পৃষ্ঠা:হেমকোষ.pdf/৫৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদচ্যুত্ ওপৰত কোনো গোচৰ হয়, সেই মানুহ, effein, a defendant, an accused Terson. (স্ত্ৰী) পৰ্দকীয়ানী। পদচ্যুত, বি. (সং. পদচুত-পদ, বিষয় + চ্যুত, সৰি পৰা) বিষয় গুচা, dismissed from an appointment. পদবি, স, শ, (সং. পদৱি-প, গতি কৰু ) উপাধি, খিতাপ; বিষয়ৰ নাম, a title, an official designation. পদব্ৰজে, ক্ৰি. বি. (সং. পদব্ৰজ, ভৰিৰে গমন~-পদ, ভৰি+জু, গতি কৰ } খোজ

  1. tfs, ou foot.

পদৰঞ্জ, স. শ. (সৎ, পদ-পদ, ভৰি +ৰ, ধূলি) ভৰিৰ ধূলি, dust of the feet. পদস্থ, বি. (সং. পদ-পদ, বিষয়+স্থা, থাক) বিষয়ত থকা, holding an office. পদাকাংক্ষী, স. শ. (সং. পদাকাংক্ষিপ বিষয় + আকাংক্ষা, বাঙ্গ) বিষয় বিচৰা মানুহ, কাম বিচাৰে, a candidate for an appointment. পদাঘা, স. শ. {সং. পদাঘাত-পদ, ভৰি + আঘাত, প্ৰহাৰ } লাথি, গোৰ, পদিন। poffer at fa fica, a kind of small beetle which when tonched gives forth an unpleasant smell. পদাপাল দেখ, বিচুৰ্ত্তি হ, তত এ, টানত পৰি কি কৰা উচিত বা অনুচিত নিশ্চয় কৰিব নোৱৰা হ; যেনে, নাও ডকাত পৰিলত নাৱৰিয়াই পদাপাল দেখিলে, to lose presence of mind, to be dismayel. পদাপাল দেখা, তত হেৰুৱা, বিচুৰ্তি কৰ, বিতত কৰু, to confound, to dismay. পদাৰবিন্দ, স শ. (সং. পদাৰৱিন্দ—পদ, ভৰি + অৰৱিন্দ, পদ্ম, পন্ম যেনে শুৱনি বা মৰম লগা, তেনে ভৰি প্ৰিয়াৰ বা ito ayaa ofa, a lovely or vene- rable foot, the foot of a mistress or of a venerable person. এই ৰূপেই পদ্ম বুজোৱা আন শব্দও ‘পদ” শব্দৰ পাচত লগ লাগি সেই অৰ্থ বুজায়; যেনে, পদকমল, পদাভোজ, পাদপদ্ম, পদপঙ্কজ ইত্যাদি। পদাৰ্থ, স. শ. (সং. পদাৰ্থ-পদ, বস্তু + অৰ্থ, শব্দে যাক বুজায়) পৰমাণু গোট খাই হোৱা বস্তু, দ্ৰব্য, a thing, a substance, পদাৰ্থবিদ্যা, স. শ. (সং. পদাৰ্থৱিদ্যা--- পদাৰ্থ, বস্তু। বিদ্যা, কান) সৃষ্টিৰ বস্তু- বিলাকৰ গুণাগুণ আৰু পৰূপৰ জ্ঞান, the science of natural philosophy, natural science. . ! পদাৰ্পণ, স. শ. (সং. পদাৰ্পণ-পদ, ভৰি + অৰ্পণ, প্ৰেৰণ, চৰণ পঠোৱা চৰণ স্থাপন, ভৰি বিয়া কাৰ্য্য; যেনে, নাৱত পদাৰ্পণ কৰোতেই ধুমুহা আহিল; আগ- মন, অনুগ্ৰহ কৰি অহা (ভাৰ বোকত খাটে); যেনে, আপুনি আমাৰ ঘৰত পদাৰ্পণ কৰিলে ধন্য হওঁ, the act of placing the foot, by a respectable person. পদিনা, স. শ. (হিং. পূব্দীন, ব, পদিনা, এবিধ শাক) এবিধ বিদেশৰ পৰা অনা সুগন্ধি শাক, mint. a kiek. পদাঙ্ক, স. শ. (স. পদাঙ্ক—পদ, ভৰি + অঙ্ক, চিন) ভৰিৰ চিন, খোজ, a foot mark. পদাতি, } . শ. (সং, পদাছি, পদাতিক পদাতিক,। ---পদ, ভৰি+ অ, গতি কৰ) ভৰিৰে খোজ কাঢ়ি ৰণ কৰা সেনা; (16ti, a foot soldier, a peon. পদান, বি. (সৎ, পদানত—পদ, ভৰি + আ, উপস. + নম্, নত হ) মূৰ দোৱাই গুৰিত পৰা, নন্ত বা বশ হোৱা; যেনে, শক্ত তোমাৰ পদানত হওক, falling prostrate at the feet, to be sub jected or obedient. পদাপৰুৱা, স. এ. (অৎ, পদা, বা কৰা +পৰুৱা, পোক; বং, পেদোপোকা, এবিষ পোক) এবিধ গুবৰুৱাৰ নিচিনা পোক, তা হাতেৰে ধৰিলে সি এটা