পৃষ্ঠা:হেমকোষ.pdf/৫৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পতিতা। €85

  • Saviour of sinners, God. (1)

পতিতপাৱনী। পণ্ডিত, বি. (সৎ, পতিব্ৰতা-পতি, স্বামী + ব্ৰত, নিষ্ঠা আপোনাৰ স্বামী বাঞ্জে আনক নিচিন্তা, সতী, সাধ্বী; যেনে, পতিতা প্ৰী, faithful to one's own husband. স. শ. সৰ্তী স্ত্ৰী; feaura mpyay, a faithful and lov- ing wife. পতিপ্ৰাণ, বি. {সং. পতিপ্ৰাণ। --- পতি, স্বামী+ প্ৰাণ, জীৱ) আপোনাৰ স্বামী প্ৰাণৰ দৰে মৰম কৰা, আপোনাৰ পতিত বাজে আনক নিচিন্তা; যেনে, পতিপ্ৰাণ STÁTY, loving one's husband as one's own life, faithful to one's own husband. পতিয়ন, কদ, স. (অং. পতিয়া, বিশ্বাস ক) বিশ্বাস, প্ৰত্যয়, faith, belief. পতিয়া, স. বা. {সং. প্ৰত্যয়, বিশ্বাস বিশ্বাস কৰ, প্ৰচয় কৰ, to believe, to trast. পতিত্ব, গু. শ. { সং. পতিত্ব-পতি, স্বামী। স্বামিত্ব, পতিৰ অৱস্থা বা স্বত্ব, the state or right of a husband. পতিত্বে, ক্ৰি. বি. স্বামীস্বৰূপে; সনে, ৰামক সীতাই পতিত্বে বৰিলে, as a husband. স. শ. { সং. পতিসেৰা---পতি+ স্বামী + সেৱা, শুষ) স্বামীৰ সুখ আৰু সন্তোষৰ নিমিত্তে কৰা কাৰ্য, স্বামীত কৰা ভক্তি; যেনে, পতি-সেৱাই তিৰোৰ 1 ***, devotion to one's husband. পতি, স, শ. (সং. প্ৰত্যাশা, ভাৰসা) আশ, সাহায্য পাবৰ ভাৰসা; যেনে, আমি তেওঁ একো পতিহা নকৰো, dependence, Hupe of getting aid or support , পতিহীন, বি. (সং. পতিহীনা--পতি, স্বামী +হীন, নথকা স্বামী নথকা, having no husband, widowed. পীয়, বি. (অং. পাত, গছৰ অঙ্গ) পাত- যুক্ত, পাত থকা; (এটা সংখ্যা বাচক বা বিশেষণ শব্দৰ পাচত থাকে}; যেনে, দুপীয়া, দীঘল পতীয়া, having leaves (used in composition). পতুৱা, বি. পাভযুক্ত, বহুত পাত থকা; যেনে, ধানবোৰ পতুৱা হল, abounding in leaves. পোৱাৰু, স, শ. ( অং. পা, স্থাপন কৰু, বিস্তৃত কৰ) পানীৰ বেগ কমাবৰ নিমিত্তে দিয়া বেৰ; নৈয়ে খহাই নিব নোৱাৰিবৰ কাৰণে গৰাৰ দাঁতিত দিয়া বেৰ; এতেকে এঢলীয়া ঠাই সমান কৰিবলৈ ভোলা মাটি নখহাকৈ ৰাখিবলৈ দিয়া বেৰ, a break-water, a bamboo wallor fence raised to prevent a river bank from falling, a revetment. পত্নী, স. শ. (সং. পত্নীপতি, স্বামী, স্বামী আছে, এতেক) ভাৰ্য, a wife, পত্ৰ, স. শ. {সং. পত্ৰ-প, গতি ক} গছৰ পাত; চিঠি; কাকত, at leaf, it letter, a document. পত্ৰবাহক, স. শ. ( সং. পত্ৰৱাহক—পত্ৰ, চিঠি + ৱাহক, লৈ যাওঁত চিঠি লৈ těl, a letter (arrior, পত্ৰাঙ্ক, স. শ. (সং. পত্ৰ, পাত+অঙ্ক, এক দুইৰ চিন। পুণি আদিৰ পাতত দিয়া এক দুই আদি চিন, pruring. পত্ৰিকা, স. শ. {সং. পত্ৰিকা---পত্ৰ, পাত ) চিঠি, কাকত, লেখা; a letter, a written paper, a document. প, স, শ, (সং. পথপথ, গতি কৰ) বাট, আলি; এতেকে আচাৰ, ব্যৱহাৰ; যেনে, জ্ঞানী লোকৰ পথত চলিব লাগে; বেলেগ বেলেগ ধৰ্ম্মৰ মত; যেনে, মহা- পুৰুষীয়া পথ, a path, a road, a course of coneluet or of action, tenets or doctrines held by a particular sect. পথদৰ্শক, স. শ. (সং. পথদৰ্শক-পপ, পদৰ্শক, বাট + দৰ্শক, দেখা। বাট দেখাওঁ; শিক্ষক, শিকাওঁতা, a guide, a leader, a teacher. পথৰুৱা, বি, { অং, পথাৰ, খেতিৰ ঠাই)