পৃষ্ঠা:হেমকোষ.pdf/৫৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পথলীয়া ৪৯ পদকীয়া পথাৰত উৎপন্ন; যেনে, পথৰুৱা বন; পথাৰত কাম কৰা; যেনে, পৰুৱা মানুহ, produced in a corn field, laboring in a field, স. শ. পথাৰত বন কৰা 27, a lahorer in the field. পধলীয়া, বি. (অং পথালি, প্ৰস্থ ) পথালি ভাৱে থকা, দীঘৰ বিপৰীত; থিয় বা Contactat, lying or falling athwart, cross, horizontal. পথলীয়াকৈ, ক্ৰি. বি. পথালি ভাৱে, cross- wise, horizontally, পধা, স. শ. (সং. পদস্থান, ভৰি দিয়া ঠাই। শয্যাৰ ভৰি পৰা ঠাই, the foot of a bed. পথাৰ, স, শ, (সং. পাপ, পানী) অলপ দ আৰু বাৰিষা পানী বন্ধু মোৱা, ডাঙ্গৰ গছ নথকা ঠাই; এতেকে শালিধান কবৰ মোগ্য মাটি; এতেকে খেতি কৰা ঠাই, land free from trees, slightly subnier red during the rains and fit for cultivation of Sidi crops, a rice field. পথলি, স. শ. (সং. প্ৰস্থ, বহল) দীঘৰ বা পিয়ৰ বিপৰীত কাল, বহুল ফাল, breaulth, width. Faqatfer sa আন তিলৈ জোৰা, খিয়ৰ বা দীধৰ বিপৰীত; সেনে, পাটীত পথালি হৈ ice, extending crosswise, hori- zoutal. পথালি-কোলা, স. শ. লৰা আদিক পথালিকৈ লওঁতে আগলৈ মেলা দুখান হাত; যেনে, লৰাটি পলি-কোলাত লোৱা, a parti- cular manner of carrying a child on the arms on which it is place! horizontally . পথালিচকুৱা, বি. (অৎ, পলি, ইদাতিৰ পৰা সিদাতিলৈ যোৰা+ চকু, দেখা ইন্দ্ৰিয়) থিয় নোহাৱা বা এৰাতিৰ পৰা আন ফাতিলৈ বিস্তৃত হোৱা চকুযুক্ত (মানুহত etet ), having horizontal eyes (said of human beings), সশ, মানুহ, মনুষা জাতি, a human being as contra ddistinguished from other animals. পথালি ভাৱে, ক্ৰি. বি. পথালি হৈ; যেনে, পথালিভাৱে পৰিছে, oSstvise, পথালিয়ে, ক্ৰি. বি. ইদাতিৰ পৰা সিদাতিলৈ, দীঘৰ বিপৰীত কালে, পথালি হৈ, in breadth, crosswise. পথিক, বি. (সং. পথিক—পথ, বাট ) বাট- ৰুৱা, যাত্ৰী, ভ্ৰমণকাৰী; যেনে, পথিক 1726, wayfaring, travelling. 7.**. যাত্ৰিক, যাত্ৰী, a traveller, a wayfarer. পথুক, “ পপিক” শব্দৰ অপভ্ৰংশ। পথ্য, স. শ. {সং. 'পথপথ, গতি কৰ } ৰোগীৰ উপকাৰী আহৰ, regimen, sick persóng' diet. পপ্যাশী, বি. {সং, পথ্যাশিনপথ্য, ঐ+ আশি, খাওঁতা) শৰীৰলৈ হিত বস্তু বিচাৰি খোৱা, আহাৰ কথাত সাৱধান; যেনে, নৰিয়া মানুহ পথ্যা হব লাগে, mating wlolesome food. 7. * 24- লৈ হিত বস্তু বিচাৰি খোৱা মানুহ; যেনে, পপ্যাশীৰ নৰিয়। নহয়, (১n who eats wholesome food. ‘পদ, স, শ. (সংপদ-পদ, গতি কৰ} ভৰি, চৰণ; বিষয় বা ব্যৱসায়; যেনে, ৰাজমন্ত্ৰীৰ পদ; কোনো এটা বস্তু; যেনে, পিতৃৰ বস্তুৰ এপদো নাই, {“এপদ বস্তু এনেও হয়); { ব্যাকৰণত) বিভক্তি বা প্ৰত্যয়েৰে যুক্ত শব্দ বা ধাতু; যেনে, ‘ৰামে এই পদ কৰ্ত্তাকাৰক, a foot, a post or appointment, a thing, an inflected word. পদ, স. শ. (সং. পদ্য, শ্লোক) ছন্দ লগাই লিখা কথা, শ্লোক, দুষ্টাকি কথাৰ প্ৰতি ফাৰ্কিত চৈধ্যটা আখৰ থকা আৰু ওপৰৰ ফকিৰ শেষৰ শৰ লৰ কঁকিৰে মিলা, এবিধ অসমীয়া ছন্দ, a verse, a kind of Assamese metre of tivo lines rhyming at the end. পদকীয়া, স, শ, (সং. আপদ; অং. পদক, বিপদ; বিপদত পৰা) জগৰীয়া, যাৰ