ কাৰা, সাখী আদিৰে; যেনে, গোচৰ পদে প্ৰমাণে বুজাব লাগে, by oral and written evidence. পতি, স. শ. (সং. পদ্ধতি-পদ, গতি ক) ধৰ্ম্ম কাৰ্যৰ বিধি, কোনো ধৰ্মকৃত্য কেনেকৈ কৰিব লাগে আৰ বিধান আৰু মন্ত্ৰ থকা পুথি; যেনে, দুৰ্গা পূজাৰ পদ্ধতি, a book detailing the mode of per- forming any ceremony and giving the texts comeeted with it. পদ্ম, মু. শ. (সং. পদ্ম –পদ, গতি কৰ) পদুম ফুল, কমল, a lotus. পদ্ম-কাঠ, স. শ. {সং, পকাঠ,) এবিধ সুগন্ধি ফাঠ, তাক ধূপ আৰু দৰত দিয়া $4, a fragrant wood used in medi- cine and incenec. পদ্মনা, স. শ. {সং. পল্পনা-প, পহুম +নাভি, মাই, পদুমৰ দৰে সুন্দৰ নাই আছে যাৰ) বিষ্ণু, a name of Vishnu, পদ্মমুখী, স. শ. ( সং, পমুখী, পৰ নিচিনা শুৱনি মুখ আছে যাৰ সুন্দৰী পদ্ম-যোনি, স্ব. শ{সং. পযোনি—পদ্ম, পদুম + যোনি, জন্ম ঠাই, বিষ্ণুৰ নাভি পদ্মৰ পৰা জাত, এতেকে) ব্ৰহ্মা, a harne of Brahma. পদ্মবাগ, স. শ. (স’ পৰাগ—পদ্ম, বঙ্গা পদুম + ৰাগ, বৰণ ) ডালিমা বাখৰ, a ruhy. . পদ্মলোচ, স. শ. (সং. পলোচন-প, পদুম + লোচন, চকু) পদুমৰ নিচিনা শুৱনি চকু পকা লোক; বিষ্ণু, one having Jotus-like or lovely eyes, Vishm. srut, } স. শ. (স. পা, পালয়া- পদ্মালয়ী, পদ্ম, পদুম + আলয়, থকা ঠাই, পঙ্গুত তেওঁৰ বাস) লক্ষ্মী, a larne of Lakshmi, goddess of riches. পাসন, স, শ, সৎ, পদ্মাসন-পদ্ম, পদুম + আসন, গুলত পাৰি বহ। বস্তু। দুই কৰজনৰ তলত দুই ভৰি সুমাই পূজা আদি কৰিবলৈ বহাৰ দৰে উপবেশন; যেনে, পদ্মাসন কৰি বহিছে ( ব্ৰহ্মা জন্মি পথৰ ওপৰত সেই দৰে বহিছিল , the posture of sitting with the thiglis crussed, as in religious meditation, পদ্মিনী, স, শ. (সং. পদ্মিনী --- পদ্মি, পদুম থকা+স্ত্ৰীলিঙ্গত ঈ) বহুত পদ্মফুল থকা ঠাই, পদুমনি। ডাক এজনী সুন্দৰী। তিৰোতা আৰু সূৰ্য্যৰ প্ৰিয়া বুলি কবি- বিলাকে বৰ্ণনা কৰিছে; সুন্দৰী তিৰোতা, a place abounding in the lotus, which is described by the Hindu bards as a beautiful woman who is in love with the sun, a beautiful and lovely womalf, “কমলিনী” চোৰা। পদ্য, স. শ. (সং পদ্য-পদ, গতি কৰ) Conto, 7767 Catery pay, metre, verso. পদশিলা, স. শ. (সং পদ, ভবি+ শিলা, শিল) দেৱতাৰ বা অৱস্থাৰী পুৰুষৰ ভৰিৰ from my fatet, a stone containing a foot-print of a god or sage.