পৃষ্ঠা:হেমকোষ.pdf/৫৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পলি পয়া। পধূলি, “পদূলি” চোৱা। পৰ্নৰু, স. শ. (সং. পাণ্ডু, এবিধ মূল ) এবিধ অলপ ৰঙ্গা বৰণীয় উগ্ৰ-গন্ধি আঞ্জাত খোৱা মূল, পিয়াজ, all onion, পনীয়া, বি. (অং. পানী, জল) পানীযুক্ত, পানীৰ নিচিনা, সেকো, watery, diluted. . পনীয়া, স. শ. {সং. পানীয়মলক; ব. পানী আমলা; হিং, পানী আলা, এবিধ ফল। এবিধ পকিলে জামু-বুলীয়া হোৱা ফল; তাক হাতেৰে পিটিকিলে কোমল হয়, এতেকে তাক সংস্কৃতত কমৰ্দ" cat i, a kind of fruit. flncourtia cataphracta (Gamble). 48 951 পন্থ, স. শ. “পথ” শব্দৰ অপভ্ৰংশ, সেই শৰ চোৱা। পপয়া, বি. (সং. পাপ, অধৰ্ম) পাপযুক্ত, sy, sinful. পপয়া-তৰা, স. শ. { অং. পপঁয়া, ঐ+তৰা, তাৰকা) আকাশত বৰ বেগেৰে এঠাইৰ পৰা আন ঠাইলৈ যোৱা যেন বোধ হোৱা এবিধ দীপ্তি। আমাৰ মানুহে ভাবে যে, সি পুণ্যৱান মানুহৰ জীৱাঝা; স্বৰ্গত পুণ্যৰ ফল ভোগ কৰি তাৰ তত পাপব নিমিত্তে পৃথিবীলৈ খহি পৰে। ইংৰাজী পণ্ডিতবিলাকে কয় যে, সি এবিধ দীপ্তি- মান্ ক্ষুদ্ৰ ঘূৰণীয়। বস্তু, তাৰ নিজৰ গতি আছে, আৰু পৃথিৱীৰে সৈতে বাটত ভেটা-ভেটি হলে সি অতি বেগেৰে গতি কৰাত তাৰ কান্তি অধিক হৈ ওলায়, আৰু মানুহৰ চকুত পৰে। এই কথাতো আশঙ্কা আছে। ১০ আগষ্ট আৰু ১৩ নৱেম্বৰৰ ৰাতি অনেক পপীয়া-ৰা দেখা যায়, a shooting-star. পবা, স. শ. (অং. পাব, আঙ্গুলিৰ দুই গঠিৰ মাজৰ ভাগ। আঙ্গুলিৰ পাৰৰ জোৰা উখহি হোৱা বেদনা, গগল, a disease of the finger, a whitlow. পবাল, } বি. (অ. পাব, দুই গাঁঠিৰ মাজৰ পবালি। ভাগ) পাৰ থকা, এক গাঁঠিৰ পৰা আন গঠিলৈ বাঢ়ি যোৱা; যেনে,

      • pafot, growing from joint to

joint, having joints, (as cane &c.). পবিত্ৰ, বি. (সৎ, পৰিত্ৰ-পূ, শুচি হ) শুচি, , ceremonially pare, koly. পৰ্বীয়া, বি. পাবৰ, পাব-সম্বন্ধীয়, পাব থকা; যেনে, এপবীয়া চুঙ্গা, consisting of a joint or joints (as bamboo, &c.). প, স. শ. শিহৰি, এটা সৰু আলুৰ পৰা বাঢ়ি গৈ আকও আন এঠাইভ সৰু আলু ধৰ সূতাৰ নিচিনা শিপা; যেনে, চেঁ- চোৰৰ পম, সেই পম পালেই তাৰ মূৰত এটা আলু পোৱা যায়, এতেকে, গুপ্ত কথাৰ উৱাদিহ, অনুসন্ধান; যেনে, চোৰৰ 47 @1815, a fibrous root of a hulbous plant, a clue, a guide. পম খেদি, অলপকৈ পোৱা উৱাদিহ অনুসৰি বিচাৰি; যেনে, পম খেদি চোৰ ধৰে, following a clue. প, অ, ধা. দুৰ হ, জোল ই; যেনে, বৰষুণৰ ferat a, to melt, to dissolve. পমা, স. ধা- দুৱ কৰু, জোল কৰ, to cats to melt. পমা, স. শ. ( অং. পম্, দ্ৰৱ হ, সি বৰ টান নহয়, শীঘ্ৰে ঘাইকৈ পানীত পচি যায়, এতেকে) এবিধ বঙ্গীয় মিহি আঁহেৰে কাঠ, toon wood, Cedrulu Toona (Gamble). পমুৱা, বি. (অং. পাম, ঘৰৰ পৰা আঁতৰত খেতি কৰিবলৈ লোৱা মাটি। পামও থকা, পামত কাম কৰা, working of living on land taken up for tempo- rary ealtivation. স. শ. পামত থকা at *77****, a temporary culti- vator or settler. পয়া, স. শ. (সং. পয়ঃ, এৱা গাখীৰ মাকৰ পিয়াহৰ দোষত বা পিয়াহ কম হোৱাত লৰা খীণাই যোৱ ৰোগ, a disease of children brought on by unwhole- some or scanty milk of the mother. পাণু, স. শ. (সৎ প্ৰয়াণ, গমন) গমন, গতি, যোৱা কাৰ্য, the act of ruing, departure.